23/03/2024
অকণমান সময় উলিয়াই সম্পূর্ণ পঢ়িব!! 🙏🙏🙏
১৯৩১ চনত আজিৰ দিনতে অৰ্থাৎ ২৩ মাৰ্চত শ্বহীদ bhagat singh, শ্বহীদ Shivaram rajguru আৰু শ্বহীদ Sukhdev thapar নামৰ এই তিনিগৰাকী স্বাধীনতা সংগ্রামীক মাত্র ২৩ বছৰ বয়সতে ফাছি দিয়া হৈছিলে John Saunders নামৰ এজন ব্ৰিটিছ পুলিচ অফিচাৰক হত্যা কৰাৰ বাবে ।।।।।
শ্বহীদ Bhagat singh ৰ দেউতাকে ব্ৰিটিছক মাফি নামা বিচাৰিব খুজিছিলে নিজৰ পুত্রৰ ৰেহাইৰ বাবে কিন্তুু মহান স্বাধীনতা সংগ্রামী শ্বহীদ Bhagat singh এ দেউতাকক কৈছিল যে ---তেওঁৰ ফাছি যদি নহয় তেন্তে তেওঁ বাচি যাব কিন্তুু যদি ফাছি হয় তেন্তে ভাৰতৰ ঘৰে ঘৰে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা এজন এজন সংগ্রামী স্বাধীনতা যোদ্ধাৰ জন্ম হব !!!!!!
শ্বহীদ ভগত সিংহ এ মাত্র ২৩ বছৰ বয়সতে শ্বহীদ হৈ যায় কিন্তু ভাৰতৰ শত্রু ব্ৰিটিছ ক কেতিয়াও মাফি নিবিচাৰিলে ।।।
তেওৰ শ্বহীদ হোৱাৰ ১৬ বছৰ ৫ মাহ ৮ দিন পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ব্ৰিটিছ ৰ পৰা স্বাধীন হয় ।।।।
এইখিনিতেই এটি কথা কব খোজো Freedom is not given it is taken ( স্বাধীনতা দিয়া নহয় ইয়াক কাঢ়ি লোৱা হয় ) Netaji Subhas Chandra Bose...
কিন্তুু স্বাধীনতা লাভ কৰি ভাৰতৰ কিছুমান ব্যক্তি এ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই মহান স্বাধীনতা সংগ্রামী শ্বহীদ সকলৰ অৱদানক পাহৰি যায় ।।।
আৰু ভাৰতৰ স্কুল, কলেজৰ ইতিহাসৰ কিতাপতো কিছুমান স্বাধীনতা সংগ্রামত অৱদান নথকা মানুহৰ বিষয়ে লিখি দিয়া হয় !!!!
কিন্তুু স্বাধীনতা সংগ্রামত শ্বহীদ বোৰৰ বিষয়ে কমকৈ লিখা বা শিকোৱা হয় !!!!
আজিৰ ভাৰতত কোনোবাই উপাধি কোনোবাই সংগঠন লৈ ৰাজনীতি কৰি ভাৰতৰ কিছুমান স্বাধীনতা যোদ্ধা নাম নোহোৱা কৰি দিছে!!!!
কোনোবাই নিজৰ উপাধিৰ নামত আৰু কোনোবাই ধৰ্মৰ নামত ৰাজনীতি কৰি আমাক মূৰ্খ বনাই আছে আৰু আমি হৈ ও আছো !!!! 😀😀😀
১০০ জনৰ ভিতৰত ৯৯ জনেই বেইমান তথাপিও আমাৰ ভাৰত মহান 🙏🙏🙏🙏🙏