20/06/2020
#চীনৰ আক্ৰমনত আঘাতপ্ৰাপ্ত সেনা জোৱান #সুৰেন্দ্ৰ_সিংৰ পৰা পোৱা তথ্যৰ ভিত্তিত তেখেতৰ পিতৃ আৰু পত্নীয়ে কলে.....
আমি 300-400 জনমান আছিলোঁ আৰু চীনৰ ফালৰ পৰা 2000-2500 সৈন্য আছিল। হঠাৎ আমি কেনেকৈ সিহতৰ চক্ৰবেহুত সোমাই পৰিলোঁ একো ধৰিব নোৱাৰিলোঁ, সিহতৰ প্ৰত্যেকৰ হাতত লোহাৰ ৰড, দণ্ড, পাথৰ আছিল যিবোৰেৰে আমাক আক্ৰমন কৰি দিলে। আমাৰ হাতত একো নাছিল, সম্পূৰ্ন খালি হাতেৰে আমি যুজ দিছিলোঁ আৰু হাৰ মানা নাছিলোঁ, আমি আমাৰ হাত কেইখনক বাঘৰ পাঞ্জা বনাই সিহতৰ কলিজা ভেদিছিলোঁ কিন্তু ইমানৰ পিছতো আমাৰ ২০ জন সতীৰ্থক হেৰুৱাব লগা হৈছে....,,
বহুতে নাজানে যে ১৯৯৩ চনৰ কংগ্ৰেছ চৰকাৰে চীনৰ সৈতে এখন চুক্তি কৰিছিল যে ভাৰত চীন সীমাৰ ২ কিলোমিটাৰৰ ভিতৰত কোনো সৈনিকে বন্দুকৰ ব্যবহাৰ কৰিব নোৱাৰিব আৰু তাৰ পৰিনাম দেখা পাই আছো এতিয়া আমি। সেই কংগ্ৰেছৰে বহুৱা পাপ্পুয়ে কৈ আছে যে সেনাই অস্ত্ৰৰ প্ৰয়োগ কিয় নকৰিলে? সি মানুহৰ ঘৰৰ চকিদাৰ হোৱাৰ যোগ্য নহয় আৰু দেশৰ চকিদাৰী লাগে তাক......!!(copy)