MIX AXOM

MIX AXOM music , video , and technical

13/10/2020

BABORI BABORI ... COMMING SOON

31/07/2020

আমাৰ গাঁৱ উন্নতিৰ উচ্চ স্তৰত বগাই ফুৰিছে ,,, চৰকাৰী বুলিবলৈ চাকৰি , কাৰেন্ত ,পানী , তু বাদেই শিল এটাও নপৰিল ,,,

MIX AXOM page  এ নতুনকৈ এটি video আপোনালোকলৈ আগ বঢ়াই দিলো সকলোৱে LIKE SHARE , SUBSCRIBED কৰিব https://youtu.be/hNJJk-lIz...
16/05/2020

MIX AXOM page এ নতুনকৈ এটি video আপোনালোকলৈ আগ বঢ়াই দিলো সকলোৱে LIKE SHARE , SUBSCRIBED কৰিব https://youtu.be/hNJJk-lIzAc

25/04/2020

💐 CONGRATULATION💐
BHNTI SIKHA BORUAH

MIX AXOM FAMILY PAGE ৰ পৰা আয়োজন কৰা TIK TOK BETTLE ত আপুনি বিজয়ী হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে । আপোনালৈ বহুত বহুত শুভ কামনা যাছিলো ।লগতে আগন্তুক প্ৰতিযোগিতা বোৰতো অ্শ গ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিলোঁ ।
আপোনাৰ পুৰস্কাৰটি অতি সোনকালে আপুনালৈ প্ৰেৰণ কৰা হব । ধন্যবাদ

প্ৰতিযোগি ন ্ ২ ভন্তি শিখা বৰুৱা আপোনাৰ সময় সীমা শেষ হৈছে আপোনাৰ সময় 24 তাৰিখ ৰ  সন্ধিয়া 8 বজাৰ পৰা 25 তাৰিখৰ দিনৰ 11  ব...
25/04/2020

প্ৰতিযোগি ন ্ ২

ভন্তি শিখা বৰুৱা

আপোনাৰ সময় সীমা শেষ হৈছে আপোনাৰ সময় 24 তাৰিখ ৰ সন্ধিয়া 8 বজাৰ পৰা 25 তাৰিখৰ দিনৰ 11 বজালৈকে । গতিকে আপোনাৰ POINT বোৰ হল

👍Like 118 =118 point

👌 Comments 87 =172

🎂 Share 76 = 380

Total point = 672

প্ৰতিযোগি ন ্ -১ মৌছুমী গোহাঁই  যিহেতু আপোনাৰ সময় সীমা 24 তাৰিখৰ সন্ধিয়া 7 বজাৰ পৰা 25 তাখিখৰ ৰাতিপুৱা 10  বজালৈ আছিল । ...
25/04/2020

প্ৰতিযোগি ন ্ -১

মৌছুমী গোহাঁই

যিহেতু আপোনাৰ সময় সীমা 24 তাৰিখৰ সন্ধিয়া 7 বজাৰ পৰা 25 তাখিখৰ ৰাতিপুৱা 10 বজালৈ আছিল । গতিকে সময় সীমা শেষ হৈছে ,,, তাৰ হিচাপত আপোনাৰ point সমূহ এনে ধৰনৰ -

👍Like 123 =123 point

👌 Comments 89 =89×2= 178 point

💐Share 61×5 =305

Total point =606

24/04/2020

FINAL

প্ৰতিযোগি ন ্ ২

ভন্তি শিখা বৰুৱা

24 তাৰিখৰ 8 বজাৰ পৰা 25 তাৰিখৰ দিনৰ 11 বজা লৈকে ,like ,comment ,share বোৰ গণনা কৰা হব ।

আপোনালোকক জনাই দিও যে FINAL খন LIKE , COMMENT , SHARE ৰ দ্বাৰা বিবেচিত কৰা হব ।

💐1 like = 1 point
💐1 comments =2 point
💐1 share =5 point

Like , comment , share বোৰ MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব । ধন্যবাদ ,,,

24/04/2020

FINAL

প্ৰতিযোগি ন ্ ১

মৌছুমী গোহাঁই

24 তাৰিখৰ 7 বজাৰ পৰা 25 তাৰিখৰ দিনৰ 10 বজা লৈকে ,like ,comment ,share বোৰ গণনা কৰা হব ।

আপোনালোকক জনাই দিও যে FINAL খন LIKE , COMMENT , SHARE ৰ দ্বাৰা বিবেচিত কৰা হব ।

💐1 like = 1 point
💐1 comments =2 point
💐1 share =5 point

Like , comment , share বোৰ MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব । ধন্যবাদ ,,,

24/04/2020

আপোনালোকৰ ভোটাৰ সহায়ত দুজনী পৰবৰ্তী আৰু 1at prize ৰ কাৰণে নিৰ্বাচিত হৈছে ,

মৌছুমী গোহাঁই আৰু ভন্তি শিখা বৰুৱা।

*মৌছুমী গোহাঁইযে ভিতালী দুৱৰাক 46-38 ভোটট পৰাস্ত কৰিছে আৰু

*ভন্তি শিখা বৰুৱায়ে শিখা দেউঘৰীয়া ক 56 -33 ভোটট পৰাস্ত কৰিছে ।

আপোনালোকৰ যদি মোৰ ভোট গণনা কৰা ভুল বুলি ভাবিছে তেতিয়া হলে আপোনালোকে MIX AXOM PAGE ত গৈ নিজৰ ভিদিঅ টোত ALL comments লৈ গৈ গণনা কৰি মোক জনাব ।
আৰু নিদিস্ট সময় সীমা বান্ধি দিয়া সময়ৰ ভোট সমূহে গণনা কৰা হব ধন্যবাদ থাকিল।

24/04/2020

আপোনালোকক জনাই দিও যে আপোনালোকৰ কোনোবা অনুৰাগী এ page ত আহি যদি comment নিদিয়ে তেতিয়া হলে comments তো page ত আহি নাপায় , আৰু ভোট গননা কৰিবলৈ অসুবিধা হয় । গতিকে comment বোৰ MIX AXOM PAGE ত আহি দিয়ে যেন । আৰু এজন মানুহৰ পৰা এটাই comment accept কৰা হব । অন্যথা comment automatically delete হৈ যাব । ধন্যবাদ

23/04/2020

2nd semi final

A . শিখামনী দেউঘৰীয়া
বৰহাত ,ডাঙৰীকুমাৰ

B. ভন্তি শিখা বৰুৱা
সোণাৰি ,সেউজীপাম

আপোনালোকে ভাল লগা ভিদিঅ টো A বা B বুলি COMMENTS BOX ত লিখি দিব । আপোনালোকৰ Comments বোৰ MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।



আপোনালোকৰ ভোটৰ সময় 24 তাৰিখ দিনৰ 10 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

23/04/2020

1st semi final

A . ভিতালী দুৱৰা
বৰহাত , ডাঙৰীকুমাৰ

B. মৌছুমী গোহাঁই
বৰহাত ,ডাঙৰীকুমাৰ

আপোনালোকে ভাল লগা ভিদিঅ টো A বা B বুলি COMMENTS BOX ত লিখি দিব । আপোনালোকৰ Comments বোৰ MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।



আপোনালোকৰ ভোটৰ সময় 24 তাৰিখ দিনৰ 10 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

আমাৰ প্ৰথমতো COVER  ভিদিঅ ,,, সকলোৱে SHARE কৰি দিব । ধন্যবাদ  https://youtu.be/-kWAUCanPoo
23/04/2020

আমাৰ প্ৰথমতো COVER ভিদিঅ ,,, সকলোৱে SHARE কৰি দিব । ধন্যবাদ https://youtu.be/-kWAUCanPoo

Official release on MIX AXOM ...

22/04/2020



1st Round TIK TOK BETTLE

আপোনালোকে আপোনালোকৰ ভোট সমূহ A বা B বুলি COMMENT ত লিখি জনাব ।COMMENT টো MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।

A . মৌছুমী গোহাঁই
বৰহাত ,ডাঙৰীকুমাৰ

B .জানমনী দুৱৰা
বৰহাত , ডাঙৰীকুমাৰ

আপোনালোকৰ ভোটৰ সময় 23 তাৰিখ দিনৰ 11 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

19/04/2020



1st Round TIK TOK BETTLE

আপোনালোকে আপোনালোকৰ ভোট সমূহ A বা B বুলি COMMENT ত লিখি জনাব ।COMMENT টো MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।

A . অ্কুৰ গগৈ
বৰহাত ,ডাঙৰী কুমাৰ
বয়স 21

B .শিখামনি দেউঘৰীয়া
বৰহাত ডাঙৰী কুমাৰ
বয়স 18 বছৰ

আপোনালোকৰ ভোটৰ সময় অহাকালি দিনৰ 11 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

19/04/2020



1st Round TIK TOK BETTLE

আপোনালোকে আপোনালোকৰ ভোট সমূহ A বা B বুলি COMMENT ত লিখি জনাব ।COMMENT টো MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।

A . কি্শূক গগৈ
সাপেকহাতী
বয়স 21 বছৰ

B .ভিতালী দুৱৰা,
বৰহাত , ডাঙৰী কুমাৰ ,
বয়স 20 বছৰ

আপোনালোকৰ ভোটৰ সময় আজি নিশা 10 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

19/04/2020

1

1st Round TIK TOK BETTLE

আপোনালোকে আপোনালোকৰ ভোট সমূহ A বা B বুলি COMMENT ত লিখি জনাব ।COMMENT টো MIX AXOM PAGE ত আহি দিব লাগিব অন্যথা গ্ৰহণ কৰা নহব ।

A . অ্ কিত গগৈ ,
ডিব্ৰুগড় , বয়স 19 বছৰ

B .ভন্তি শিখা বৰুৱা ,
সোণাৰি , বয়স 20 বছৰ

আপোনালোকৰ ভোটৰ সময় আজি নিশা 10 বজালৈকে ।

PAGE টো like কৰক share কৰক আৰু comments ত জনাব ।

সৰ্ব প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।অসমীয়া YOUTUB CHANNAL , MIX AXOM  এ  আপোনালোকলৈ লৈ আহিছোঁ প্ৰ...
18/04/2020

সৰ্ব প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।

অসমীয়া YOUTUB CHANNAL , MIX AXOM এ আপোনালোকলৈ লৈ আহিছোঁ প্ৰথম বাৰৰ কাৰণে ASSAMESE TIK TOK CHALLENGE ...

আপোনালোকে যদি TIK TOK কৰি ভাল পাই তেতিয়া হলে আপোনালোকে আমাৰ এই প্ৰতিযোগিতাত অ ্শ গ্ৰহণ কৰক আৰু সকলোৰে আগত নিজকে চিনাকি দিয়ক । আপোনালোকৰ ভিদিঅ বোৰ MIX AXOM FACEBOOK PAGE ত দিয়া হব আৰু শ্ৰেষ্ঠ 10 টা ভিদিঅ YouTube ত MIX AXOM CHANNEL টোত UPLOAD কৰা হব আৰু ভিদিঅ সমূহ চাবলৈ MIX AXOM YOUTUB CHANNEL টো SUBSCRIBED কৰি লব ।

💐বি:দ্ৰ- ভিদিঅ সমূহ এটা এটাকৈ MIX AXOM FACEBOOK PAGE ত UPLOD কৰা হব ।
💐এজন মানুহে এবাৰহে COMMENT কৰিব পাৰিব । আৰু প্ৰতিযোগি য়ে COMMENTS ৰ উত্তৰ দিব নোৱাৰিব ।
💐 দুজন TIKTOKERS ৰ ভিদিঅ join কৰি A,B হিচাপে দুটা ভাগত ভাগ কৰি দিয়া হব , যি জনে বেচিকৈ ভোট পাব তেওঁ বিজয়ী ঘোষণা কৰা হব আৰু দ্বিতীয় স্টৰলৈ আগবাঢ়িব ।

নিয়মাৱলী সমূহ :
💐ভিদিঅ সমূহ WHATSAPP যোগেদি দিব লাগিব
💐 ভিদিঅ লগতে নাম ,ঠিকনা , আৰু বয়স উল্লেখ কৰি দিব লাগিব ।
💐 ভিদিঅৰ গানটো অসমীয়া হব লাগিব ।
💐বয়সৰ কোনো সীমা নাই ।
💐ভিদিঅ টো নিজৰ হব লাগিব , বেলেগৰ পৰা DOWNLOAD কৰি দিলে গ্ৰহণ কৰা নহব ।
💐অচ্লিল পোছাক পিন্ধি ভিদিঅ দিলে গ্ৰহণ কৰা নহব ।
💐Join fees -pytm , Google pay ৰা দ্বাৰা দিব লাগিব ।
💐JOIN FEES মাত্ৰ 10 টকা ।
💐 ভিদিঅ দিয়া অন্তিম তাৰিখ 24 April
💐 ফলাফল 25 April ত দিনৰ 10 বজাত দিয়া হব ।

WHATSAPP NO - 6003190938
9365606412
PYTM /GOGOLE PAY NO :6001693361

Address


Telephone

+916001693361

Website

Alerts

Be the first to know and let us send you an email when MIX AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MIX AXOM:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share