Atlas Creation

  • Home
  • Atlas Creation

Atlas Creation We are a quality music and musical video Creator/ Producer.
(1)

21/04/2024

Chupa Chupi Trailer, An Assamese Web Seris

28/11/2023

Upcoming Song by Achurjya Barpatra stay tuned with Atlas creation

“Bagurumba” Realising on 24th November ……..
18/11/2023

“Bagurumba” Realising on 24th November ……..

এইবেলি বিহুত আপোনালোকৰ মাজলৈ নাচিবলৈ বুলি "বাগুৰুম্বা" আগবঢ়াই দিম । সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।
24/03/2023

এইবেলি বিহুত আপোনালোকৰ মাজলৈ নাচিবলৈ বুলি "বাগুৰুম্বা" আগবঢ়াই দিম । সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।

Across One Million Views 😍Thank you Assam 🙏 Dipanwita Deka
15/02/2023

Across One Million Views 😍

Thank you Assam 🙏

Dipanwita Deka

Presenting Morom Lagi Gol Tuk (Music Video) by Dipanwita Deka exclusively on Atlas Creation. ♫ Track Info ♫ Singer: Dipanwita DekaLyrics & Tune: RajnahanMusi...

"মৰম লাগি গল তোক" গীতটি আপোনলোকলৈ আগবঢ়াই দিলোঁ। কেনেকুৱা পালে জনাব নাপাহৰিব আৰু মৰম দিব বুলি আশা থাকিল।OUT NOW https://y...
08/02/2023

"মৰম লাগি গল তোক"
গীতটি আপোনলোকলৈ আগবঢ়াই দিলোঁ। কেনেকুৱা পালে জনাব নাপাহৰিব আৰু মৰম দিব বুলি আশা থাকিল।

OUT NOW

https://youtu.be/57zdWltnXWY
https://youtu.be/57zdWltnXWY

Dipanwita Deka Bonkim Saikia Madhusmita Sharma Soubhik Rajkhowa RED AV Studio

অতি কম সময়ৰ ভিতৰতে ৰাইজৰ মৰম বুটলিব লৈ সক্ষম হোৱা "মৰম লাগি গ'ল তোক" গীতটিৰ  Official video টো কাইলৈ আবেলি আপোনালোকৰ মাজ...
07/02/2023

অতি কম সময়ৰ ভিতৰতে ৰাইজৰ মৰম বুটলিব লৈ সক্ষম হোৱা "মৰম লাগি গ'ল তোক" গীতটিৰ Official video টো কাইলৈ আবেলি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ইতিমধ্যেই গীতটিত ১ লক্ষাধিক Reels জৰিয়তে যি আগতীয়া সঁহাৰি আমি সঁচাই অভিভূত হৈছো ।
♥️✨

Welcome to the official channel Atlas Creation. Atlas Creation our one stop destination to the latest and greatest Assamese good music by some ...

29/01/2023

Atlas Creation ৰ নতুন প্ৰকল্প "মৰম লাগি গ'ল তোক" দীপান্বিতা ডেকাৰ কণ্ঠৰে মুক্তি পাব গীতটি-

Atlas Creation ৰ বেনাৰত মুক্তিপ্ৰাপ্ত প্ৰতিটো প্ৰকল্পই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে। এই প্ৰযোজনা গোষ্ঠীটোৰ অধীনত যেতিয়াই কোনো এটা প্ৰকল্পৰ মুক্তিৰ বাতৰি আহে তেতিয়াই উৎসাহিত হৈ পৰা দেখা যায় সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শকক। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ কণ্ঠৰ "ভবাই নাছিলোঁ" ৰ পৰা আৰম্ভ কৰি অংগৰাগ পাপন মহন্তৰ "হাতে হাত ধৰি" লৈ Atlas Creation ৰ বেনাৰত মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই হৈছিল জনপ্ৰিয়, হয়টো এইগীত সমূহ আপোনাৰ আনন্দৰ অথবা নিসংগতাৰ সংগীও। শেহতীয়াকৈ এই ইউটিউব চেনেলটোতেই আন এটি গীতৰ মুক্তিৰ বিষয়ে জানিব পৰা গৈছে। গীতটিত কণ্ঠদান কৰিছে দীপান্বিতা ডেকাই। তেওঁৰ বিগত বছৰত শেষৰ পিনে মুক্তি লাভ কৰা "তোমাৰ কথা সুধি চাওঁ" গীতটিয়ে অনুৰাগীক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। ২ মিলিয়নতকৈও অধিক ভিউৱাৰচে উক্ত গীতটি ইতিমধ্যে ইউটিউবত উপভোগ কৰিছে। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীতটিৰ নাম হৈছে "মৰম লাগি গ'ল তোক"। এই বিহুসুৰীয়া গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই।

"মৰম লাগি গ'ল তোক" শীৰ্ষক গীতটিৰ কথা আৰু সুৰ ৰাজনহনৰ। সংগীত কৰিছে অনুপম কোঁৱৰে তথা শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ। গীতটিৰ নৃত্য পৰিচালনা কৰিছে চুমি বৰুৱাই। গীতটিক লৈ কৰা ৰীলচ সমূহে ইনষ্টাগ্ৰামত বহুখিনি জনপ্ৰিয়তা বুটলা পৰিলক্ষিত হৈছে। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত দীপান্বিতা ডেকা ২০১৯ চনত পেছাগতভাৱে সংগীতক্ষেত্ৰখনত সোমাই পৰিছিল। "নীলিম আশা" ৰে অসমীয়া সংগীত ক্ষেত্ৰখনত খোজ দিয়া দীপান্বিতা ডেকাই নীল আকাশৰ সৈতে কণ্ঠদান কৰা "মিছাকৈ নক'বি" শীৰ্ষক গীতটিৰে অধিক কাষ চাপিছিল অসমীয়া শ্ৰোতাৰ। কম সময়ত ভাইৰেল হোৱা অসমীয়া গীতসমূহৰ ভিতৰত অন্যতম আছিল এই গীতটি।

"Atlas Creation" ৰ বেনাৰত মুক্তি পাবলগীয়া দীপান্বিতা ডেকাৰ এই গীতটিৰ বাবে তেওঁক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


এইবেলি বিহুৰ  সময়চোৱাত আমি সাজু হৈছো Dipanwita Deka  ৰ কণ্ঠত "মৰম লাগি গ'ল তোক" বুলি এটি বিহু সুৰীয়া গীত এটি আপোনালোকৰ ব...
24/01/2023

এইবেলি বিহুৰ সময়চোৱাত আমি সাজু হৈছো Dipanwita Deka ৰ কণ্ঠত "মৰম লাগি গ'ল তোক" বুলি এটি বিহু সুৰীয়া গীত এটি আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ । আমি আশাবাদী আপোনালোকৰ মৰম পাম বুলি । গীতটিত সঙ্গীতেৰে সঁজাইছে অনুপম কোঁৱৰে গীতটিৰ কথা সুৰ ৰাজনহন ৰ ।

 R E L E A S I N G   T O M O R R O W  💥কৌশিক ৰ কণ্ঠত "উন্মাদনা" শীৰ্ষক গীতটি কাইলৈ শুভ মুক্তি লাভ কৰিব। গীতটিত সঙ্গীত অৰ...
09/12/2022



R E L E A S I N G T O M O R R O W 💥

কৌশিক ৰ কণ্ঠত "উন্মাদনা" শীৰ্ষক গীতটি কাইলৈ শুভ মুক্তি লাভ কৰিব। গীতটিত সঙ্গীত অৰ্ণব ৰ আৰু কথা-সুৰ ধৃতিমান ৰ । আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমি আশাবাদী।

20/11/2022

Teaser of the Title UNMADONA is O U T N O W

Coming to your playlist soon. 🎧

Will be available on Atlas Creation YouTube channel
https://youtube.com/

"ভাল লগা নে ভালপোৱা" গীতটি  কাইলৈ সন্ধিয়া মুকলি কৰা হ'ব আমাৰ office YouTube channel টোত । লগতে গীতটি Official audio টো D...
14/10/2022

"ভাল লগা নে ভালপোৱা" গীতটি কাইলৈ সন্ধিয়া মুকলি কৰা হ'ব আমাৰ office YouTube channel টোত । লগতে গীতটি Official audio টো Digital Platform আৰু YouTube আপোনালোকে শুনিবলৈ লৈ পাৱ । আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি । ধন্যবাদ🙏

Prabin Borah Rahul Dey Das saikia Bedant



❤️

"তুমি বিহীন" Palash Pol ( ft. Pronami Konwar ) কণ্ঠত কথা - সুৰ Prihan Pradeep ৰ এটি গীত। অতিকৈ  নতুন ধৰণৰ সোৱাদ আমি মুকল...
22/09/2022

"তুমি বিহীন"
Palash Pol ( ft. Pronami Konwar ) কণ্ঠত কথা - সুৰ Prihan Pradeep ৰ এটি গীত। অতিকৈ নতুন ধৰণৰ সোৱাদ আমি মুকলি কৰিলোঁ। শুনি ভাল পালে নৱ প্ৰজন্মক উৎসাহিত কৰিব ।

লগতে নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা Bedabrat Borah

https://youtu.be/I9VJWfq1e1E

Atlas Creation Presents the credits● Vocals - Palash Pol and Pronami Konwar● Music, mix and master - Dorjay Tamang● Lyrics and tune - Karan G...

Realising soon !
15/09/2022

Realising soon !

Hello Folks ❤️Atlas creation is so excited about the fact that we are announcing our next original   🥰  And here we are ...
09/08/2022

Hello Folks ❤️

Atlas creation is so excited about the fact that we are announcing our next original 🥰 And here we are presenting our frist poster.

This song is coming very real soon.
So till then keep us in your love and blessings 💕

Prabin Borah Rahul Dey Das saikia Bedant

16/07/2022

Audience reaction of Xobdo Nixobdo Kulahol .
If you have not watched the movie then grab your pass right now for tomorrow show . Tomorrow is our last day at Jyotichitrabon . Hope we see you there .

16/07/2022

#
১৬-১৭জুলাই, জ্যোতি-চিত্ৰবনত।
সময়: আবেলি ২.৩০, ৪.৩০, ৬.৩০ বজাত।
Entry passৰ বাবে যোগাযোগ কৰক 9859030977

15/07/2022

2nd Song of Xobdo Nixobda Kolahal Is Out Now. The song resembles the situations of the characters throughout the movie.

১৬-১৭জুলাই, জ্যোতি-চিত্ৰবনত।
সময়: আবেলি ২.৩০, ৪.৩০, ৬.৩০ বজাত।
Entry passৰ বাবে যোগাযোগ কৰক 9859030977

08/07/2022


স্বাগতা ভৰালীৰ অভিনয়ে যিকোনো চৰিত্ৰক জীয়াই তুলিব পাৰে। আহক স্বাগতাৰ ৰুকচানা চৰিত্ৰটোক উপভোগ কৰো শব্দ-নিশব্দ-কোলাহলত।
১৬-১৭জুলাই, জ্যোতি-চিত্ৰবনত।
সময়: আবেলি ২.৩০, ৪.৩০, ৬.৩০ বজাত।
Entry passৰ বাবে যোগাযোগ কৰক 9859030977

Bharali

Address


Telephone

+919101142026

Website

Alerts

Be the first to know and let us send you an email when Atlas Creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Atlas Creation:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share