Dhuporo re rodhali

Dhuporo re rodhali নৱ প্ৰজন্মৰ গাঁওলীয়া জীৱনৰ আৱেগ অনুভ?

09/08/2024

অলেখ সপোন
মধ্যবৃত্ত পৰিয়াল জন্ম গ্ৰহণ কৰা
প্ৰতিজন লৰাই বয়সৰ অনুপাতে
গহীন গম্ভীৰ হৈ যায় ! নিজৰ জীৱনক লৈ
নিজৰ পৰিয়ালক লৈ যত পিতৃ মাতৃ
ক্ৰমান্বয়ে বয়সৰ চাপ হোৱা দেখা যায় !
এফালে সপোনৰ পিছত দৌৰিব নে ?
আৰ্থিক দিশত পৰিয়াল ৰ দায়িত্ব গ্ৰহণ
কৰিব ! সময়ৰ লগে লগে যেন চলিবলৈ
বৰ কঠিন হৈ পৰিছে ,,
মনতে হাত সাৱটি বহি নাথাকি
টকা পইচা উপাৰ্জন ৰাস্তাত
সুজ দিলে ! কিবা কে চলি গৈছে দিন বোৰ
সময়ৰ লগে লগে যেন সাপোন কৰোঁবাত থমকি ৰৈছে
অলেখ সপোন ...

পংকজ মুৰাৰী
(দুপৰৰৰে ৰদালী)

Address

Sonapur

Telephone

+19365611418

Website

Alerts

Be the first to know and let us send you an email when Dhuporo re rodhali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category