আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা*
ইংৰাজী বিষয়ৰ প্ৰথম দিনা পৰীক্ষা অনুষ্ঠিত হ'ল পুৱা ৯ বজাৰ পৰা
১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে চলিব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা*
#ডিব্ৰু-চৈখোৱা পৰিৱেশ সংবেদনশীল এলেকাত নিৰ্ভয়ে চলিছে পলস খনন
#অৰুণাচল পদেশৰ TTC কোম্পানীয়ে চলাইছে অবৈধ খনন।
#নিদ্ৰামগ্ন বন বিভাগ, আৰক্ষী প্ৰশাসন।
তিনিচুকীয়াত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'য় ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী
আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে।
গাঁৱে গাঁৱে আৰম্ভ কৰিছে "চোতালে চোতালে" কাৰ্যসূচী।
ৰাজীৱ শদিয়াৰ বাসগৃহত ভাওনা প্ৰদৰ্শন।
সমাগম হাজাৰ হাজাৰ লোক।
অসুস্থ জনতাৰ শিল্পী লুহিত গগৈৰ কাষত উপস্থিত লুৰিণজ্যোতি গগৈ।
#শৰীৰ চৰ্চাত ব্যস্ত APCC ৰ সভাপতি ভূপেন বৰা
#সন্ধিয়া তিনিচুকীয়াত এইদৰেই দেখা গ'ল ভূপেন বৰাক।
#দিল্লীত কিয় এখনো আসন লাভ নকৰিল কংগ্ৰেছে।
#অৰবিন্দ কেজৰিয়ালে কিয় পৰাজয় হ'ল দিল্লীত।
#APCC ৰ সভাপতি ভূপেন বৰাৰ মন্তব্য
সদৌ অসম গাঁওপ্ৰধান সংস্থা তিনিচুকীয়া জিলা সমিতি গঠন
#জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ গণশিল্পী ৰাজীৱ শদিয়া সোঁৱৰণি বঁটা।
#তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই ঘোষনা কৰে এই বঁটা।
#আগন্তুক ৭ এপ্ৰিলত সাধনী দিৱসত মহেন্দ্ৰ হাজৰিকালৈ প্ৰদান কৰিব এই বঁটা।
২০০৬ চনত তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হোৱা গণহ/ত্যা/ই অতিক্ৰম কৰিলে ১৯ টা বছৰ ৷
২০০৬ চনৰ ১০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ মৃ/ত্যু হৈছিল ৯ গৰাকীকৈ নিৰীহ জনতা ।
ভাৰতীয় সেনাই অজিত মহন্তক কৰা হত্যাৰ প্ৰতিবাদ কৰিবলৈ আহি ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হ’ব লগা হৈছিল এইসকল লোক ৷
গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত উপস্থিত সাংসদ গৌৰৱ গগৈ।
শদিয়াৰ টুপচিঙাস্থি প্ৰয়াত শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সাংসদ গৌৰৱ গগৈয়ে।