তিতাবৰত MD'S নামৰ ফেমিলি ৰেষ্টুৰেণ্ট মুকলি
সম্প্ৰীতিৰ তিতাবৰ,আমাৰ তিতাবৰ ❤️
৮ দিনে সন্ধানহীন হৈ আছে তিতাবৰ ডাংধৰাৰ
প্ৰদীপ শইকীয়া নামৰ জলসিঞ্চন বিভাগৰ কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
তিতাবৰ চাহ জনজাতি ছাত্ৰাবাসত
অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্ছা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত সন্তোষ কুমাৰ তপ্নদেৱৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা তিতাবৰ সমিতিৰ কৰ্ম-কৰ্তা আৰু বিষয় ববীয়া সকলে।
নিশা তিতাবৰ বান্দৰ চলিয়াত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ যায় তিনি খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
তিতাবৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান "কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ' ১৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন । সংগঠক, শিক্ষক ৰিতুপৰ্ণ হাজৰিকালৈ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ জনহিতৈষী বঁটা প্ৰদান:
তিতাবৰ ৰজাবাহৰৰ সুজিত শইকীয়া নামৰ এজন যুৱকে উদ্ধাৰ কৰে এটা কাছ পোৱালী।আশীখেলিয়া শ্ৰীশ্ৰী গোবিন্দ বৰনামঘৰৰ পুখুৰীত মেলি দিয়া হয় কাছ পোৱালীটো।
তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানত কৃষক দিৱস উদযাপন।
তিতাবৰ ধলিত ইস্তাহাৰৰ কবি প্ৰয়াত কমল কছাৰীৰ ওপজা দিনৰ লগত সংগতি ৰাখি কৃষ্ণচূড়া উদ্যানত অনুষ্ঠিত কৰা হয় "ধলিৰ দিনলিপি" নামৰ এক কবিতা অনুষ্ঠান৷
🔴 তিতাবৰ নগৰৰ মাজ মজিয়াত বাইক চুৰি ঘটনা
তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ NOC নোপোৱা এদল মহিলাই খঙত অগ্নিশৰ্মা হৈ বন্ধ কৰিলে NOC প্ৰদান কাৰ্যসূচী।।