ASSAM News TV

ASSAM News TV সত্যই ৰ সন্ধানন্ত এখোজ

25/02/2024
বহিঃৰাজ্যত নাহৰকটীয়াৰ যুৱক সন্ধানহীন   অসমৰ বহু লোক কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যত গৈ সঘনাই বিভিন্ন ঘটনা সংঘটিত হোৱা পৰি...
23/02/2024

বহিঃৰাজ্যত নাহৰকটীয়াৰ যুৱক সন্ধানহীন

অসমৰ বহু লোক কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যত গৈ সঘনাই বিভিন্ন ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । পৰিয়ালৰ লোকে জনোৱা মতে নাহৰকটীয়াৰ ২ নং বালিজান গাঁওৰ জোৱানমাচি কেৰকেটা নামৰ ৩৮ বছৰীয়া ব্যক্তিজন ২০২৩ বৰ্ষত গুজৰাটলৈ কৰ্ম সন্ধানত গৈছিল । এই বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত গুজৰাটৰ মৰবী ৰেল ষ্টেচনৰপৰা ৰেলেৰে ঘৰলৈ আহিবলৈ উলায় । কিন্তু বৰ্তমান পৰ্যন্ত ব্যক্তিজনে ঘৰত আহি পোৱা নাই । পৰিয়ালৰ লোকে ৩ ফেব্ৰুৱাৰীৰপৰাই তেখেতক ফোন কৰাত ম'বাইলটো চুইট্‌ছ অফ পায় । পৰিয়ালৰ লোকে নাহৰকটীয়া আৰক্ষী থানাত এই বিষয়ত অৱগত কৰে । কোনো ব্যক্তিয়ে সন্ধানহীন হোৱা লোকজনৰ কিবা খবৰ পালে স্থানীয় আৰক্ষী থানাত অৱগত কৰিবলৈ অন্যথা পৰিয়াললোকক অৱগত কৰিবৰৈ পৰিয়ালৰ লোকে অনুৰোধ কৰে । পৰিয়ালৰ যোগাযোগ নম্বৰঃ 6001670866, 6002999949

20/02/2024

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত হাতীগড় প্ৰাক্তন ক্ৰীকেট খেলুবৈ সকলৰ উদ্যোগত উপদেষ্টা সমাজ কৰ্মী সলমন দীঘল আৰু ধিৰেন বৈশ্য, সভাপতি লক্ষ্মণ শ্ৰীধৰ, উপ-সভাপতি অম্ৰিত তান্তী, সম্পাদক অমৰ নায়ক, সহকাৰী সম্পাদক গৌতম নায়ক, বিক্ত ৰবি গড় আদিকে লৈ এখন পুণাঙ্গ সমিতি গঠন কৰি যুব সকলৰ মানসিক-শাৰীৰিক উৎকৰ্শ সাধনৰ লক্ষৰে অনুস্থিত হোৱা হাতীগড় ক্ৰীকেট টুৰনেন্ট খনৰ মুঠ ৩১ দলে অংশ গ্ৰহণ কৰি আজি ১৯ ফেব্ৰুবাৰি তাৰিখে চুড়ান্ত খেল তথা ফাইনেল খেল খন আজি মাজুলি দল বনাম বেলতাল দল মাজত অনুস্থিত হয়।

18/02/2024

বৰডুবি বস্তি লাইনত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত বৰডুবি।

মৃতদেহ পথৰ ওপৰত থৈ পথ অৱৰোধ স্থানীয় লোকৰ

18/02/2024

ফুলৰ দৰে শুৱাহতি হওঁক তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ অতি ভিতৰুৱা বৰআলি গাঁৱৰ কণ-কণ মইনা সকলৰ প্ৰতিভা

17/02/2024

ঝুমুৰৰ মাদকতাই সুকীয়া গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ডিব্রুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা দলে

16/02/2024

আজিৰ শিশু নতুন অসমৰ সোণালী ভৱিষ্যৎ

14/02/2024

ওদালগুৰি হাতীগড়ৰ মুৰ্তী প্ৰতিমাৰ প্ৰতিভাশালী‌ ব্যক্তি

12/02/2024

আদিবাসী বাপ্তিষ্ট সভাৰ বাৰ্ষিক অধিবেশন সমাপ্ত

12/02/2024

আজি বড়ো সকলৰ মূল ধৰ্ম বাথৌ মহাসভাৰ পদবী দায়িত্ব অৰ্পন আৰু শপত গ্ৰহণ ।

11/02/2024

মৰিয়নিত ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক উৎসৱ দকচিৰি

11/02/2024

তিনিচুকীয়া মেডিকেল কলেজত মেডিকেল বৰ্ডৰ কমিটিৰ বিভিন্ন সমস্যাৰওপৰত আলোচনা।

10/02/2024

আজি ইং 9ফেব্ৰুৱাৰী 2024 তিনিচুকীয়া জিলাৰ লিডু চাহ বাগিচাৰ নিবাসী Seven tanti যোৱা 2017 চনৰ অক্টোবৰ মাহত লিডু টাউনত অৱস্থিত যোগেন্দ্ৰ নাথ বুঢ়াগোহাঁই পৰা ম্যাদী মাটি 3লাখ 50 হেজাৰত 1কঠা ভূমি দাগ নং 756 ক্ৰয় কৰি কেঁচা দলিল কৰি পকা বউণ্ডেৰীৰ লগতে বাহৰ ঘৰ সাজি গণেশ তালুকদাক যোৱা 2019 চনৰ পৰা প্ৰতি মাহে 8হেজাৰ কৰি 11 মাহৰ 11 মাহৰ বাবে cort অগ্ৰিমেণ্ট কৰি গণেশ তালুকদাৰক ভাড়াত দিছিল বৰ্তমান শেষ অগ্ৰিমেণ্ট যোৱা 17ফেব্ৰুৱাৰী 2023 চনৰ পৰা 16 জানুৱাৰী 2024 তাৰিখৰ লৈকে চেভেন তাঁতীয়ে গণেশ তালুকদাৰৰ পৰা ভাড়া লৈ আছিল। কিন্ত cort অগ্ৰিমেণ্ট থকা সময়ছোৱাত যোৱা 3 আগষ্ট 2023 তাৰিখে বৰ্তমান স্বৰ্গীয় যোগেন্দ্ৰ নাথৰ দ্বিতীয় পত্নী স্বপ্না বুঢ়াগোহাঁই তাইৰ জীয়ৰী জোনালী বুঢ়াগোহাঁই (বেগম) আৰু সোণালী বুঢ়াগোহাঁইয়ে একে ঠিকনাৰ নিবাসী শ্ৰীমতী কৈৰী অঞ্জলি দেৱীক বিক্ৰী কৰি ম্যাদী পট্ৰা কৰি লোৱা চেভেন তাঁতীয়ে জনগোষ্ঠীয় দল সংগঠন তথা স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ ওচৰত চাপিবলৈ বাধ্য হয়। যিহেতু ভাড়া লোৱা ব্যাক্তি তালুকদাৰে চেভেন তাঁতীক এই দৰা মাটিৰ মালিক আপুনি নহয় অন্য এজন হে বুলি কোৱাত সদৌ অসম আদিবাসী ছাত্ৰ সন্তা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ সহ বহুতো ৰাইজে এই সন্দৰ্ভত তদন্তৰ কৰি মাৰ্ঘেৰিটা চক্ৰ বিষয়াৰ কাষ চাপে।

06/02/2024

আছা,মোহনবাৰী আঞ্চলিক সমিতিয়ে আঠাবাৰী আৰু জংগলতলিত উপস্থিত হৈ NO VOTE FOR BJP কাৰ্যসূচী ৰূপায়ণ কৰে।

06/02/2024

অসম তাঁতী সভা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক আদৰণি তথা অসম তাঁতী সভা নগাঁও জিলা সমিতি গঠন

Address

Tinsukia
786601

Alerts

Be the first to know and let us send you an email when ASSAM News TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Tinsukia

Show All