মানুহ মাৰি মানুহৰ ঘৰৰ উপৰত বুল্ডজাৰ চলায় এক্সবেটৰ চলাই
মানুহ মাৰি মানুহৰ ঘৰৰ উপৰত বুল্ডজাৰ চলায় এক্সবেটৰ চলাই আপুনিও শাসন কৰিবলৈ ওপৰ আল্লাই চাই আছে
জুবিনৰ সন্মূখতে জুবিনৰ গীত গালে ইটা গাড়ীৰ শ্ৰমিক ইয়াদুলে
জুবিনৰ সন্মূখতে জুবিনৰ গীত গালে ইটা গাড়ীৰ শ্ৰমিক ইয়াদুলে ৷ জাগীৰোডৰ পলাহগুৰিৰ ইয়াদুল আলীৰ কণ্ঠত “তুমি যেন পপীয়া তৰা” শীৰ্ষক গীত গুনগুনালে ৷ ইয়াদুল ইটা গাড়ীৰ শ্ৰমিকে ৷ শ্ৰমিকৰ কণ্ঠত সুৱদি সুৰীয়া গীত ৷
পুনৰ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য:
পুনৰ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য:
বিজেপি দল মুছলমানৰ শত্ৰু,সংবিধানৰ শত্ৰু, ধৰ্মৰ শত্ৰু,ইমানৰ শত্ৰু,মছজিদৰ শত্ৰু,:
হিমন্ত বিশ্বশৰ্মা মুছলমানক দেখিব নোৱাৰে ,মুছলমান হিমন্ত বিশ্বশৰ্মাৰ ভাইৰাছ:
ডি ভোটাৰৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলিছে হাৰাশাস্তি।
ডি ভোটাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা সীমান্ত আৰক্ষীৰ বিৰুদ্ধে ABMSU ৰ তিব্ৰ প্ৰতিবাদ।
বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখন দোকানৰ বাসগৃহ
বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল তিনিখন দোকানৰ বাসগৃহ।
টুলুঙা নাওৰে পাৰ হব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ।
পশ্চিম বিলাসীপাৰাত বিপদসংকুল ভাৱে টুলুঙা নাওৰে পাৰ হব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ।
ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত কপিল খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত কপিল খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
নাজিৰাত Ekart প্ৰতিষ্ঠানৰ দপদপনি
নাজিৰাত Ekart প্ৰতিষ্ঠানৰ দপদপনি
এই প্ৰতিষ্ঠানসমূহে নিজা মুনাফা লাভৰ বাবে পদপথ আৱদ্ধ কৰি দৈনিক চলাই গৈছে ব্যৱসায়
বি টি আৰৰ পৰ্বতঝোৰাৰ শুপাৰীঘাটত সন্দেহযুক্ত ব্ৰামিছ চুপাৰি ভৰ্তি ট্ৰাক জব্দ।
বি টি আৰৰ পৰ্বতঝোৰাৰ শুপাৰীঘাটত সন্দেহযুক্ত ব্ৰামিছ চুপাৰি ভৰ্তি ট্ৰাক জব্দ।
মাণিকপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মী সকলৰ উত্তাল প্ৰতিবাদ।
মাণিকপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মী সকলৰ উত্তাল প্ৰতিবাদ। মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ উত্তাল প্ৰতিবাদ।
কলিয়াবৰৰ দিবা-নৈশ প্ৰাইজমানী ভলীবল খেল।
কলিয়াবৰৰ দিবা-নৈশ প্ৰাইজমানী ভলীবল খেল।
বৰঘুলী ব্ৰাদাৰ্ছ ক্লাবৰ সৌজন্যত দিবা-নৈশ চলন্ত কাপ ও প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা।
মুকালমুৱাত মধ্যাহ্ন ভোজনৰ ৰান্ধন কৰ্মী সকলৰ উত্তাল প্ৰতিবাদ।
বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদৰ বাবে স্তব্ধ কাৰ্যালয়টোৰ কাম কাজ।
আমি ব্লাক এণ্ড হোৱাইট নকৰো।
আমি ব্লাক এণ্ড হোৱাইট নকৰো।
ব্লাক এণ্ড হোৱাইট মানে কি আপোনালোকে গম পাই?
ধুবুৰীত পুনৰ উচ্ছেদ অভিযানত।
ধুবুৰীত পুনৰ উচ্ছেদ অভিযানত।
চৰকাৰী ভূমিত প্ৰশাসনে চলালে উচ্ছেদ।
কুস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাস নিৰ্মাণৰ বাবে চলিল এই উচ্ছেদ।
স্বামীয়ে পত্নীৰ গু*প্তাং*গত জলকীয়াৰ গুৰি সানি দিয়াত পত্নীৰ হ*ত্যা
স্বামীয়ে পত্নীৰ গু*প্তাং*গত জলকীয়াৰ গুৰি সানি দিয়াত পত্নীৰ হ*ত্যা
বিলাসীপাৰাত পুনৰ আৰক্ষীৰ এন*কাউ*ন্টাৰ
বিলাসীপাৰাত পুনৰ আৰক্ষীৰ এন*কাউ*ন্টাৰ
আৰক্ষীৰ গু*লিচা*লনাত গু*ৰুতৰ ভাবে আ*হত এজন দু*ৰ্ধ*ৰ্ষ অ*স্ত্ৰধা*ৰী
চেঙাৰ খোলাবান্ধাত জ ঘন্য হ ত্যা কাণ্ডৰ ঘটনা
চেঙাৰ খোলাবান্ধাত জ ঘন্য হ ত্যা কাণ্ডৰ ঘটনা
স্বামী আচ্ছাদুলে পত্নীক পৰিকল্পিতভাৱে হ ত্যা কৰাৰ অভিযোগ
বিলাসীপাৰাৰ নাথপাৰা ২য় খণ্ড গাঁৱত আৰক্ষীৰ অভিযান |
▪️বিলাসীপাৰাৰ নাথপাৰা ২য় খণ্ড গাঁৱত আৰক্ষীৰ অভিযান |
▪️অভিযানত এটা পিষ্টল ৩ জাঁই সজীৱ গুলি সহ দুজন যুৱক আটক |
▪️আটক হোৱা যুৱক দ্বয় ক্ৰমে মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম |
▪️যুৱক দ্বয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 MM পিষ্টল সহ তিনি জাঁই গুলি |
▪️লগতে উদ্ধাৰ কৰে AS16D-9356 নম্বৰৰ এখন পালচাৰ বাইক |
▪️অধিক উদ্ধাৰৰ বাবে আটকাধীন যুৱক দ্বয়ক জেৰা চলাই আছে আৰক্ষীয়ে ।।
বিলাসীপাৰাৰ পৰা বিশ্বজিত শৰ্মা ।
গোৱালপাৰাৰ ধূপধৰাত ভ*য়ং*কৰ পথ দূ*ৰ্ঘ*না |
গোৱালপাৰাৰ ধূপধৰাত ভ*য়ং*কৰ পথ দূ*ৰ্ঘ*না |
ASTC বাছ আৰু ব'লেৰো বাহনৰ মাজত সংঘটিত হয় মুখোমুখি সংঘৰ্ষ |
সংঘৰ্ষত ঘটনাস্থলিত নিহত হয় ৫ জনকৈ লোক |
গুৰুতৰ ভাৱে আহত হয় কেইবাজনো লোক |
ব'লেৰো বাহনৰ আৱদ্ধ হৈ থকা যাত্ৰী সকলোক স্থানীয় ৰাইজে উদ্ধাৰ কৰে |
ইতিমধ্যে আহত সকলোক চিকিৎসালয়লৈ লৈ যোৱা হয় |
বৰপেটাৰ গোৱৰ্দ্ধনাত তিনিদিনীয়া বৰ্ণাট্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন
বৰপেটাৰ গোৱৰ্দ্ধনাত তিনিদিনীয়া বৰ্ণাট্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন
হিন্দু-মুছলিম একেলগে আয়োজন কৰিলে ৭৬তম লক্ষ্মী পূজাৰ তিনিদিনীয়া বৰ্ণাট্য কাৰ্যসূচী*।