Mou Entertainment Plus

  • Home
  • Mou Entertainment Plus

Mou Entertainment Plus জীৱনৰৰ ইটো সিটো মৌ(মিঠা/ভাল লগা/মনক আনন্দ দিব পৰা -কথা/দৃশ্য) ।। Unique, Orginal footage - for entertainment + only🙏🏻

03/02/2025

Akashi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই)
শ্ৰেণী:ভূপেন্দ্ৰ স‌ংগীত
কণ্ঠ:ড° ভূপেন হাজৰিকা
সংগীত:ড° ভূপেন হাজৰিকা
সুৰ:ড° ভূপেন হাজৰিকা
কথা:ড° ভূপেন হাজৰিকা

বিশ্বজিৎ গগৈৰ ক্ঠত - আকাশী গংগা বিচৰা নাই





তাঈ আহোমৰ পোছাকত আমাৰ গৌৰৱ...আমাৰ মৰমৰ উদীয়মান কন্ঠশিল্পী -বিশ্বজিৎ গগৈ ।। বৰ্তমান সপ্তম শ্ৰেণীৰ ছাত্ৰ।। তেওঁ গোৱা গানব...
03/02/2025

তাঈ আহোমৰ পোছাকত আমাৰ গৌৰৱ...
আমাৰ মৰমৰ উদীয়মান কন্ঠশিল্পী -বিশ্বজিৎ গগৈ ।।
বৰ্তমান সপ্তম শ্ৰেণীৰ ছাত্ৰ।।

তেওঁ গোৱা গানবোৰত আপোনালোকৰ প্ৰশংসাই তেওঁক উৎসাহিত কৰিছে ।। এই পোষ্টৰ জড়িয়তে তেওঁ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছে ।। ধন্যবাদ।। 🙏





আনন্দ সফলতাৰ প্ৰতিজন যুঁজাৰুৱে পাওঁক  - বহু কষ্ট আৰু অনাতনৰ মাজৰে আগবাঢ়ি গৈ এনেদৰে পুৰস্কাৰ পোৱাসকলক শুভেচ্ছা।। Scooty ...
03/02/2025

আনন্দ সফলতাৰ প্ৰতিজন যুঁজাৰুৱে পাওঁক - বহু কষ্ট আৰু অনাতনৰ মাজৰে আগবাঢ়ি গৈ এনেদৰে পুৰস্কাৰ পোৱাসকলক শুভেচ্ছা।। Scooty এখনে দূৰৈত থকা মহাবিদ্যালয়ত পঢ়িবলৈ গাঁৱৰ ঘৰৰ পৰা যাবলৈ সুবিধা কৰি দিয়া বাবে -ধন্যবাদ বৰ্তমান চৰকাৰ আৰু প্ৰশাসনক ।।




02/02/2025

জুবিন গাৰ্গৰ অসমীয়া গান গাগৰি কঁকালত - বিশ্বজিৎ গগৈৰ কন্ঠত ।








গাগৰি কঁকালত

গাগৰি কঁকালত ৰ’দালি দুগালত

মৰো মৰো লাগে তোমাৰ ৰুপত

লাহগী লাহগী এটি এটি খোজত

উঠিছে ঢৌ মোৰ মনৰে বনত

পানী অহা ঘাটলে

নাযাবা দেই অকলে

ছল পালে কোনোবাই

লৈ যাব ধৰি লৈ যাব ।

02/02/2025

Tai Ahom - Song
বিশ্বজিৎ গগৈৰ কণ্ঠত এটি সুন্দৰ গীত, তাঈ আহোম ভাষাত...




01/02/2025

তাঈ ভাষাক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যোৱা বিশ্ববিখ্যাত গবেষক ষ্টিফেন ম'ৰে - গদাধৰ সিংহই ভাদৈৰ স্মৃতিত খন্দোৱা পুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা মে-ডাম-মেফি-ত অসমবাসীক জনোৱা কথাবোৰ..






Stephen Morey is a linguist who has extensively researched the Tai languages of Northeast India, particularly those spoken in Assam. His work focuses on languages such as Tai Aiton, Tai Phake, and Tai Khamyang. Between 1996 and 2002, Morey conducted fieldwork that culminated in his PhD thesis, which was later published as "The Tai Languages of Assam: A Grammar and Texts" in 2005.

In this comprehensive study, Morey provides detailed grammatical analyses and textual examples of these languages, contributing significantly to the understanding and documentation of the Tai linguistic heritage in Assam. His research also delves into tonal changes within these languages, as discussed in his paper "Tonal Change in the Tai Languages of Northeast India."

Additionally, Morey has explored the Tai Ahom language and its revival efforts. In his 2002 work, he discusses the current state of the Tai Ahom language and the initiatives aimed at its revitalization.

Through his extensive research, Stephen Morey has made substantial contributions to the study and preservation of Tai languages in Northeast India, highlighting their unique linguistic features and cultural significance.

01/02/2025

সৰু কালৰ বিশ্বজিৎ গগৈ.. বিশ্বজিৎৰ কন্ঠত- বন্ধু।। গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ জন্মদিন ১২ নবেম্বৰত গাইছিল.. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী ফেকেলা গাঁৱত।। জন্ম দিনৰ আয়োজক আছিল - বিতু ফুকন।।



01/02/2025

তাঈ ভাষাক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যোৱা বিশ্ববিখ্যাত গবেষক ষ্টিফেন ম'ৰে - গদাধৰ সিংহই ভাদৈৰ স্মৃতিত খন্দোৱা পুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা মে-ডাম-মেফি-ত অসমবাসীক জনোৱা কথাবোৰ..






Stephen Morey is a linguist who has extensively researched the Tai languages of Northeast India, particularly those spoken in Assam. His work focuses on languages such as Tai Aiton, Tai Phake, and Tai Khamyang. Between 1996 and 2002, Morey conducted fieldwork that culminated in his PhD thesis, which was later published as "The Tai Languages of Assam: A Grammar and Texts" in 2005.

In this comprehensive study, Morey provides detailed grammatical analyses and textual examples of these languages, contributing significantly to the understanding and documentation of the Tai linguistic heritage in Assam. His research also delves into tonal changes within these languages, as discussed in his paper "Tonal Change in the Tai Languages of Northeast India."

Additionally, Morey has explored the Tai Ahom language and its revival efforts. In his 2002 work, he discusses the current state of the Tai Ahom language and the initiatives aimed at its revitalization.

Through his extensive research, Stephen Morey has made substantial contributions to the study and preservation of Tai languages in Northeast India, highlighting their unique linguistic features and cultural significance.

31/01/2025

তাঈ আহোমৰ জাতীয় সংগীত..
পৰিবেশন কৰিছে- মে নাং ৰাই, ভাদৈ ।।

তাই আহোম- সমবেত সংগীত..




31/01/2025

বিশ্বজিতৰ কন্ঠত ৰাজীৱ শদিয়াৰ এটি শক্তিশালী গীত - "লাগিব লাগে কিহত, লাগি আছোঁ আমি কিহত? "






fans
𝑭𝒐𝒍𝒍𝒐𝒘𝒆𝒓𝒔.

বিশিষ্ট তাঈ ভাষা গৱেষক ষ্টিফেন ম'ৰেৰ সৈতে...      Chief Guest- Australian Researcher Stephen Moore , Bhadoi Nagar , Bhad...
31/01/2025

বিশিষ্ট তাঈ ভাষা গৱেষক ষ্টিফেন ম'ৰেৰ সৈতে...






Chief Guest- Australian Researcher Stephen Moore , Bhadoi Nagar , Bhadoi Panchali ভাদৈ পাঁচআলি

31/01/2025

Me-Dam-Mephi , TYPA, Duliajan
।। তাঈ আহোম সমবেত সংগীত।।



31/01/2025

Tai Ahom - Bihu Song
বিশ্বজিৎ গগৈৰ কণ্ঠত এটি বিহুগীত, তাঈ আহোম ভাষাত...





Address


Telephone

+919508811050

Website

https://youtube.com/@mastitvassam?si=eFS8Sye3CZc3IxwL

Alerts

Be the first to know and let us send you an email when Mou Entertainment Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share