09/07/2020
*ℂ𝕃𝕀ℂ𝕂 ℍ𝔼ℝ𝔼 𝕋𝕆 𝕁𝕆𝕀ℕ 𝕌𝕊 On WhatsApp*👇🏻
https://wa.me/918822334450?text=Hi%20NDTH!%20I'm%20from....
সুপ্ৰভাত!
আজি বৃহস্পতিবাৰ
09 জুলাই, 2020;
24 আহাৰ, 1942 শক!!
আজিৰ সংবাদপত্ৰৰ শিৰোণাম এনেধৰণৰ:-
📄
🔘 *আমাৰ অসম* 🔘
জাহাজ-কাণ্ডত ক্ষুদ্ধ মুখ্যমন্ত্ৰী, *লকডাউন-পাৰ্টি কৰা 7 আৰক্ষী বিষয়াক বদলি*
15 টকীয়া বিলাহী গুৱাহাটী পাওতে 120 টকা কেনেকৈ হয়?
*ৰাজ্যত 14 হাজাৰ আক্ৰান্ত, ৰাজভৱনতে 35*
বতাহতো বিয়পে কোভিড-19, মানি ল'লে 'হু'ৱে
মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেষ্টনী ভেদ কৰ'নাৰ, *কেবাজনো NSG কমাণ্ডো, গাড়ীচালক পজিটিভ*
নিশা গড়কাপ্তানি বিভাগত শ্বট চাৰ্কিট, *জনতা ভৱনত বাৰে বাৰে জুই লাগে কিয়?*
*হঠাৎ বাঢ়িল মৃত্যুৰ সংখ্যা, 24 ঘন্টাত 9 আক্ৰান্তৰ প্ৰাণহানি*
দিছপুৰৰ 'বিদ্ৰোহী' চিকিৎসকৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক
▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️
📄
🔘 *অসমীয়া খবৰ* 🔘
'নিয়া'ৰ দুয়োটা গোচৰ একেলগে শুনানিৰ বাবে জনোৱা প্ৰাৰ্থনা নাকচ, *অখিল গগৈৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ*
ভয়াবহ ইংগিত; *কেৱল 14 দিনতে গুৱাহাটীত আক্ৰান্ত 4,477* এদিনতে ৰাজ্যত 9 কৰোনা আক্ৰান্তৰ মৃত্যু
চিবিএছই-ৰ নৱম-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সালসলনি, বাদ পৰিল ৰাষ্ট্ৰীয়তাবাদ, নাগৰিকত্ব, ধৰ্মনিৰপেক্ষতা, বিমুদ্ৰাকৰণ অধ্যায়
সামগ্ৰীৰ সূচল সৰবৰাহ, *মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সোণোৱালৰ বাৰ্তালাপ*
প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ কিয়/খোদ জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ যুৱ কংগ্ৰেছীৰ
স্বাস্থ্য বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ চিকিৎসক, *প্ৰাইভেট প্ৰেক্টিচ বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী*
▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️
📄
🔘 *দৈনিক যুগশঙ্খ* 🔘
কোভিডে একদিনে মৃত 9, ভয়াবহ গোষ্ঠী সংক্ৰমণ, *অসমে মৃত্যু মিছিল*
*'রাজনীতিতে গেলেও টপেই থাকবেন দাদা',* জন্মদিনে জল্পনা বাড়ালেন ডোনা গাংগুলি
গান্ধী পরিবারের দুর্নীতি! *সোনিয়াদের তিন ট্রাষ্টের বিরুদ্ধে তদন্ত কমিটি কেন্দ্রের*
পাক-চিন সীমান্তে ধনুশ! ঝুঁকি নিতে চায় না সেনাবাহিনী
*রোহিংগাদের ফেরৎ পাঠাতে চায় দিল্লি!*
মূল্যবৃদ্ধি! বাজারে গিয়ে রোষের মুখে খাদ্যমন্ত্রী ফনীভূষণ
*ইসলামাবাদের চাল! মৃত্যুদণ্ডের পুনর্বিবেচনা চান না কুলভূষন* দাবী ইমরান সরকারের
কাটিগড়ায় 13 এসএসবি জওয়ান করোনা পজিটিভ
▪️▪️▪️▪️▪️🔶▪️▪️▪️▪️▪️