Assam News

Assam News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam News, Media/News Company, .

12/08/2023

Jotin Bora (Actor) KK ,Muhan
Rupom Kakoti (Beharbari Outpost)
(singer & actor)
Joy Chakraborty (singer)
Songgita Saikia (female singer)
Location - Jajori Bus Stand
Date - 16 August

15/07/2023

জাজৰি উৎসৱ

12/05/2023
11/05/2023
11/05/2023
15/03/2023
26/02/2023
03/12/2022
16/04/2022
16/04/2022
16/04/2022
17/03/2022

বৃহত্তৰ টুকটুকী অঞ্চলত এটি ৱেব পৰ্টেলৰ অতপালি।
অতিষ্ঠ ৰাইজ বেচামাৰী প্ৰেছ ক্লাৱে দাখিল কৰিলে এজাহাৰ।

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া সংবাদ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছে ৱেব পৰ্টেল চেনেল সমূহে ৰাইজে সঁহাৰিও জনাইছে যতেষ্ঠ।তাকে দেখি সকে বিসকে অলিয়ে গলীয়ে গড় লৈ উঠিছে একাংশ ৱেব পৰ্টেল।কথাতে আছে নহয় "আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা"তেনে ঘটনাই সংঘটিত হৈছে টুকটুকীত।সাংবাদিক জগতৰ অ,আ,ক,খ নজনা।স্বয়ম্ভূ সাংবাদিক আতাবুৰ ৰহমান নামৰ এজন যুৱকে নিউজ নৰ্থইষ্ট আচাম নামৰ এটি পৰ্টেল খুলি হকে বিসকে বাতৰি পৰিৱেশন কৰি অঞ্চলৱাসী ৰাইজক অতিষ্ঠ কৰি আহিছে বুলি অঞ্চলৱাসীয়ে কৰিছে অভিযোগ।সাংবাদিকতাৰ কাণ্ড-জ্ঞান নথকা এই জনা মহাজ্ঞানীয়ে অৱশেষত ভৰিৰে মোহাৰিছে শিশুৰ অধিকাৰকো এটি ফুল কুমলীয়া শিশুৰ হাতত তুলি দিছে নিউজৰ লগো।উক্ত ঘটনাত অতিষ্ঠ হৈ অৱশেষত বেচামাৰী প্ৰেছক্লাৱৰ সভাপতি আৰু সম্পাদকে এইকৰাকী শয়ম্ভূ নামদাৰী সংবাদীকৰ বিৰুদ্বে আহোমগাঁও আৰক্ষী পহৰা চকীত দাখিল কৰিছে এজাহাৰ।এতিয়া প্ৰশ্ন হয় আৰম্ভণিৰে পৰা বিতৰ্কিত এইগৰাকী শয়ম্ভূ সাংবাদিকক নাকি লগাবলৈ সক্ষম হবনে আহোমগাঁও আৰক্ষী।

14/03/2022

নগাঁও জিলাৰ কটহগুৰি গাৱৰ এজনী দোকানীক আক্ৰমণ।

নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত কটহগুৰি ৩ নং ৱাৰ্ডৰ ইক্ৰামূল হুছেইনৰ পত্নী বিলকিছ আহমেদক আক্ৰমণ।
নগাঁও জিলাৰ কটহগুৰি গাৱৰ এজনী দোকানীক আক্ৰমণ।

09/03/2022

মাটি কঢ়িওৱা টেক্টৰে মহতিয়ালে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক।
এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আন গৰাকী উন্নত চিকিৎসাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ।

22/02/2022

কাজিৰঙাত নতুন এনিমেল ক'ৰিডৰৰ নামত কৰা উচ্ছেদৰ প্ৰতিবাদ - সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা* ।
প্রেছ বিবৃতি
*সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্ধিত এনিমেল ক'ৰিডৰৰ নামত চলোৱা উচ্ছেদ কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰে আৰু তাৎক্ষণিক ভাৱে এই উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায়*।

17/02/2022

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী আৰু ভাৰপ্ৰাপ্ত সম্পাদিকা ক্ৰমে পৰী কুমাৰী বৰুৱা আৰু আয়েফা বেগমে আজি প্ৰেছ বিবৃতিৰ জৰিয়তে জনাই যে নগাঁও জিলাৰ ম'হখুলী স্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত প্ৰসূতি সকলে সন্তান জন্ম দিয়াৰ সময়ত চিকিৎসকে ধন দাবী কৰা সম্পৰ্কত অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে*।

05/02/2022
15/01/2022

অসমত সঘণে হৈ থকা নাও দূৰ্ঘটনাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ আনকি নাও দূৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভকতগাঁও যুৱক সংঘৰ দ্বাৰা এখনি নাওৰ আৰ্হিত ভেলা ঘৰ সাজি ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হয় । গাঁৱৰ সকলো ৰাইজ মিলি সোনাই নদীৰ পাৰত ভোগালীৰ এসাঁজ আনন্দ উল্লাহৰ মাজেৰে গ্ৰহণ কৰে । ভেলাঘৰত মেজিৰ জুইৰে আৰম্ভ কৰি নাম প্ৰশংগৰ পাছত সকলোযে ফুৰ্তি কৰা দেখা যায় ।
বিহুৰ দিনা ভেলাঘৰত ভোগালী বিহু উপলক্ষে লটাৰী খেল আয়োজন কৰা হয় ।

06/01/2022

বটদ্ৰৱাৰ কটহগুৰিত সংখ্যালঘু ছাত্র বৃত্তিৰ ধন আত্মসাৎ।
প্রধান শিক্ষক হবিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল।

05/01/2022

মিকিৰভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় কোভিড ভেকচিন ‌।
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাৰ মিকিৰভেটা পাব্লিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজতো কোভিড ভেকচিন ‌প্ৰদান কৰা দেখা গৈছে ।

19/12/2021

জাজৰি আমোলাপট্টি মাজস্থলত অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাত জাজৰি আমোলাপট্টি চুপ্ৰিম ভলিবল একাডেমী বিজয়ী।

18/12/2021

দলংঘাট মডেল হস্পিতালত এম্বুলেন্স প্ৰদান বিধায়িকা শিৱামনি বৰাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই সমষ্টিৰ স্বাস্থ্য সেৱাৰ উন্নয়ণৰ বাবে তৎপৰতা অৱলম্বন কৰিছে ৷

Address


Telephone

+917637072609

Website

Alerts

Be the first to know and let us send you an email when Assam News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share