22/06/2022
Here is one of the latest posts in Trikaal: অলপ আত্মবিশ্লেষণ কৰি চালে আমি হয়তো দেখিম যে সুখ, আনন্দ, পৰিতৃপ্তিত চকু মুদ খাই যাবলৈ কেতিয়াবা বিৰাট ডাঙৰ কিবা এটা সাফল্য বা আমোদ-প্ৰমোদৰ প্ৰয়োজন নহয়। আপাতঃ গুৰুত্বহীন, নিৰ্বিশেষ সৰু সৰু ঘটনা-পৰিঘটনাবোৰেও বিমল আনন্দৰে জীৱন সমৃদ্ধ কৰি তুলিব পাৰে। পাছত সেইবোৰেই স্মৃতিৰ ভঁৰালত সোণগুটি হৈ জীৱনৰ মধুৰতম সোঁৱৰণী হৈ পৰে। সকলোৰে জীৱনত তেনেকুৱা সাধাৰণ, কিন্তু নিৰ্ভেজাল আনন্দৰ উৎসৰ অভাৱ নাই। তেনেকুৱা ক্ষণবোৰ পাহৰণিৰ বুকু ফালি যেতিয়া সোঁৱৰি চাওঁ, তেতিয়া হয়তো দেখোঁ জীৱনৰ যাত্ৰাটোৱে আমাক বহুত কিবাকিবিয়েই দি গৈছে। এই যাত্ৰাত লক্ষ্য কি ডাঙৰ কথা নহয়, পথ আৰু যাত্ৰাৰ সৌন্দৰ্য উপভোগ কৰাটোৱেই মুখ্য।.....
সম্পূৰ্ণ লেখনিটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক
https://trikaal.in/2022/06/19/xoru-xoru-anandabur/