Axom News

Axom News EK News is the channel of Assam where you will get the right information.

15/09/2023

বৰপেটা জিলাৰ বাৰাগুৱাত ‌বাঘৰ আতংক।

12/09/2023

বৰপেটা ৰোডৰ কাটাঝাৰত বজ্ৰপাত পৰি আহত চাৰি গৰাকী কিশোৰ-কিশোৰী।

11/09/2023

মুফতি মকিবুৰ ৰহমান আজহাৰীৰ কল ৰেকৰ্ডিংৰ আচল সত্যতা ওলাই পৰিছে।

কাইলৈ বৰপেটা জিলা বন্ধ স্থগিত ৰাখিছে।
01/09/2023

কাইলৈ বৰপেটা জিলা বন্ধ স্থগিত ৰাখিছে।

01/09/2023
26/08/2023

এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এখন UCO Bank ৰ CSP ৰ স্বত্বাধিকাৰীৰ ওপৰত।

25/08/2023

বিশিষ্ট লেখিকা শিখা শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিব।

20/08/2023

পল্লা নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ মৃত দেহ উদ্ধাৰ হৈছে।

18/08/2023

পুনৰ পল্লা নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন যুবক।

30/04/2023

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠান।

নিয়মীয়া সংবাদ 24 ৰৰ সাপ্তাহিক বাতৰি কাকত প্ৰকাশ পোৱা বাতৰি।
24/04/2023

নিয়মীয়া সংবাদ 24 ৰৰ সাপ্তাহিক বাতৰি কাকত প্ৰকাশ পোৱা বাতৰি।

20/04/2023

বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হ'ল ভাৰত।

সত্যৰ পথত সদায় সত্যৰ সন্ধানত।
19/02/2023

সত্যৰ পথত সদায় সত্যৰ সন্ধানত।

27/04/2022

আজি বৰপেটা জিলাৰ অন্তৰ্গত গান্ধাৰী পাৰা আল জামিয়া ইছলামীয়া হাফিজীয়া মাদ্ৰাছা প্ৰাংগনত আজি গান্ধাৰী পাৰা সেৱা সংঘৰ উদ্যোগত এখনি ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়।

মহৎ লোকৰ বানী।
11/04/2022

মহৎ লোকৰ বানী।

বৰপেটা জিলাৰ বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলামৰ অকাল মৃত্যু ।সমগ্ৰ অঞ্চলজুৰি শোকৰ বন্যা।************************...
27/03/2022

বৰপেটা জিলাৰ বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলামৰ অকাল মৃত্যু ।সমগ্ৰ অঞ্চলজুৰি শোকৰ বন্যা।
***************************
নুৰুল ইছলাম সমাজত নুৰু পিয়ন হিচাপে জনাজাত।
বৰপেটা ৰোড সমীপৰ বিলাসীপাৰা পাথাৰৰ ডণ্ডৰৰপাম চোপাৰ বাসিন্দা, কৰ্ম হিচাপে বিলাসীপাৰা বজাৰৰ এজন পিয়ন হিচাপে কৰ্মৰত আছিল। পিয়ন কামৰ উপৰিও এজন খেতিয়ক হিচাপে জনাজাত ।
সমাজৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়নৰ হকে নিজকে উচৰ্গা কৰা নুৰুল ইছলাম এজন সৎ আৰু অমায়িক ব্যক্তিত্বৰ অধিকাৰী আছিল। ধৰ্মৰ প্ৰতি আছিল অটল বিশ্বাস।
আজি বিয়লি প্ৰায় ৬ বজাত নুৰুল ইছলামে ইহসংসাৰৰ পৰা মেলানি মাগে ।
মৃত্যুৰ সময়ত তেও দুজন পুত্ৰ সন্তানৰ লগতে পাঁচজনী কইনা সন্তান ইহসংসাৰত এৰি থৈ যায়।

আজি সাহিত্য ৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী
26/03/2022

আজি সাহিত্য ৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী

NRC প্ৰসংঙ্গত ৰাজ্য চৰকাৰৰ গুৰুত্বপুৰ্ন সিদ্ধান্ত।📌এতিয়াৰে পৰা NRC নাম নথকা লোকেও লাভ কৰিব আধাৰ কাৰ্ড।📌দল-সংগঠনৰে সৈতে দ...
24/03/2022

NRC প্ৰসংঙ্গত ৰাজ্য চৰকাৰৰ গুৰুত্বপুৰ্ন সিদ্ধান্ত।📌এতিয়াৰে পৰা NRC নাম নথকা লোকেও লাভ কৰিব আধাৰ কাৰ্ড।📌দল-সংগঠনৰে সৈতে দীৰ্ঘদীনৰে পৰা চলি আছিল আলাপ-আলোচনা।📌আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল প্ৰায় ২৭লাখ লোক।📌অৱশ্যে আধাৰ কাৰ্ড থাকিলেই এজন ব্যক্তিক ভাৰতীয় বুলি ধৰা নহব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

Address


Telephone

+918822804621

Website

Alerts

Be the first to know and let us send you an email when Axom News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share