J.A. News Axom

  • Home
  • J.A. News Axom

J.A. News Axom Dhubri,Assam

11/06/2024

বিধায়ক পদত্যাগ কৰি সাংসদ ৰকিবুল হুছাইনে দিলে পুত্ৰক বিধায়ক কৰাৰ ইংগিত।

Big thanks to Babar Omrul Farooque for being top engagers! Congrats for your streaks on my engagement list! 🎉
11/06/2024

Big thanks to Babar Omrul Farooque for being top engagers! Congrats for your streaks on my engagement list! 🎉

10/06/2024

মানকাচৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ দলৰ পদবীৰ পৰা পদত্যাগ।

09/06/2024

বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাইজে বেয়া পাওঁতে পাওঁতে 15 বছৰ লাগিল আৰু মই যিখনি গম পাইছো তাতে 15 সপ্তাহতে মানুহে গম পাই যাব ৰকিবুল হুছাইনক ভোট দি বেয়া হৈছে নে লাভ হৈছে।
আমি BJP কৰাৰ কাৰণে হিন্দু হৈ গৈছু। আৰু আমাক মৃত্যুৰ পিছত কবৰস্থানত ঠাই নিদিব।

09/06/2024

ফুলপুৰ বজাৰত গোৱালপাৰাৰ অন্ধ শিল্পী মানিক আলীৰ কি সুন্দৰ মোনাজাত।

09/06/2024
08/06/2024

ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ফকিৰগঞ্জ বাসী ৰাইজক।

07/06/2024

জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমৰী গাওঁৰ ৰাস্তাৰ দৃশ্য।

06/06/2024

In kind presence of Maulana Badruddin Ajmal
AJMAL SUPER 40

06/06/2024

গোলোকগঞ্জ চাৰিআলিত স্কুটি আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।

05/06/2024

ধুবুৰীত মুখ্য মন্ত্ৰী আত্ম নিৰ্ভৰ আচনিৰ ইণ্টাৰভিউ নামত মানুহক হাৰা শাস্তি। লান্সৰ কাৰণে 1:30 বজাৰ ইন্টাৰভিউ 3:00 বজাত।

05/06/2024

ধুবুৰীত ৰকিবুল হুছাইন 1012476 ভোটত আজমলক পৰাস্ত কৰি ভাৰতৰ ভিতৰত অভিলেখ গঢ়িছে।

Shout out to my newest followers! Excited to have you onboard!Arsob Ali, Sunil Kumar Das, Abdus Salam, Shahajur Rahaman ...
05/06/2024

Shout out to my newest followers! Excited to have you onboard!

Arsob Ali, Sunil Kumar Das, Abdus Salam, Shahajur Rahaman Sr., Manoj Rajmane, Ankit Thakur, Shaha Alom M, Rishamkumar Risham, Sadullah Khan, Ocman Guni, Omed Ali Choudhury, Ariful Hasan, Palash Das, Najmul Islam, Kajal Shek, Wajid Anwar, Atap Ali, Mofidul Islam, Asuruddin Shakh, Mokaddes Hossain, Sayed Ali, Juyel Ansary, Shajhan Ali, Abul Kalam, Asif Ali Asif Ali, Altab Uddin, Mahmadul Hoque Sikdar, Shayatam Saroj, Lalcha Ali, Santosh Chandorkar, Devraj Berwa, Sobur Talukdar, Amarsingh Tomar, اسحق ابراهيم, Rakesh Kumar, حجي علاء, Pankaj Pankaj, Dinkar Deokar, Seraj Ahmed, Harshpal Goru, Octavio Olmos, Siswo Budi, Kareem Shah, M Irfan, محمد الخلف, Ajay Vasav, نعمت نظری صدا کن, Dhasu Pakra, Shahajalal Mondal, Eazat Afghan

04/06/2024

ৰকিবুল হুছাইন জিকাৰ পিছত ফুলপুৰ বজাৰত কিছুমান লোকৰ আনন্দ প্ৰকাশ।

04/06/2024

ধুবুৰীত ৰকিবুল হুছাইনক আদৰণি।

04/06/2024

DHUBRI CONSTITUENCY ELECTION UPDATE

04/06/2024

8 বজাত খোলা হব পোষ্টেল বেলট আৰু 9 বজাৰ পৰা আৰম্ভ হব EVM ৰ ভোট গণনা।

04/06/2024

অলপ পিছত আৰম্ভ হব NDA vs INDIA ৰ ভাগ্য নিৰ্ণায়।

02/06/2024

Exit poll ৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে প্ৰতিক্ৰিয়া।

02/06/2024

ধুবুৰীৰ ফলিমাৰিত ধুমপানৰ বিৰুদ্ধে WHITE HEART FOUNDATION নামৰ বেচৰকাৰী সংস্থাৰ সুন্দৰ পদক্ষেপ।

02/06/2024

কাইলৈৰ পৰা আৰম্ভ হব ফকিৰগঞ্জ পৰা ধুবুৰীলৈ যোৱা ফেৰী সেৱা।

J.A. NEWS AXOM ৰ EXIT POLL
02/06/2024

J.A. NEWS AXOM ৰ EXIT POLL

01/06/2024

এইবাৰ অসমত বিৰোধীয়ে 4 ৰ পৰা 6 খন আসন লাভ কৰিব এই দাবী লুৰিণজোতি গগৈৰ।

31/05/2024

হাটশিঙিমাৰীত ৰকিবুল হুছেইন।

31/05/2024

আমোদজনক নৃত্য।

30/05/2024

দক্ষিণ শালমাৰা জিলাৰ আৰাট গ্ৰামত ধুমুহাৰ ফলত টাৱাৰ ভাঙি বিস্তৰ খতি।

30/05/2024

ফুলপুৰ, মেদৰটাৰী, চিৰাকুটি, জামাদাৰহাট,আইৰকাটা আদি কৰি সমগ্ৰ ধুবুৰীত প্ৰচুৰ বৃষ্টিপাত।

29/05/2024

মেদৰটাৰী স্কুল খেলপথাৰত এজাক বৰষুণ ফলত সাগৰ পৰিণত হৈছে। কণ কণ লৰা-ছোৱালী বোৰে স্কুলত অহা যোৱা বন্ধ হৈ পৰিছে।

Address


Telephone

+917896554114

Website

Alerts

Be the first to know and let us send you an email when J.A. News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share