karishma

karishma হ'ব নে বাৰু আপুনিও মোৰ অকনমানি পৃথিৱী খনৰ সদস্য🥰

সকলোলৈকে  মহাশিৱৰাত্ৰিৰ  শুভকামনা থাকিল। সকলোৰে মনৰ আশাবোৰ পূৰণ হওঁক তাৰেই কামনা কৰিলো।
26/02/2025

সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভকামনা থাকিল। সকলোৰে মনৰ আশাবোৰ পূৰণ হওঁক তাৰেই কামনা কৰিলো।







25/02/2025

Good night

25/02/2025

যেতিয়াই কিছুমান মানুহক কিছুমান কথাৰ প্ৰত্যুত্তৰ দিব যাব তেতিয়াই মই বা আপুনি তেখেতসকলৰ চকুত বেয়া। কিন্তু ভুল বোৰ দেখিও যদি মনে মনে থকা হয় তেন্তে আপুনি ভাল।






25/02/2025

Good evening everyone

মোবাইল টো হাতত থাকেই যেতিয়া ক'ৰবাত উলাই মেলি  ছেলফি এখন নল'লে আকৌ মোবাইল টোৱে কষ্ট পাব😜😄
25/02/2025

মোবাইল টো হাতত থাকেই যেতিয়া ক'ৰবাত উলাই মেলি ছেলফি এখন নল'লে আকৌ মোবাইল টোৱে কষ্ট পাব😜😄







24/02/2025

যেনেকৈ আন্ধাৰৰ পিছত আকৌ পোহৰ আহে ঠিক তেনেকৈ দুখৰ পিছতো সুখ আহে , মাত্ৰ ধৈর্য্য কেতিয়াও হেৰুৱাব নালাগে। সুখ-দুখ, হাঁহি-কান্দোন এইবোৰ মানুহৰ জীৱনত থাকেই সেইবুলি আমি থমকি ৰ'লে হব জানো, আগবাঢ়ি টো যাবয়ে লাগিব।

শুভ ৰাত্ৰি সকলোকে🥱







বৰ্তমানৰ স্বাৰ্থপৰ পৃথিৱী খনত নিস্বাৰ্থ ভাৱে আপোনাৰ বা মোৰ বাবে কাম কৰা ব্যক্তি বহুত কমেই পাব। সেইকাৰনে সেইসকল ব্যক্তিৰ ...
24/02/2025

বৰ্তমানৰ স্বাৰ্থপৰ পৃথিৱী খনত নিস্বাৰ্থ ভাৱে আপোনাৰ বা মোৰ বাবে কাম কৰা ব্যক্তি বহুত কমেই পাব। সেইকাৰনে সেইসকল ব্যক্তিৰ সংগৰ পৰা দূৰত থকাটোৱেই উত্তম।






24/02/2025

Good afternoon everyone

উন্নতিৰ জখলা ডাল বগাবলৈ কিমান যে পৰিশ্ৰম কৰিবলগা হয় সেইয়া কঠোৰ পৰিশ্ৰম কৰা সকলে হয়তো ভালকৈয়ে জানে গতিকে আনৰ উন্নতি হ...
24/02/2025

উন্নতিৰ জখলা ডাল বগাবলৈ কিমান যে পৰিশ্ৰম কৰিবলগা হয় সেইয়া কঠোৰ পৰিশ্ৰম কৰা সকলে হয়তো ভালকৈয়ে জানে গতিকে আনৰ উন্নতি হোৱা দেখিলে হিংসা কৰি বা জ্বলি লাভ নাই পতন নিজৰেই হ'ব।
সুপ্ৰভাত সকলোকে। সকলোৰে দিনটো শুভ হওঁক🌻🥰







23/02/2025

Good night everyone😴

কি খবৰ সকলোৰে। আজি বতৰ কেনেকুৱা আপোনালোকৰ ফালে। আমাৰ তেজপুৰৰ ফালে ধুমুহা বতাহ আৰু লগতে কিনকিনীয়া বৰষুন। এতিয়া বতৰ ঠাণ্...
23/02/2025

কি খবৰ সকলোৰে। আজি বতৰ কেনেকুৱা আপোনালোকৰ ফালে। আমাৰ তেজপুৰৰ ফালে ধুমুহা বতাহ আৰু লগতে কিনকিনীয়া বৰষুন। এতিয়া বতৰ ঠাণ্ডা ঠাণ্ডা কুল কুল 😁









Good morning everyone🌻 🥰
23/02/2025

Good morning everyone🌻 🥰










22/02/2025

এই যে অসমীয়াত যোজনা এষাৰ আছে দেহা থাকিলেহে বেহা। গতিকে যেতিয়ালৈকে আমাৰ মন-প্ৰাণ-স্বাস্থ্য সুস্থ সবল হৈ থাকিব তেতিয়ালৈকে আমি বিচৰা ধৰনে সকলোবোৰ সম্ভৱ হৈ উঠিব।








 #নতুন পুৱাই লৈ আহক নতুন নতুন আশা আৰু ভালপোৱা। আকৌ এটি নতুন দিনৰ আৰম্ভণিৰে সকলোকে শুভ ৰাতিপুৱা জনালো। সকলো ভালে থাকক, সু...
22/02/2025

#নতুন পুৱাই লৈ আহক নতুন নতুন আশা আৰু ভালপোৱা। আকৌ এটি নতুন দিনৰ আৰম্ভণিৰে সকলোকে শুভ ৰাতিপুৱা জনালো। সকলো ভালে থাকক, সুস্থ থাকক❤









Good morning everyone🌻🥰
21/02/2025

Good morning everyone🌻🥰










20/02/2025

Good afternoon everyone🌻

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when karishma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share