Newswire India

  • Home
  • Newswire India

Newswire India অসমৰ প্ৰতিটো খবৰ এতিয়া আপোনাৰ আঙুলিৰ মুৰত 📺
For the latest news and updates, do follow our page ⚡

01/07/2024

ক্ষেত্ৰীত মহানগৰ জিলা যোগী সন্মিলনীৰ দ্বি বাৰ্ষিক অধিবেশন।

01/07/2024

কলিয়াবৰ কেৰিবাকৰিত উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক হৰিণা পহু ।
ব্ৰহ্মপুত্ৰৰ বাহনি পানীত উটি আহিছিল পহুটো
স্থানীয় ৰাইজৰ সহযোগত পহুটোক উদ্ধাৰ কৰি চমজাই দিয়ে শিলঘাট বনবিভাগক ।

30/06/2024

এইবাৰ মন্দিৰৰ পূজাৰীয়ে নামিল মাটি দখলত।
ৰক্ষকে ভক্ষকৰ ৰূপ ললে সোণাপুৰৰ মিটনীত।
৬৫৮ বছৰীয়া এটি মন্দিৰৰ ভূমি বে দখলক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়া ।

30/06/2024

বাঁহীৰ সুৰে মায়াজাল সৃষ্টি কৰা মৰিগাঁওৰ এটি কনমানি।
মৰিগাঁও শিলচাংৰ এটি ১১ বছৰীয়া কণমানি । নাম প্ৰানজু আমচঙ দেউৰী । কনমানিটিৰ বাঁহীৰ সুৰে মন প্ৰান জুৰ পেলাব আপোনাক।

29/06/2024

এইবাৰ মাখিৰ বিৰূদ্ধে প্ৰতিবাদ।
এখন গাওঁত চলিছে এতিয়া মাখিৰ আতংক।বঙাইগাঁও জিলাৰ বামুণীটিলা গাঁৱত সংঘটিত হৈছে এই নাভূত- নাশ্ৰুত কাণ্ড।

29/06/2024

মাজবাট উন্নয়ণ খণ্ডৰ ওৰাং VCDC ত P MAY গৃহ নিৰ্মাণত ব্যাপক অনিয়ম।
হিতাধিকাৰীৰ ধন কৌশলেৰে আত্মসাৎ কৰাৰ অভিযোগ ।

29/06/2024

কলিয়াবৰৰ চতিয়াল পূৰাণীসত্ৰত উদ্ধাৰ হৈছে এটা মৰম লগা হৰিণা পোৱালি।

28/06/2024

গাওঁ এৰি গুৱাহাটীলৈ লব আহিছে আম গছ জামু গছৰ পুলি ।
কণ্ঠশিল্পী মানস ৰবীনৰ সামাজিক মাধ্যমত চৰ্চিত এটি ভিডিঅ।

28/06/2024

মানাহ নদীৰ দলংৰ পৰা জপিয়াই আত্মহত্যা কৰা যুৱকৰ মৃত্যুদেহ উদ্ধাৰ।
অভয়াপুৰীৰ পাৰ্শ্বৱৰ্তী বেহুলা পাৰাৰ জাহাংগীৰ আলম নামৰ যুৱক জনে যোৱা ২৬ জুনত লেংটিছিঙা মানাহ নদীৰ দলংৰ পৰা জপিয়াই আত্মহত্যা কৰা যুৱক জনে।

28/06/2024

ক্ষেত্ৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দিন-দুপৰে চোৰে চলালে লুটপাত।
ক্ষেত্ৰী তিনিআলিৰ থকা অৰ্পিতা ষ্টোৰ নামৰ দোকানখনত চোৰে লৈ উধাও হ'ল নগদ ধন।
গ্ৰাহকৰ ভাও লৈ চোৰে প্ৰৱেশ কৰিছিল দোকানখনত।
চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভিত।

28/06/2024

১৯৯৫ চনৰ পৰা বন্ধ হৈ আছে জাগীৰোডস্থিত অসম পলিটেক্স সূতা কল ।
বিগত প্ৰায় ২৯ বছৰে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত ৪১১ গৰাকী কৰ্মচাৰীৰ আজি তথৈবচ অৱস্থা
The Assam Polytex Yarn Mill in Jagiroad has been closed since
The 411 employees who have been deprived of their entitlements for the past 29 years are in dire straits

27/06/2024

ধাৰাবাহিক ভাৱে এটা সম্প্ৰদায়ৰ লোকে খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ক্ষোভ প্ৰকাশ মন্ত্ৰী পিযুষ হাজৰিকাৰ।

27/06/2024

ৰঙিয়াৰ মধুকুছিৰ সমীপত চেপ্তি-বিহদিয়া পথৰ শিঙিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

27/06/2024

আইচক্ৰীমৰ নামত আপোনী খাইছে নেকি বৰবিহ? সোণাপুৰত আইচক্ৰীমৰ নামত চলিছে এখন বৰবিহৰ বজাৰ।
Have you ever eaten poison in the name of ice cream? There is a poisonous market in the name of ice cream in Sonapur.

26/06/2024

নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তজাতিক দিৱস উদযাপন ৷
International Day Against Drug Abuse and Illicit Trafficking celebrated in Nagaon-Ranglu

26/06/2024

আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস।
বুলড'জাৰ চলাই ২০০০ কোটিৰ নিচাজাতীয় দ্ৰব্য নষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

26/06/2024

তামুলপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত পেট্ৰল ভৰ্তি টেংকাৰ বাগৰি পৰাৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড।

26/06/2024

কলিয়াবৰ ন্যায়িক আদালতত বিধায়ক অখিল গগৈ ।

26/06/2024

বকলীয়াঘাটত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী কৰায়ত্ত।

26/06/2024

সোণাপুৰ কমাৰকুছিস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয় আৰুCambridge বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ ৷

26/06/2024

নিশা পত্নীৰ দা ঘাপত শিৰচ্ছেদ হ’ল স্বামীৰ। মৰিয়নী শিলিখা চাহ বাগিচাৰ ১১ নং লাইনত সংঘটিত হৈছে এই ঘটনাৰ। গৃহকণ্ডলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

25/06/2024

মণিপুৰৰ পৰা আহি অসমৰ ভূমিত উপদ্ৰৱ কৰিলে ৰেহাই দিয়া নহব। অসম মণিপুৰ সীমান্ত অঞ্চল পৰিদৰ্শন আইজিপি প্ৰশান্ত কুমাৰ ভুঞাৰ।

25/06/2024

আমগুৰিৰ চামগুৰিত নিশা পিঞ্জবদ্ধ হল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ ।
দীৰ্ঘদিন ধৰি বৃহত্তৰ চামগুৰি অঞ্চলত বাঘে সন্ত্ৰাস চলাই আহিছিল ।
পশুধনৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ভক্ষণ কৰিছিল বহু পশুধন।

25/06/2024

সোণাপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
যোৱা ৩ মে'ত দূধনৈত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ দোষীক কঠোৰতম শাস্তি বিহাৰ দাবীত সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সোণাপুৰতো নিখিল বড়ো ছাত্ৰ সন্থা গুৱাহাটী মেট্ৰ' জিলা সমিতি আৰু ডিমৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত জোৰ সমদল কাৰ্যসূচী ।
দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে আহ্বান সংগঠনৰ বিষয়ববীয়াৰ।
ভোক্তভোগীৰ পৰিয়ালক অচিৰেই প্ৰাপ্য ক্ষতিপুৰন দিয়াৰ বাবেও চৰকাৰ তথা প্ৰশাসন দাবী জনায় সংগঠনটোৰ নেতৃবৰ্গই।

24/06/2024

ঢেকীয়াজুলিৰ সমষ্টিৰ ১নং শইকীয়া চুবুৰীৰ এটা দৰিদ্ৰ পৰিয়ালে আজিৰলৈকে নাপালে চৰকাৰী ঘৰ।

24/06/2024

আজি জাগীৰোডত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ জাগীৰোডৰ শিলভঙাত বসবাস কৰি অহা প্ৰায় ১৫ শতাধিক পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ৷

24/06/2024

এটা পথৰ বাবেই যমৰ যন্ত্ৰনা ভূগিছে কলিয়াবৰৰ তেতুলগুৰিবাসী।

24/06/2024

কলিয়াবৰত আছুৰ অভিনন্দন অনুষ্ঠান। প্ৰাক্তন মুখ্য সচিব পৱন বৰঠাকুৰৰ অংশগ্ৰহণ।

Address


Telephone

+916901757527

Website

Alerts

Be the first to know and let us send you an email when Newswire India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Newswire India:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share