Digboi Live

Digboi Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Digboi Live, Digital creator, .

06/06/2023

আজি পুৱা ৯ বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল
তলত দিয়া ৱেবছাইটত উপলব্ধ হ'ব ফলাফল

1. ahsec.assam.gov.in
2. http:/www.indiaresults.com/
3. https:/assamjobalerts.com/
4. iresults.net
5. exametc.com
6. https:/www.assamresult.co.in/
7. https:/www.results.shiksha/
8. https:/www.assamresult.in/
9. iresults.in

ডিগবৈৰ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণ ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
14/05/2021

ডিগবৈৰ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণ ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা,তাতোকৈ চেনেহৰ মাকোঁ;তাতোকৈ চেনেহৰ ৰঙালী বিহুটি,নেপাতি কেনেকৈ থাকো |ডিগবৈ লাইভৰ সকলো সদস্যলৈ আম...
15/04/2021

অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ মাকোঁ;
তাতোকৈ চেনেহৰ ৰঙালী বিহুটি,
নেপাতি কেনেকৈ থাকো |
ডিগবৈ লাইভৰ সকলো সদস্যলৈ আমাৰ তৰফৰ পৰা ব'হাগ বিহু তথা অসমীয়া নববৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ.....

06/04/2021

ডিগবৈ বালিজান "বিহু নাচ আৰু ঢোল বাদন "কৰ্মশালা পৰিচালনা সমিতি-২০২১ৰ উদ্যোগত ১ এপ্ৰিল, ২০২১ তাৰিখৰ পৰা ১০ এপ্ৰিল ২০২১ তাৰিখলৈ দহ দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা কাৰ্যসূচী...

26/03/2021
26/03/2021
সবিশেষ জানিবলৈ খবৰ কৰক: 6901701540, 7002579616, 7002531947, 75779 99815 নম্বৰত।
19/02/2021

সবিশেষ জানিবলৈ খবৰ কৰক: 6901701540, 7002579616, 7002531947, 75779 99815 নম্বৰত।

19/01/2021

তোৰে মোৰে আলোকৰে যাত্ৰা....
ডিগবৈ বালিজানত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ শিল্পী দিৱস উদ্ যাপন।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই। বিয়লি ৫.৩৪ বজাত মৃত ঘোষণা গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় কৰ্তৃপক্ষৰ।
23/11/2020

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই। বিয়লি ৫.৩৪ বজাত মৃত ঘোষণা গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় কৰ্তৃপক্ষৰ।

প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৪ জুলাইৰ পৰা চ...
27/08/2020

প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৪ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল। স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্ত বাইদেউযে।

ভাৰতৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
15/08/2020

ভাৰতৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ডিগবৈত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী।
04/08/2020

ডিগবৈত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী।

ৰাইজ সজাগ হওঁক সতৰ্ক হওঁক।
02/08/2020

ৰাইজ সজাগ হওঁক সতৰ্ক হওঁক।

https://youtu.be/yarqDafEA28
01/08/2020

https://youtu.be/yarqDafEA28

বাঘজানৰ অগ্নিকাণ্ড নিৰ্বাপনৰ যুঁজত বিফল অইল ইণ্ডিয়া লিমিটেড।

20/07/2020

Petition ৰ বাবে এই লিংকটোত ক্লিক কৰক

http://chng.it/BBKDTY66WV

Mail কৰাৰ বাবে ঠিকনা এইটো
[email protected]

Subject এইটো :
WITHDRAW THE DRAFT EIA NOTIFICATION 2020

Mail কৰাৰ বাবে তলৰ কথাখিনি কপি কৰি ওপৰৰ mail ID ত পেষ্ট কৰি তলত নিজৰ নামটো লিখি post কৰক বা নিজৰ মতে সজাই লওক । ধন্যবাদ

To

Shri Prakash Javadekar,
(Minister of Environment, Forests and Climate Change)
Indira Paryavaran Bhawan,
Jor Bagh, New Delhi.

SUBJECT: WITHDRAW THE DRAFT EIA NOTIFICATION 2020

Dear Shri Prakash Javadekar Ji,

We, the people of Assam and the North East, reject this draft EIA 2020 as a potential law of this country for the reasons listed below:

1. The draft does not acknowledge the best practices in EIA from across the world. Many countries have EIAs that are implemented at the sectoral (power or transport), strategic (energy transition) and crosscutting (health and biodiversity) scale for greater effectiveness and better environmental governance. Your draft is regressive because it aims at approving projects more than assessing them.

2. The new draft exempts a long list of projects from public consultation. For example, linear projects such as roads and pipelines in border areas will not require any public hearing. The ‘border area’ is defined as “area falling within 100 kilometres aerial distance from the Line of Actual Control with bordering countries of India.” That would cover much of Assam and the Northeast, the repository of the country’s richest biodiversity. So our rights to raise questions, our rights to raise our concerns will be diluted. Again, by not allowing us to raise our concerns, the proposed EIA 2020 is creating inequality among citizens & defying very object of a democracy.

3. It is unacceptable that we, the people of this country, are not allowed to speak about the
projects that are imposed on our neighbourhoods, our coasts and forests.The draft EIA 2020
proposed by the Ministry clearly reflects the fear of public participation in the central
government. The draft gives impunity to so many projects from public hearings that it makes
us think if these projects are for the good of a select few. There have been many protests by the people of Assam and the North East against the proposed big dams and hydroelectric projects. We are well aware about the ill effects of these proposed mega dams. The draft EIA 2020 will take away our rights to raise these pertinent questions.

4. While projects concerning national defence and security are naturally considered strategic, the government gets to decide on the “strategic” tag for other projects. The 2020 draft says no information on “such projects shall be placed in the public domain”. This opens a window for summary clearance for any project deemed strategic without having to explain why.

5. We do not want another Baghjan. The Covid pandemic lockdown has shown us how unequal our society is. The poorest people of our region and the communities that live in forest areas, coastal regions and the
mountains, rely on environmental resources to survive. There are enough studies to show
that nature thrives only when environmental communities are safe and prosperous. We
demand that the government must draft laws that enable marginalised communities to
prosper and be able to conduct practices that sustain their livelihoods. The government must
do away with EIA dilutions that entrust our valuable natural resources to private industries.
The central government has done so little to combat climate change, environmental degradation and biodiversity loss even after the responsibility bestowed upon us by the Paris Climate Change Agreement.

6. There have been apprehensions among the people of Assam and the Northeast that everything this region possesses in the form of natural and other resources are only exploited by vested interests in cahoots with the state machinery in Delhi. That decisions of varied nature, mostly detrimental to the interests of the natives here, are only ‘imposed’ on the collective psyche of the common masses is a foregone conclusion. A general feeling of alienation and deprivation has taken root in the minds of the common people here over the years since Independence that Assam and the Northeast always get a step-motherly treatment from the Centre. Facts, figures, events and the collective experience have led to a very damaging negative mindset of the diverse peoples of this region towards the Central Government. The proposed EIA Notification, 2020, if implemented in toto, will only precipitate this negativity further, which will be in contrast to what the Prime Minister of India often refers to – making the Northeast the engine of growth for the country.

I demand the Ministry to withdraw the EIA 2020 and replace it with a progressive law that promotes sustainability and combats climate change.

Sincerely,....…...........

(Copy Manas Robin Page)

16/07/2020

DIGBOI BREAKING--
ডিগবৈ শোধনাগাৰৰ মুখ্য প্ৰশাসনীক কাৰ্যালয়ৰ সমীপত জ্বলি উঠিল এখন ট্ৰেভেৰা বাহন।
বাহন খনৰ নম্বৰ
-AS 23 BC 5999


https://youtu.be/Qye1NZQuLAg

12/07/2020

কৰ'ণাত আক্ৰান্ত অখিল গগৈক নিশা অনা হ'ল GMCHলৈ






https://youtu.be/SYwQQjpuHW8

10/07/2020

ডিগবৈ বালিজানত বন্যহস্তীৰ উপদ্ৰৱ।
খাই নষ্ট কৰিলে ৰাইজৰ কঠীয়া।



https://youtu.be/u2htGEw10Dk

25/06/2020

ডিগবৈ আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ দুজন ছাত্ৰ ছাত্ৰীৰ কৃতিত্ব অৰ্জন৷
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাৰ ছাত্ৰী মৌমিতা কোৱঁৰে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বাণিজ্য শাখাত ৰৌহিত আগৰৱালে সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হয়।

20/06/2020

ডিগবৈত নিয়মীয়া ভাৱে বিদ্যুৎ যোগানত ব্যৰ্থ ডিগবৈ বিদ্যুৎ বিভাগ।
হীৰা ফুকনৰ ৰিপৰ্ট

19/06/2020

এগৰাকী কণমাণিৰ হিয়া ভগা কান্দোন।

18/06/2020

Facebook live from Digboi quarantine centre

 ◆ ক'ৰণা যুদ্ধৰ মাজতে হঠাত্‍ অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব◆পেটৰ অতিপাত বিষৰ বাবে GMCHত কৰা হ’ল USG◆স্বাস্থ্যমন্ত্ৰ...
14/06/2020


◆ ক'ৰণা যুদ্ধৰ মাজতে হঠাত্‍ অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব
◆পেটৰ অতিপাত বিষৰ বাবে GMCHত কৰা হ’ল USG
◆স্বাস্থ্যমন্ত্ৰীৰ কিডনীত পোৱা গৈছে 3.76mmৰ পাথৰ
◆ GMCHতে ছেলাইন আৰু পেইন কিলাৰ বেজি লৈছে মন্ত্ৰীজনে
◆আজি দিনটো জিৰণি ল’ব বুলি প্ৰকাশ কৰিলে টুইটযোগে

12/06/2020

ডিগবৈ মুলীয়াবাৰীৰ কণ্টেইণ্টমেণ্ট জ’নত উত্তপ্ত পৰিস্থিতি।
কণ্টেইনমেণ্ট জ’ন বাতিলৰ দাবীত এই প্ৰতিবাদ।

12/06/2020

উত্তৰ-পূৱ কয়লাক্ষেত্ৰ জীয়াই ৰখাৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ। শিল্পী মহেন্দ্ৰ হাজৰিকা, ৰাজীৱ শদিয়া , লুহিত গগৈৰ অংশ গ্ৰহন৷

10/06/2020

বাঘজানত দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ

Address


Telephone

+918638572828

Website

Alerts

Be the first to know and let us send you an email when Digboi Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digboi Live:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share