📍হাঁহি দে মা হাঁহি দে না
নেমাৰিবি মন
ইমান সৰু কথাতে মোক
নকৰিবি খং...
এগৰাকী ছাত্ৰৰ গীতে আপ্লুত কৰিছে সকলোকে । মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ভিডিঅ'
ডিগবৈৰ DFOৰ মইমতালিত অতিষ্ঠ ঠিকাদাৰ
📍তিনিচুকীয়াৰ ডিগবৈ DFO ৰঞ্জিত ৰামৰ স্বেচ্ছাচাৰী কৰ্মকাণ্ডত অতিষ্ঠ তিনিচুকীয়াৰ পথ আৰু গৃহ নিৰ্মাণ বিভাগৰ ঠিকাদাৰ সন্থা
📍চৰকাৰী অধিসূচনা ভৰিৰে মোহাৰি নিজ খিয়ালখুচি মতেই ডিগবৈৰ DFO ৰঞ্জিত ৰামে বন্ধ কৰি ৰাখিছে শূন্যপাৰ পত্ৰ(ZERO TP)ৰ কাম
📍১০ জানুৱাৰীৰ পৰা বন্ধ কৰি ৰাখিছে ZERO TPৰ কাম
📍ZERO TP বন্ধ কৰি ৰখাত বিমোৰত পৰিছে ঠিকাদাৰসকল
📍ZERO TP বন্ধ কৰা পাছতেই তিনিচুকীয়া জিলাত উন্নয়ন সৃষ্টি হৈছে বাধা
📍নিৰ্মীয়মাণ কাম-কাজ স্থবিৰ আৰু স্তব্ধ হোৱাৰ গুৰুত্বৰ অভিযোগ তিনিচুকীয়া জিলা ঠিকাদাৰ সন্থাৰ
📍DFOৰ এই কৰ্মকাণ্ডৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ঠিকাদাৰ সন্থাই
📍উল্লেখ্য যে, ৰাজ্যৰ অন্য কোনো জিলাত বন বিভাগে বন্ধ কৰা নাই ZERO TP প্ৰক্ৰিয়া
জনশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত ND24ৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ একলম...
হস্তী কেন্দ্ৰিক বিতৰ্কৰ আঁৰত কি?
▪️উত্তৰ-পূবৰ হাতী গুজৰাটলৈ নিয়া হ’ল
▪️হঠাৎ অসমৰ মানুহৰ হস্তী প্ৰেম জাগিল
▪️উজনি অসমৰ বনাঞ্চলত এফালৰ পৰা ধ্বংস যজ্ঞ চলিছে
▪️নিৰ্বিকাৰ প্ৰকৃতি প্ৰেমী, সচেতন ৰাইজ
▪️অথচ গুৱাহাটীত ১০জোপা গছ কাটিবলৈ লওঁতেই চৌ-দিশে হাহাকাৰ
▪️এয়া অসমৰ ৰাইজৰ প্ৰকৃতি প্ৰেম নে চিজনেল ইমশ্যনেল ফ্লাৱাৰ ?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক নয়নাভিৰাম দৃশ্য
📍মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুদু প্ৰতিযোগিতাত সোণৰ পদক লাভ অসমৰ ভবানী মৰাণৰ
📍মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুদু প্ৰতিযোগিতাত সোণৰ পদক লাভ অসমৰ ভবানী মৰাণৰ ৷ ৰাষ্ট্ৰীয় যুদু প্ৰতিযোগিতাখনত ভবানী মৰাণে অসমৰ হৈ ৰাজ্যিক খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰি ৫৭ কেজি ওজনত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ৷ ভবানি মৰাণ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ খগেন মৰাণৰ কন্যা ৷
📌গণশিল্পী ৰাজীৱ শদিয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই উৰুখা পঁজাত শব্দ সুৰৰ মালিতা
📌গণশিল্পী ৰাজীৱ শদিয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই উৰুখা পঁজাত শব্দ সুৰৰ মালিতা
গণৰাজ্য দিৱসৰ পূৰ্বে সষ্টম আৰক্ষী-প্ৰশাসন
▪️গণৰাজ্য দিৱসৰ পূৰ্বে ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেহু
▪️আলফা স্বাধীনৰ সাম্ভাব্য কূটাঘাত ৰোধিবলৈ সষ্টম চোৰাংচোৱা সংস্থা
▪️চোৰাংচোৱাৰ হাতত অসম-অৰুণাচল সীমান্তত আলফা স্বাধীনে বাহৰ পতাৰ খবৰ
▪️উজনি অসমৰ স্পৰ্শকাতৰ অঞ্চলত শেন চকু সেনা-আৰক্ষীৰ
মই লগুণ ছিঙা ট্ৰাইবেল বামুণ....
▪️বনানীকৰণৰ নামত কোটি কোটি টকা শৰাধ কৰা চৰকাৰৰ নাকৰ তলত বন ধ্বংস
▪️ডুমডুমাত উন্নয়নৰ নামত গছ-গছনি কাটি তহলিং ঠিকাদাৰৰ
▪️মন্ত্ৰী ৰূপেশ গোৱালাৰ আশিৰ্বাদপুষ্ট ঠিকাদাৰৰ দপদপনি ডুমডুমা চহৰত
▪️পৌৰসভাই নাজানে কি চলি আছে ডুমডুমা চহৰত
▪️মন্ত্ৰীৰ ঠিকাদাৰে বন বিভাগৰ অনুমতি অবিহনে চলাইছে বন ধ্বংস
▪️ঠিকাদাৰৰ ময়মতালিত ক্ষোভিত স্থানীয় দল-সংগঠন*
▪️ডুমডুমা অল্ড এ.টি. ৰোডৰ গছ কাটি উন্নয়ন কৰিবলৈ যাওঁতে সাংবাদিক আৰু দল-সংগঠনৰ বাধা প্ৰদান
পশুধন চোৰে নিদ্ৰা হৰিছে চহা কৃষকৰ
▪️উজনিত ব্যাপক হাৰত অব্যাহত পশুধন চুৰিকাণ্ড
▪️পশুধন চোৰৰ উপদ্ৰৱত চহা কৃষকৰ মাজত হাহাকাৰ
▪️এটা মাহত এটা খুঁটিৰ পৰাই হেৰাইছে ৫০ৰো অধিক গৰু-ম’হ
▪️পশুধন চোৰৰ লগ লাগিছে লেচি, চলিছে বৃহত চিণ্ডিকেট
ৰাজীৱ শদিয়াই বাস কৰা গৃহৰ ভূমি কিদৰে দখলৰ ষড়যন্ত্ৰ কৰিছে দুই বণিয়াই
📍 ৰাজীৱ শদিয়াই বাস কৰা গৃহৰ ভূমি কিদৰে দখলৰ ষড়যন্ত্ৰ কৰিছে দুই বণিয়াই
জনতাৰ শিল্পী ৰাজীৱ শদিয়াই তিনিচুকীয়াত বাস কৰা ঘৰৰ মাটি দখলৰ চক্ৰান্ত
📍 ৰাজীৱ শদিয়াই বাস কৰা ভূমি দেখুওৱাই ভুৱা প্ৰতিষ্ঠানৰ নামত যাৱতীয় নথি অবিহনেই ঋণ লৈছিল বহিৰাগত বণিয়াই
📍 মাটিখিনিৰ নামত ৫০ লাখ টকা জালিয়াতি কৰি অন্তৰ্ধান বেংকৰ প্ৰবন্ধক অমিত ঝা আৰু আনন্দ ৰাচিৱাচিয়া
📍 সংবাদমেল যোগে মাটি খিনি ৰক্ষা কৰিবলৈ আহ্বান দল-সংগঠনক
📍এটি বছৰ পূৰ্বে Update Nowৰ প্ৰতিবেদন