News19+ Darrang

  • Home
  • News19+ Darrang

News19+ Darrang তথ্য সমৃদ্ধ, সত্যৰ পক্ষত এক বলিষ্ঠ কণ্ঠ । The home of truth . Follow N19+ https://www.facebook.com/News19plusAssam/
(7)

13/06/2023
04/06/2023

মৃত ব্যক্তিৰ পৰিয়ালৰ ওপৰত চৰম অমানৱীয় নিৰ্যাতন চলোৱা মঙ্গলদৈৰ JNSM POLYCLINICৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ। দিলে স্বাস্থ্য মন্ত্রী হায় হায় শ্লোগান।

গ্ৰেপ্তাৰ হবনে ডাাাক্টৰ বিপ্লৱ বৰা? ৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰে বাতিল কৰিবনে?

আচলতে মঙলদৈ JNSM POLYCLINIC এখন চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা?আকৌ চিকিৎসকৰ ভুলৰ বাবে মৃত্যু এজন ৰোগীৰ । ...
03/06/2023

আচলতে মঙলদৈ JNSM POLYCLINIC এখন চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা?

আকৌ চিকিৎসকৰ ভুলৰ বাবে মৃত্যু এজন ৰোগীৰ । প্ৰতিবাদ কৰাত মৃতকৰ পৰিয়ালক গুৰুলাগুৰুলকৈ পিটিলে হস্পিটেলৰ কৰ্মচাৰীয়ে ।

জমৰূপী চিকিৎসক ডক্টৰ বিপ্লৱ বৰাৰ বিৰুদ্ধে আমছুৰ গোচৰ। Gall bladder অশ্ৰপ্ৰচাৰৰ সময়ত ডক্টৰ জনৰ ভুলৰ বাবে মৃত্যু হয় আছাদুল্লাহ নামৰ এজন ৰোগীৰ।

মৃত ব্যক্তি জনৰ সৰু ভাইয়ে কান্দি কান্দি আপত্তি কৰা বাবেই মঙলদৈ JNSM POLYCLINIC ৰ কৰ্মচাৰীয়ে এনেদৰে যুৱক জনৰ ওপৰত অকথ্য নিৰ্যাতন চলায় । যুৱক জনক বচাবলৈ যোৱা এগৰাকী মাতৃৰ কাপোৰ টানি খুলি দিয়াৰ অপচেষ্টা কৰে চিকিৎসালয় খনৰ কৰ্মচাৰীয়ে ।

22/05/2023

দৰঙৰ দুমুনিচকী ইংলিছ স্কুলৰ ছাত্ৰী নিলোফাৰ ৰহমানে দখল কৰিলে তৃতীয় স্থান

কি হবে বিচাৰে নিলোফাৰে?

22/05/2023

#দৰঙৰ নিলোফাৰ ৰহমানৰ তৃতীয় স্থান দখল।
#উৎফুল্লিত দৰংবাসী।

20/05/2023
https://www.facebook.com/156953228012540/posts/1756769981364182/?mibextid=Nif5oz
19/11/2022

https://www.facebook.com/156953228012540/posts/1756769981364182/?mibextid=Nif5oz

চাওঁক কি দৰে বিশেষ ধৰ্মীয় লোকৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা হৈছে ।

Fact check By News19Plus :
2019 চনৰ তুৰ্কীস্তানৰ পূৰণা ফটো ইডিট কৰি ভাৰতৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি থকা হৈছে

News19plus Fact : ফটো খন পূৰণা, 2019 চনত তুৰ্কীস্তানৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । য'ত মূৰত টুপী নাছিল । ফটো খনত টুপী লগাই এয়া ভাৰতৰ হজ্জ যাত্ৰী সকলে হজ্জ কৰিবলৈ যোৱাৰ দৃশ্য বুলি চলোৱা হৈছে অপপ্ৰচাৰ ।

এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কি ? ৰাইজে চিন্তা কৰি ইয়াৰ উত্তৰ উলিয়াব ।

➡ তুৰ্কীস্তানৰ দৈনিক নিউজ পেপাৰ মিলিয়াতৰ অফিছিয়েল ৱেবছাইট Milliyet .com ত 27 March 2019 ত প্ৰকাশ পাইছিল । ফটো নং 24 https://www.milliyet.com.tr/galeri/utandiran-yolcular-62063

➡ তুৰ্কী সংবাদ মাধ্যম ahaber .com ত 06.12.2019 ত প্ৰকাশ পাইছে ফটো খন য'ত টুপী আৰু মানুহ জনৰ মূৰ নাই https://www.ahaber.com.tr/galeri/dunya/ucakta-igrenc-olay-sosyal-medya-yikildi

1 নবেম্বৰ 2019 ত pssangershaming নামৰ ৰ এটা Instagrame একাউন্টৰ পৰা প্ৰকাশ কৰা হৈছিল ফটো খন (Check Screenshot) ।

ফটো খন ইডিট কৰি মূৰত টুপী লগাই দিয়া হৈছে । চৰকাৰী সুবিধাৰে হজলৈ যোৱাৰ দৃশ্য বুলি চলোৱা হৈছে অপপ্ৰচাৰ । এনেধৰণৰ অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যে কি ? ইয়াৰ আঁৰত কোন ? আৰক্ষীৰ হাতলৈ আহিবনে এই সকল ঘৃণা বিয়পোৱা ব্যক্তি ?

Follow https://www.facebook.com/News19plusAssam/
www.news19plus.com

   World Rhino Day   #গড়_দিৱস
22/09/2022

World Rhino Day
#গড়_দিৱস

   +
22/09/2022

+

মতামত?
16/09/2022

মতামত?

14/09/2022

13/09/2022

বেছিমাৰীত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে এই সজাগতামূলক "ৰাইজ মেল"

উদ্যোগত - বেছিমাৰী ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ

13/09/2022


৫৫ উৰ্ধৰ বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ ৷দৰঙৰ ছিপ...
10/09/2022

৫৫ উৰ্ধৰ বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ ৷

দৰঙৰ ছিপাঝাৰৰ বুঢ়াত সংঘটিত হৈছে এই জঘন্য ঘটনা । অন্তঃসত্বা কিশোৰী । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰতিৰাম নাথক গ্ৰেপ্তাৰ কৰে বুঢ়া আৰক্ষীয়ে ৷

ধৰ্মীয় স্থানত অনৈতিক কৰ্মৰ অভিযোগ ! মাদ্ৰাছাকলৈ বিতৰ্ক চলি থকা সময়ত পোহৰলৈ আহিছে এক জঘন্য ঘটনা ।কৰ্ণাটকৰ প্ৰভাৱশালী ধৰ্ম...
05/09/2022

ধৰ্মীয় স্থানত অনৈতিক কৰ্মৰ অভিযোগ ! মাদ্ৰাছাকলৈ বিতৰ্ক চলি থকা সময়ত পোহৰলৈ আহিছে এক জঘন্য ঘটনা ।

কৰ্ণাটকৰ প্ৰভাৱশালী ধৰ্মগুৰুৰ বিৰুদ্ধে শিশু ধৰ্ষণৰ অভিযোগ

ড্ৰাগছ খুৱাই দুগৰাকী শিশুক ধৰ্ষণ কৰাৰ অভিযোগত ইতিমদ্ধে অভিযুক্ত বাবাক গ্ৰেপ্তাৰ কৰিছে কৰ্ণাটক পুলিচে

নাবালিকা ছোৱালীৰ ওপৰত যৌন নিৰ্যাতনৰ গোচৰত শ্ৰী মুৰুঘা মটৰ মুখ্য পন্টিফ শিৱমূৰ্থী মুৰুঘাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ; কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে প্ৰভাৱশালী বাবা জনক ।

কৰ্ণাটকৰ ৰাজনীতিত বিশেষ প্ৰভাৱ থকা মুৰুগাৰাজেন্দ্ৰ বিদ্যাপীঠ মট্টৰ বৰ্তমানৰ মুৰব্বি আছিল শিৱ মূৰ্তি মুৰুঘা । কৰ্ণাটকৰ বৰ্তমানৰ মূখ্যমন্ত্ৰী বাসৱৰাজ বম্মাই, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, অমিত শ্বাহ আদি বহু ৰাজনৈতিক নেতাই আশিৰ্বাদ বিচাৰি ফুৰিছিল এইজন ধৰ্মগুৰু পৰা , অৰ্থাৎ ৰাজ্যত ধৰ্মগুৰু জনৰ ৰাজনৈতিক প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ আছিল ।

ধৰ্মগুৰু জনৰ কু-কৰ্মৰ বিৰুদ্ধে ১৫ আৰু ১৬ বছৰ বয়সৰ দুগৰাকী ছাত্ৰীয়ে ৰাজ্যিক শিশু কল্যাণ সমিতিৰ ওচৰত অভিযোগ দাখিল কৰে । ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৬ জুনৰ ভিতৰত মটৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ৰ ছাত্ৰী দুগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল।

ছোৱালী কেইগৰাকীয়ে কয় যে যৌন নিৰ্যাতনৰ পূৰ্বে তেওঁলোকক ড্ৰাগছ সেৱন কৰোৱা হৈছিল, কিন্তু, কি হৈ আছিল সেই কথা তেওঁলোকৰ মনত আছে ।

স্বাস্থ্যৰ দোহাই দি ইতিমদ্ধে জামিন বিচাৰি আদালতলৈ হাজিৰ হৈছে শিৱমূৰ্থী মুৰুঘা। এতিয়া আদালতে কি ৰায় দিয়ে সয়া লক্ষ্যণীয় হব ।

নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ19+

https://facebook.com/1667297676978080
23/07/2022

https://facebook.com/1667297676978080

Narendra Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ অনুষ্ঠান

🟥  দিনটোৰ হেডলাইন টপ-৯  🟥TOP1- ২২ জুলাই ভাৰতৰ ইতিহাসত এক বিশেষ দিন । ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰথম স...
22/07/2022

🟥 দিনটোৰ হেডলাইন টপ-৯ 🟥

TOP1- ২২ জুলাই ভাৰতৰ ইতিহাসত এক বিশেষ দিন । ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰথম স্বীকৃতি লাভ কৰিছিল। আমাৰ ত্ৰিৰংগা আৰু পণ্ডিত নেহৰুৰ দ্বাৰা উৰোৱা প্ৰথম ত্ৰিৰংগা সহ ইতিহাসৰ কিছুমান আকৰ্ষণীয় দৃশ্য -

TOP 2- এই বছৰ, "যেতিয়া আমি আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছো, সেই সময়তেই আমি 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী পালন কৰি ১৩ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত আপোনাৰ নিজৰ নিজৰ ঘৰত প্ৰদৰ্শন কৰক জাতীয় পতাকা। এই কাৰ্য্যসূচীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে আমাৰ সংযোগ গভীৰ কৰিব" বুলি পৰামৰ্শ প্ৰদান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

TOP 3- ভাৰতীয় ধনাট্য গৌতম আদানীয়ে বিল গেটছক স্থানচ্যুত কৰি বিশ্বৰ চতুৰ্থ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃতি পায়-

TOP 4- ৰে'লৱেই ৰে'ল ভাড়াত জ্যেষ্ঠ নাগৰিকৰ ৰেহাই চিৰদিনৰ বাবে বন্ধ' বুলি ঘোষণা ৰে'ল মন্ত্ৰী আশ্বিনি বিশালে।
দেশৰ চৰকাৰৰ ওচৰত দেশৰ জেষ্ঠ নাগৰিকৰ ১৫০০ টকীয়া এই সাধাৰণ ৰেহাই বন্ধ কৰাৰ কি প্ৰয়োজন হল, আজি... ৰাইজে উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন -

TOP 5- অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত অসমৰ চাৰিজন যুৱক । মূল পথৰ পৰা প্ৰায় দুখ ফুট তলত পৰিছিল বাহনখন । পূৱলীৰ বাবে পাহাৰৰ পৰা তলত বাগৰি পৰিছিল বাহনখন।
অৰুণাচলত সন্ধানহীন হোৱা অসমৰ চাৰি যুৱকৰ মৃতদেহ উদ্ধাৰ । অৰুণাচলৰ চেঁচাৰ সমীপৰ ৰাস্তাৰ কাষত চাৰিজনৰ মৃতদেহ উদ্ধাৰ।

TOP 6- ডিমাছা ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰ বঁটা- আইমি বৰুৱাৰ চলচিত্ৰ চেমখুৰলৈ স্বীকৃতি। special mention শিতানত বঁটা চেমখুৰলৈ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত উজ্বলিল অসমৰ চলচিত্ৰ ।

TOP 7- ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ। ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে দেশবাসীয়ে জনাই অলেখ অভিনন্দন, শুভেচ্ছা। দেশৰ জনজাতীয় সম্প্ৰদায়ৰ সকলোবোৰ সমস্যা সমাধানত তেওঁ কি ভূমিকা পালন কৰে নিশ্চয় সেয়া হব লক্ষ্যনীয়-

TOP 8- বঙাই গাঁৱত নাভূত নাশ্ৰুত ঘটনা । কবৰস্থ কৰা মহিলা সোঁশৰীৰে ওলাই আহিল ঘৰলৈ। চাঞ্চল্যকৰ সৃষ্টি কৰিছে ঘটনাটোৱে অঞ্চলত-

TOP 9- আজি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক বিজেপি চৰকাৰে ইডিৰ দ্বাৰা তদন্ত কৰোৱাৰ বিৰুদ্ধে শোণিতপুৰ কংগ্ৰেছ কমিটীৰ উদ্যোগত তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আৰু ৰকিবুল হুছেইন ৰ উপস্থিত এক বৃহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ-

ৱেব ডেস্ক- টপ-৯, নিউজ ১৯+

21/07/2022

আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা : ৯৯.১৮ শতাংশ ভোটগ্ৰহণ - কোন হব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

জানক কিছু নজনা কথা-

https://facebook.com/1665529190488262

Address


Alerts

Be the first to know and let us send you an email when News19+ Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News19+ Darrang:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share