eKitaap ই কিতাপ

  • Home
  • eKitaap ই কিতাপ

eKitaap ই কিতাপ First E-book Library/House of Assam

উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ পৰা দহ মিনিট সময় বিচাৰি অনুৰোধ কৰা কণমানিটোৰ ভিডিওটো দেখাৰে পৰা বৰ অশান্তিত আছিলোঁ ৷ আজি সেই ...
02/03/2023

উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ পৰা দহ মিনিট সময় বিচাৰি অনুৰোধ কৰা কণমানিটোৰ ভিডিওটো দেখাৰে পৰা বৰ অশান্তিত আছিলোঁ ৷ আজি সেই কণমানি মিকু কলিতাক বিচাৰি উলিয়ালোঁ ৷

উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ পৰা দহ মিনিট সময় বিচাৰি অনুৰোধ কৰা কণমানিটোৰ ভিডিওটো দেখাৰে পৰা বৰ অশান্তিত আছিলোঁ ৷ .....

আমাৰ ঘৰত কুৰি শতিকাৰ শেষ ভাগলৈ মূৰ্গীৰ প্ৰচলন নাছিল। মোৰ প্ৰথম মূৰ্গী মাংস খোৱাৰ অভিজ্ঞতা হয় এম বি বি এছ পঢ়ি থাকোঁতে দ...
07/02/2023

আমাৰ ঘৰত কুৰি শতিকাৰ শেষ ভাগলৈ মূৰ্গীৰ প্ৰচলন নাছিল। মোৰ প্ৰথম মূৰ্গী মাংস খোৱাৰ অভিজ্ঞতা হয় এম বি বি এছ পঢ়ি থাকোঁতে দ্বিতীয় ছাত্ৰ বাসত, শেষৰ বছৰটোত । তেতিয়া আমাৰ ফাইনেল এম বি বি এছ পৰীক্ষালৈ কেইদিনমান আছে, ১৯৮১ চনৰ নৱেম্বৰ বা ডিচেম্বৰ মাহ হব। ৰাতি দহ বজাত হোষ্টেলত ভাত খাই উঠি পুৰণি ৰূমমেত ( তেওঁ এতিয়া এজন ভাল লেপাৰস্কপিক চাৰ্জন,) ৰ ৰুমত সোমাই এনেই মাত এশাৰ দি যাওঁতে কথাৰ মাজত এনেই কলো যে আজি মাংস খন খাই বৰ ভাল লাগিছে। পিছে মোৰ বন্ধুয়ে মোক অবাক কৰি কলে যে আমাৰ হোষ্টেলত আজি মূৰ্গিৰ মাংস দিছিল। মোৰ বন্ধুৱে মোক আজি মুৰ্গীৰ মাংস খুৱাই মোৰ লগত হোৱা জেদত জিকিল, কাৰণ তেওঁলোকে জানিও মোক কথাটো কোৱা নাছিল।

Episode: 3 আমাৰ ঘৰত কুৰি শতিকাৰ শেষ ভাগলৈ মূৰ্গীৰ প্ৰচলন নাছিল। মোৰ প্ৰথম মূৰ্গী মাংস খোৱাৰ অভিজ্ঞতা হয় এম বি বি এছ পঢ়.....

https://www.ekitaap.com/sorkarisakoriep01
21/01/2023

https://www.ekitaap.com/sorkarisakoriep01

EP 01: চাহৰ দোকানত দুটকীয়া চাহ, তিনি টকীয়া চিঙৰা, আৰু সৰু সৰু ৰসগোল্লা পোৱা যায়। গজা নে খুর্মা তেনে ধৰণৰ দুই এবিধ বস্ত....

আকৌ তালিবান ? আমি অকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব বিচাৰো। কাৰণ পৃথিৱীয়ে আমাক আজি আমি যি বিচাৰো
31/07/2021

আকৌ তালিবান ? আমি অকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব বিচাৰো। কাৰণ পৃথিৱীয়ে আমাক আজি আমি যি বিচাৰো

এনে খুব কম মানুহ ওলাব, যিয়ে মানৱ অভিধানত সন্ত্ৰাস আৰু বৰ্বৰতা ৰ সমাৰ্থক শব্দ হৈ পৰা তালিবান নাম শুনা নাই। তালিবানস...

White hat is an ethical computer hacker, or a computer security expert, who specializes in pe*******on testing and other...
20/07/2021

White hat is an ethical computer hacker, or a computer security expert, who specializes in pe*******on testing and other testing methodologies that ensure the security of an organization's information systems. Ethical hacking is a term meant to imply a broader category than just pe*******on .

We all are by now accustomed with the word "Hacking". In same line, Ethical hacking denotes the process of detecting vulnerabilities in an application, system, or organization's infrastructure, which may be attacked to exploit an individual or organization. As this is a process to prevent cyberattac...

ডিচেম্বৰ ২০১৯লৈকে, মুঠ ৬,৪১ কোটি  মানুহৰ,  ১৮৩৭৯ কোটি ধন ভাৰতীয় বেংকত কোনেওম অধিকাৰ  সাব্যস্ত  নকৰাকৈ  পৰি  আছে ।  কঠোৰ ...
18/07/2021

ডিচেম্বৰ ২০১৯লৈকে, মুঠ ৬,৪১ কোটি মানুহৰ, ১৮৩৭৯ কোটি ধন ভাৰতীয় বেংকত কোনেওম অধিকাৰ সাব্যস্ত নকৰাকৈ পৰি আছে । কঠোৰ পৰিশ্ৰমৰ ধন বা জীৱনজোৰা সঞ্চয় স্পৰ্শ নকৰাকৈ বা কাকো নিদিয়া আৰু নোকোৱাকৈ ,স্বৰ্গবাসী হোৱা,মানুহৰ ধন আৰু সৰহ সংখ্যক একাউণ্ট নিস্ক্ৰিয় ,যাক লৈ ৰিজাৰ্ভ বেংকৰ লগতে আন বেংক সমূহৰ মুৰৰ কমোৰণি হৈছে।

মানুহে পৃথিৱীত ঢপলিয়াই বিচাৰি থকা বস্তু বহুকেইপদ আছে । যেনে ধৰা হল সুখ, সকলোৱে সুখী হব খোজে কিন্তু প্ৰকৃতাৰ্থত সু....

আহোম ৰাজত্বৰ সময়ত অসমতে সোন উৎপাদন কৰা হৈছিল।মহিলা সকলৰ প্ৰয়োজনীয় আ-অলংকাৰৰ বাবে প্ৰয়োজনীয় সোন উজনি অসমৰ নদীৰ বুকুৰ...
18/07/2021

আহোম ৰাজত্বৰ সময়ত অসমতে সোন উৎপাদন কৰা হৈছিল।মহিলা সকলৰ প্ৰয়োজনীয় আ-অলংকাৰৰ বাবে প্ৰয়োজনীয় সোন উজনি অসমৰ নদীৰ বুকুৰ পৰা উৎপাদন কৰা কৌশল আছিল।আনকি বৃটিছ শাসনৰ সময়তো ইংৰাজ সকলৰ কিছু কোম্পানীয়ে অসমৰ নদীৰ বুকুত সোন আহৰণৰ বাবে প্ৰয়াস কৰা বহু তথ্য সমল পোৱা যায়।ডা: ৱেদ চাহাবৰ মতে উজনি অসমৰ উত্তৰপাৰৰ সকলো নৈতে কম-বেছি পৰিমাণে সোণ পোৱা গৈছিল।

আহোম ৰাজত্বৰ সময়ত অসমতে সোন উৎপাদন কৰা হৈছিল।মহিলা সকলৰ প্ৰয়োজনীয় আ-অলংকাৰৰ বাবে প্ৰয়োজনীয় সোন উজনি অসমৰ ন....

আকৌ যেতিয়া আহিবা অলপ সময় লৈ আহিবা অলপ আবেগ অলপ ধেমালি হজম কৰিব পৰাকৈ আহিবা
16/07/2021

আকৌ

যেতিয়া আহিবা

অলপ সময় লৈ আহিবা

অলপ আবেগ

অলপ ধেমালি

হজম কৰিব পৰাকৈ আহিবা

আকৌ যেতিয়া আহিবা অলপ সময় লৈ আহিবা অলপ আবেগ অলপ ধেমালি হজম কৰিব পৰাকৈ আহিবা ৰৈ যোৱা সাঁথৰবোৰ ভাঙিব পৰাকৈ আহিবা আকৌ .....

Micro, Small and Medium Enterprises (MSMEs) are the growth drivers of the Indian economy and play a critical role in the...
16/07/2021

Micro, Small and Medium Enterprises (MSMEs) are the growth drivers of the Indian economy and play a critical role in the equitable socio-economic development of the nation. The contributions of the sector are essential for fulfilling the vision of Atma Nirbhar Bharat, i.e. creating an economically self-reliant nation. The COVID-19 pandemic, however, has adversely impacted the sector, and disrupted its growth .According to official figures, the MSMEs contribute 29 percent to India’s GDP. They contribute to almost half of exports from the country..Over 11 crore people are employed in the MSME sector.

Micro, Small and Medium Enterprises (MSMEs) are the growth drivers of the Indian economy and play a critical role in the equitable socio-economic development of the nation. The contributions of the sector are essential for fulfilling the vision of Atma Nirbhar Bharat, i.e. creating an economically s...

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ...
14/07/2021

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ। নহ’লেনো মই ক’ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাখনৰ পৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডবা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।”

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ .....

মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা ...
12/07/2021

মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।



Assamese Ebook by eKitaap.com

মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। মিচিংসকলক আগতে "মিৰি" বুলি উল্.....

A message from The Chief Adviser of TAYF, Dr Buddhin Gogoi
10/07/2021

A message from The Chief Adviser of TAYF, Dr Buddhin Gogoi

It is a matter of great pleasure that Tai Ahom Youth Forum, Assam, India is launching an ambitious project "Ekitaap.com" as a part of its Intellectual movement. E-book is an emerging digital concept in the knowledge world. An e-book ( short for electronic book) is a book publication made available i...

এটি সুখবৰঃটাই আহোম য়ুথ ফ'ৰামৰ উদ্যোগত ই-কিতাপ ঘৰ (Ekitaap.com) স্থাপনৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে। এই প্ৰকল্পটো স্থাপনৰ...
06/07/2021

এটি সুখবৰঃ
টাই আহোম য়ুথ ফ'ৰামৰ উদ্যোগত ই-কিতাপ ঘৰ (Ekitaap.com) স্থাপনৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে। এই প্ৰকল্পটো স্থাপনৰ ক্ষেত্ৰত উন্নত কাৰিকৰী ব্যৱস্থা প্ৰয়োগ কৰা হ’ব। অতি কম সময়ৰ ভিতৰতে Ekitaap.com ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব। এই ক্ষেত্ৰত ৰাইজৰ দিহা-পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিলোঁ।।

🌎 আমাৰ প্রস্তাৱিত প্ৰকল্পত থাকিলগীয়া সেৱা সমূহঃ

📚 ডিজিটেল লাইব্ৰেৰী
(বুৰঞ্জী, বিজ্ঞান, সাহিত্য, সংস্কৃতি আদি কৰি সকলো বিষয়ৰ কিতাপ সকলোৰে বাবে উপলব্ধ কৰা)

📚 অসম আৰু অসমীয়া বুৰঞ্জী-সাহিত্য বিশ্বত বিয়পাই তোলা ৷
(প্ৰথম খোজত ৫ টা বিশ্বৰ প্ৰধান ভাষালৈ অনুবাদ)

📚 ই-লাৰ্নিং প’ৰ্টেলঃ
(ভিন্ন ভাষা, সংস্কৃতি, বুৰঞ্জী, বিজ্ঞান আদি বিষয়ক সামৰি সকলোৰে বাবে এটি শিক্ষাৰ প’ৰ্টেল)

📚 প্ৰকাশন
ন-পুৰণি লেখক সকলৰ লেখাৰ অনলাইন/অফলাইন প্ৰকাশ, প্ৰচাৰ আৰু বিপণনৰ ক্ষেত্ৰত সহাযোগ কৰা ৷

06/07/2021
06/07/2021

Address


Alerts

Be the first to know and let us send you an email when eKitaap ই কিতাপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share