Free Law Advice by PBS

  • Home
  • Free Law Advice by PBS

Free Law Advice by PBS Hi! By this page I am trying to improve our legal experience with Law. আইন জানো আহক।
(1)

31/12/2023

Full Course time with njpcoaching....

সম্পূৰ্ণ  কল্পনা কৃত চৰিত্ৰ ৰূপায়ণ কৰি আইনৰ লগত সংগতি থকা কিছুমান ঘটনা ...."দানৱ ৰূপী শিক্ষক আৰু মৰমৰ বান্ধৱী"(প্ৰথম খণ...
01/12/2023

সম্পূৰ্ণ কল্পনা কৃত চৰিত্ৰ ৰূপায়ণ কৰি আইনৰ লগত সংগতি থকা কিছুমান ঘটনা ....
"দানৱ ৰূপী শিক্ষক
আৰু
মৰমৰ বান্ধৱী"
(প্ৰথম খণ্ড)
অসমৰ এখন আগ শাৰী জিলাৰ পিছপৰা গাওঁ। পুৱা চৰাই ৰ কিৰিলী ৰে প্ৰকৃতী ৰ মনোমোহা ৰূপ । বোধ হই কোনোবা অপস্বৰী যে পুৱাৰ কোমল ৰদত তিতা চুলি মেলি আকাশত মেঘ ৰ মাজত লুকা ভাকু খেলিছে। প্ৰকাণ্ড অজগৰ সাপৰ দৰা পৰি থকা ৰাস্তা টোৰ মাজত সৃষ্টি হোৱা অকণমানি মাটিৰ বন নথকা অংশ টোৰ মাজেদি সৰু সৰু শিশু সকল পুৱাৰ স্কুল লৈ গৈছে। ঠিক সেই সময়ত বিপৰীত দিশৰ পৰা অহা এখন কৰ্কশ মাতৰ পুৰণি চাইকল। আৰোহী জনৰ কপালত বিন্দু বিন্দু ঘামৰ টোপোল । ভাৰাক্ৰন্ত কম্পিত চকুহালিৰ মাজত সোমাই আছে (ছপা উ(ত্তজনা আৰু আতংকৰ।
চাইকল আৰোহী : স্কুললৈ নাজাবি। আমুকৰ পুতে(ক সুইছাইড কৰিলে। কেৱল তৃতীয় শ্ৰেণীৰ এটা ল'ৰা l
কিন্তু কিয়? কিয়?
তাৰ পাছত চাৰিওফালে লৰাঢপৰা হুলস্থুল।
ঘটনা স্তলী: হয়। এটি শিশু(ৱ বাছি ললে আত্মহনন ৰ পথ। কেৱল মানুহৰ মোৰ আৰু চুলি বাদ দি একো দেখা নাই । বিশাল জনতা l ৰাও চি জোৰা কান্দোন, আকা(শ বতাহ ত কেৱল ধিক্কাৰ। চিঃ l ছিঃ।
ভগৱান কত তুমি!
জৰা জিৰ্ণ ঘৰ এটা ৰ চোতালত পৰি আছে (শতা মুখৰ,কলা পৰা ওঠৰ এটি নিস্পাপ শিশুৰ মৃত শৰীৰ। এজাক লৰা ছোৱালী ৰ মাজৰ সকলোতকৈ মেধাৱী লৰা টো মৰিল। কিন্তু কিয় ?
বিদ্যাল়য়: পুৱাৰ প্ৰাথনা সমাপ্ত কৰি প্ৰধান শিক্ষক জনে ইতিমধ্যে তেওঁৰ কোঠা টোৰ চকী খনত বহি দেখা পালে চৰকাৰৰ আৱ(হলা ত গ্ৰাম্য পুজিৰত গঠিত খলা বমা পথ টোত আৰক্ষীৰ এখন চাইৰণ বজোৱা গাড়ী। হতবাক তেওঁ। খাকী পোছাকৰ বৃহৎ দল।
আকস্মিক ঘটনাৰ তদাৰক কৰিব নপাওঁ(তই তেওঁক শুনা পালেই অতি গল গলিয়া মাত।
ছাৰ সোমাব পাৰিম(ন !
প্ৰধান শিক্ষক: অহ আহক।
(তেওঁৰ কপালত বিন্দু বিন্দু ঘাম। কৰবাত মাত টো লাগি গৈছে। (ছপা ভয় আৰু উ(ত্তজনা! )
ইতিমধ্যে স্কুলখন (ঘৰাও দিয়া হৈছে। খেল পথাৰত এদল খঙাল জনতাৰ মাজত দুই এজন সাংবাদিকৰ মুখ।
পুলিচ অফিচাৰ:

ছাৰ ! আমি এটা প্ৰাথমিক তদন্ত কৰিবৰ বাবে আহিছোঁ। আপোনাৰ স্কুলৰ ছাত্ৰ এটাই আত্মহত্যা কৰিছে !
নাম:............. ........
বয়স : ১o ৰ পৰা ১১ বছৰ।

প্ৰাথমিক তদন্ত চলিল। পুলিচ আহিল আৰু গল।

কিন্তু
আন এটা কোঠাত কম্পিত এহালি চকু। শুকাই যোৱা ওঁঠ।
চাই আছে সকলোঁ । লগতে কৰিছে
পাঠ দান।........
পাছৰ খণ্ড (দানৱ ৰূপী শিক্ষক আৰু মৰমৰ বান্ধৱী)
সকলো অভিভাৱক আৰু দায়বদ্ধ সমাজৰ প্ৰতিচ্ছবি।

05/04/2023

can you save me‼️Why 😭 কিয় সকলোৱে মোক মাহী মাৰ দৃষ্টিত ৰাখিলে! This video we can learn about ...

    যি সকল ব্যক্তিয়ে বলি হৈছে "love jahade" এবাৰ চাওক এই video . প্ৰকৃত সত্য কি❓ 💗🔥
26/03/2023


যি সকল ব্যক্তিয়ে বলি হৈছে "love jahade" এবাৰ চাওক এই video . প্ৰকৃত সত্য কি❓ 💗🔥

Love 💝 jahade ৰ back ত কোন ‼️ প্ৰেমত ঘৃণা কিয় ❓ আইনত নাই love jahade💓 কিয় অনা হৈছে পৰিকল্পিত ঘৃণা ⁉️ আজিকালি বিভিন্ন .....

26/03/2023

record কৰিব যদি বিচাৰিছে প্ৰথম জানি লওক কি শাস্তি পাব পাৰে আপুনি??
অনুগ্ৰহ কৰি মোৰ youtube channel টো suscribe কৰিব।

07/03/2023

#এজন অধিবক্তা ক দোষাৰোপ কৰাৰ আগতে জানো আহক । কিমান কষ্টকৰ হয়...........
আমাৰ জীৱন শৈলী‼️⁉️

04/03/2023

#ৰাস্তাত যদি গোলাপ দিয়া হয় তেতিয়া মন ভাল লাগে কিন্তু যানবাহন আৰক্ষী ক যদি আপুনি উপকুছ দিব যায় কি হয় ! এবাৰ চাওক তাৰ পাছত জানিব কি হৈ যায় 🌹😇😵

03/03/2023

#চৰকাৰী মাটি বেদখল কি ‼️ নিয়মাৱলী কত ⁉️📢
আপোনাৰ সপোনৰ ঘৰখন ৰ প্রতি চৰকাৰৰ কিয় নাই অনুকম্পা🙊🙉🙈



চৰকাৰী আঁচনি প্ৰকৃত হিতাধিকাৰিক দিবলৈ কি কৰিব?? পঞ্চায়তৰ অন্তৰ্ভুক্ত সকলো উন্নয়নৰ (লখযোখ কোনে লৈ যায়   https://www.yo...
20/02/2023

চৰকাৰী আঁচনি প্ৰকৃত হিতাধিকাৰিক দিবলৈ কি কৰিব?? পঞ্চায়তৰ অন্তৰ্ভুক্ত সকলো উন্নয়নৰ (লখযোখ কোনে লৈ যায়

https://www.youtube.com/

"প্ৰিয় বিশ্ব বন্ধু"🌍      প্ৰতিটো ৰাতিপুৱা এজন কৰ্ম দক্ষ ব্যক্তিলৈ নিজক লৈ যাওঁ আহক। জীৱশৈলী আমাৰ । সমাজ আমাৰ। কোনো কাৰ...
18/02/2023

"প্ৰিয় বিশ্ব বন্ধু"🌍
প্ৰতিটো ৰাতিপুৱা এজন কৰ্ম দক্ষ ব্যক্তিলৈ নিজক লৈ যাওঁ আহক। জীৱশৈলী আমাৰ । সমাজ আমাৰ। কোনো কাৰণতে আইন হাতত তুলি ন,লব।
আজি মই বৰ্তমান বহু চৰ্চিত POSCO ACT ৰ বিষয় সমূহ নিয়াৰিকৈ এটা video ৰ জৰিয়তে অনাৰ প্ৰয়াস কৰিছো।ইয়াৰ যোগেদি বৰ্তমান অসম ৰ " বাল্য বিবাহ বিৰোধ অভিযান" ত জৰিত ইতিমধ্যে বিবাহিত পৰিয়াল সমূহৰ মাজত কিঞ্চিৎ সহায় হব পাৰে ।
সন্ধিয়া ছয় বজাত। চাবলৈ নাপাহৰিব।
আশীৰ্বাদ বিচাৰি ... ...আপোনালোকৰ
"freelawadvicebypbs"
....My youtube subscription link….

little effort to do something for our society to understand simple law and order. # .Aim to solve social legal issues,Making videos for ...

12/02/2023

#সাংবিধানিক অসমত চলা বাল্যবিবাহ বিৰোধ আইন # কিন্তু কেনেকৈ হাজাৰ হাজাৰ বিবাহ হব পালে? #ইতিবৃত্ত আৰু ধৰ্ম কেন্দ্ৰিক বৃভান্তত ভাৰতীয় সমাজ #আইনখন উলঙ্ঘন কৰাৰ আগতে জানি লওক #

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
08/02/2023

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

  to see about the reality     basic of Assam problem 😂  essential  need of our society........
07/02/2023

to see about the reality basic of Assam problem 😂 essential need of our society........

04/02/2023

#ৰ।তিটোৰ ভিতৰত পুলিছে মানুহ জনক কলৈ লৈ গল? #কি হব এতিয়া #জেল (ন lock up? #কি হয় মানুহজনৰ অধিকাৰ #আমাৰ দোষ কি? #কি কৰিব লাগিব? #পুলিচে নি কি কৰে #অসহায় #
https://www.youtube.com/

https://youtu.be/aH3nXqKPcPwplz vijit my channel
26/01/2023

https://youtu.be/aH3nXqKPcPw
plz vijit my channel

register complain (cyber crime portal) চা ইবাৰ অপৰাধ ৰ আবেদন ,😄🤩😁My little effort to do something for our society to understand simple law and order. # Ass...

23/01/2023

#স্বামী vs স্বামী #কোন বেছি ভগ্যবান #হিন্দু পতি বনাম মুচলমান পতি
Plz 🙏 follow my page 😂😃😂😃

19/01/2023

#গোচৰ দিবলৈ গৈ ফছিল গোচৰীয়া #উলটি গৈ পৰিল গোচৰত bypbs ://www.youtube.com/ follow my pages, 😊😃😂😃 😂😂😃😂 ....

14/01/2023

#পদপথ অৱৰোধ কৰিলে কি হব পাৰে? #কাৰ অধিকাৰ আছে মোৰ পথ বন্ধ কৰাৰ ://www.youtube.com/ # Pls follow the pages.....to learn more about law in simple language...

13/01/2023

#আজি কৰিলোঁ মোৰ নতুন মাটি নিজৰ নামত #লোকৰ নামত আবণ্টন দিয়া মাটি আপুনি যদি দখল ত ৰাখিছে কিমান দূৰ গ্ৰহণযোগ্য তা আছে আপোনাৰ দাবী ://www.youtube.com/

05/01/2023

#অসম চৰকাৰে কৰিব মাটিৰ সমান ভাগ ! #আমি ও পাম সমান ভাগ #কিন্তু কেনেকৈ # # ://www.youtube.com/

30/12/2022

# পাই গলো সুবৰ্ণ সুযোগ কৃষক বনিব ব্যৱসায়ী #পুৱাৰ চাহ কাপৰ অমূল্য উপহাৰ, চৰকাৰ ৰ #আবণ্টন লওঁ আহক বিশ্বাসৰ উপহাৰ....pls.follow my page ..…

Address


Alerts

Be the first to know and let us send you an email when Free Law Advice by PBS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Free Law Advice by PBS:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share