3F Newz Live

3F Newz Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 3F Newz Live, Media/News Company, .

19/03/2024

লক্ষীপুৰৰ ৰাখালকিল্লাত নিশাৰ ভাগত সংঘটিত হয় চুৰিকাণ্ড, খাদ্যৰ লগত নিচা জাতীয় বস্তু মিহলাই অচেতন কৰি চুৰি কৰাৰ সন্দেহ ।

13/03/2024

গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত ৰাখালডুবি হাইস্কুলত উত্তপ্ত পৰিস্থিতি। বিদ্যালয় খনৰ প্ৰধান শিক্ষকক হেজাৰ হেজাৰ ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে বিদ্যালয় খনৰ আচবাব পত্ৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰে । আনকি আৰক্ষীৰ গাড়ীয়ো সাৰি নগল উত্তপ্ত জনতাৰ ৰোসৰ পৰা

12/03/2024

গোৱালপাৰা জিলাৰ নয়াপাৰা ঈদগাহ পথাৰৰ সন্মুখত,গোৱালপাৰাৰ শৈক্ষিক পৰিৱেশৰ ভেটি আৰু অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয় Mark school of excellence.১০ মাৰ্চ দেওবাৰে বহু কেইগৰাকী সফল ব্যক্তিৰ উপস্থিতিত বিদ্যালয়খনৰ শুভ উদ্বোধন কৰা হয় I

10/03/2024

গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰত পুৱাই সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু, মৃত্যু লোকজন উদ্দৱ দাসৰ পুত্ৰ লোহিত দাস (৩২) বুলি জানিব পৰা গৈছে আহত ১২ জনকৈ লোক তাৰে মাজত দুই জনৰ অৱস্থা সংকটজনক।

03/03/2024

গোৱালপাৰা জিলাৰ আওলাতলী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আতিকুল ইছলামৰ সংবাদমেল
পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে গৰজি উঠিল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক I

11/02/2024

নামনি অসম ইস্তেমাত জনসুমদ্ৰ ।

17/10/2023

গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।পুনৰ হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা।নিহত মহিলা গৰাকী গোৱালপাৰা চহৰৰ কল্পনা নগৰৰ মেহবুবা আহমেদ।

16/10/2023

লক্ষীপুৰবাসী ৰাইজৰ বাবে এইয়াই উপযুক্ত সময় আৰু সুযোগ Iলক্ষীপুৰৰ পোষ্ট অফিচ ৰোডৰ সমীপত অৱস্হিত মানিক টিভিচে আগবঢ়াইছে পূজাৰ বতৰত গ্ৰাহকৰ বাবে বহু উপহাৰ ।

16/10/2023

লক্ষীপুৰ বাসীৰ বাবে সুখবৰ Iলক্ষীপুৰ চিনেমা হলৰ সমীপত নতুনকৈ আৰম্ভ কৰা হৈছে বাইকৰ এক শ্বৰুম-ঈশা অটোমোবাইলচ

16/10/2023

বৰ্তমান সময়ত ৰোগ যেনেদৰে বৃদ্ধি পাইছে,তেনেদৰে বৃদ্ধি পাইছে স্বাস্হ্য সজাগতাও

16/10/2023

লক্ষীপুৰৰ নিদানপুৰৰ JCI Godwonচৌহদত মজুত ৰখা মৰাপাটৰ দমত সুত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ।

10/10/2023

গোৱালপাৰাৰ জিলাৰ বগুৱানৰ পলাশবাৰী বজাৰত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

08/10/2023

গোৱালপাৰাৰ জিলাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান লক্ষীপুৰ মহাবিদ্যালয়ত আজি ব্যাপক উলহ মালহেৰে উদযাপন কৰা হয় প্ৰাক্তন সতীৰ্থ সন্মিলন।

08/10/2023

প্ৰাপ্য মজুৰীৰ দাবীত আজি পঞ্চম দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাৰ লক্ষীপুৰ¸জলেশ্বৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মূখত সদৌ অসম অংগনৱাদী কৰ্মী¸সহায়িকাৰ উত্তাল প্ৰতিবাদ ।

07/10/2023

গোৱালপাৰাৰ লক্ষীপুৰত চাঞ্চল্যক হত্যা কাণ্ড ।
লক্ষীপুৰ ব্লক কংগ্ৰেছৰ উপ সভাপতি নুৰ বাহাৰ আলীক হত্যা অচিনাকি দুৰ্বৃত্তৰ।

05/10/2023
04/10/2023

অংগনবাদী কৰ্মী মানেই যেন ধৰ্ণা,প্ৰতিবাদ বা দাবী,এই দৃশ্য অসমৰ ৰাইজৰ বাবে যেন চিনাকি হৈ পৰিছে I

03/10/2023

বাল্য বিবাহ:
লক্ষীপুৰত আৰক্ষীৰ জালত দৰা সহ দুই অভিভাৱক: লক্ষীপুৰৰ গাওঁ অঞ্চলত ত্ৰাস:

03/10/2023

প্ৰাক্তন সতীৰ্থ সন্মিলন লক্ষীপুৰ মহাবিদ্যালয়ত অহা ০৭আৰু ০৮ অক্টোবৰ।

01/10/2023

প্ৰথম বাৰৰ বাবে গোৱলপাৰা জিলাৰ লক্ষীপুৰ বৰদলৈ হলত কেৰাটে ডু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ২০২৩ লাইভ

24/09/2023

গোৱালপাৰাৰ জয়পুৰত ভুৱা সঞ্চয় সমিতিৰ নামত লাখ লাখ টকা লুণ্ঠন।
দুখীয়া দৰিদ্ৰ গ্ৰাহকৰ পৰা লাখ লাখ টকা লুটি পুটি খাই কাৰ্য্যলয়ত তলা লগাই উধাও হল মহা প্ৰৱঞ্চক কুৰবান আলী মণ্ডল।

23/09/2023

গোৱালপাৰা জিলাৰ জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ চাটাইমাৰী পশু হাটক লৈ দুই পক্ষৰ মাজত কন্দল।

23/09/2023

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ শিমলাবাৰীত চাঞ্চল্যকৰ ঘটনা । বিদ্যুৎৰ খুটাত উঠি কাম কৰি থাকোতে বিদ্যুৎ স্পষ্ট হৈ মৃত্যু।

14/09/2023

আজিৰে পৰা আৰম্ব হল বগুৱান সমবায় সমিতিৰ সোণালী জয়ন্তী

10/09/2023

Iগোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গুমাইঝাৰ গাঁৱৰ বাবলু শ্বেখৰ পত্নী পাৰিবাৰিক কাৰণত বৈবাহিক সম্বন্ধ এৰি পলাই যায় ।

06/09/2023

গোৱালপাৰা লক্ষীপুৰত

05/09/2023

লক্ষীপুৰ ফলিমাৰিত বিদৎতৰ জুই ভয়ংকৰ ৰূপ কোনো ধৰনৰ খয়খতি হোৱা নাই ।

04/09/2023

গোৱালপাৰাৰ ডাকাইদল বজাৰৰ পাৰ ঘাটত ৩৫ তম বাৰ্ষিক নাওঁ খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

02/09/2023

চৰকাৰী ঘৰৰ নামত ৰাজ্যত লুন্ঠন চলাৰ ঘটনা বৰ্তমান নতুন নহয়।

02/09/2023

আপুনি নিৱনুৱা নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ।

Address


Telephone

+916003909644

Website

Alerts

Be the first to know and let us send you an email when 3F Newz Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 3F Newz Live:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share