Devajani Diksh*ta

Devajani Diksh*ta video creator,writer,choreographer video creator

https://youtu.be/chgbFODL7IM?si=k0BbsvnAiT_QKGBO
01/05/2024

https://youtu.be/chgbFODL7IM?si=k0BbsvnAiT_QKGBO

❤️❤️Give this video a thumbs up❤️❤️❤️❤️Subscribe to the channel for more update❤️❤️❤️❤️Click the Bell Icon to get notified for new videos❤️❤️assamese bihu so...

ৰাইজৰ মৰমক সেৱা জনালোঁ ।
08/04/2024

ৰাইজৰ মৰমক সেৱা জনালোঁ ।

https://youtu.be/OAHWwpZ_8GU?si=97A9RkLdTZk-JzyQ
21/02/2024

https://youtu.be/OAHWwpZ_8GU?si=97A9RkLdTZk-JzyQ

❤️❤️Give this video a thumbs up❤️❤️❤️❤️Subscribe to the channel for more update❤️❤️❤️❤️Click the Bell Icon to get notified for new videos❤️❤️bihu dancecast b...

ভোগালীৰ ওলগ জনালোঁ💐
13/01/2023

ভোগালীৰ ওলগ জনালোঁ💐

😊প্ৰতিটো দিনেই সুন্দৰ অভিজ্ঞতাই জীৱন পৰিপূৰ্ণ কৰাৰ চেষ্টা কৰা উচিত
05/01/2023

😊প্ৰতিটো দিনেই সুন্দৰ অভিজ্ঞতাই জীৱন পৰিপূৰ্ণ কৰাৰ চেষ্টা কৰা উচিত

Happy new year 2023
01/01/2023

Happy new year 2023

28/12/2022
ভালপোৱা সুৰ গুণাগুণাওতে কিয়বা উৰি আহে এখনি শেলাইধৰা প্ৰাচীৰনাগাবি সুৱাসিত সুৰ পিচলি পৰ বুলি কয় বাৰে বাৰেআনক মাৰি নিজে বৰ...
22/12/2022

ভালপোৱা সুৰ গুণাগুণাওতে কিয়বা উৰি আহে এখনি শেলাইধৰা প্ৰাচীৰ
নাগাবি সুৱাসিত সুৰ পিচলি পৰ বুলি কয় বাৰে বাৰে
আনক মাৰি নিজে বৰপীৰাত বহাৰ
প্ৰতিযোগিতাতে শেষ কৰে ধুনীয়া বুকুত গজা গানক
জ্বলি জ্বলি ছাই হয়
ফুলে হঁহা দেখিলে
সুবাসিত বৰষুণজাকলৈ ভয় কৰে
কিজানিবা ছটিয়াই থোৱা খেতিদৰাত বৃষৰ গজালিবোৰ মৰি যায়
সময়বোৰ এনেদৰেই চলি থাকে
চোতালৰ দুবৰিবনে আকাশৰ পৰা সৰা
নিয়ৰৰ মুকুতা পিন্ধে
পিৰালিৰ চালপীৰাত বহি সৰুকন সোনপাহীসঁতে
জোন তৰা বেলিৰ মালা গাথে

স্মৃতি
22/12/2022

স্মৃতি

❤️
21/12/2022

❤️

19/12/2022
সঙ্গীতাই আমালৈ ৰেবাব টেঙা এটা লৈ আহিছে ৷আবেলিৰ উমাল ৰ’দালিৰ উম লৈ টেঙা খোৱাৰ মজাই বেলেগ ৷অকলেটো খাবলৈ মনেই নাযায় ৷লগত খা...
18/12/2022

সঙ্গীতাই আমালৈ ৰেবাব টেঙা এটা লৈ আহিছে ৷আবেলিৰ উমাল ৰ’দালিৰ উম লৈ টেঙা খোৱাৰ মজাই বেলেগ ৷অকলেটো খাবলৈ মনেই নাযায় ৷লগত খালে আকৌ সৰহীয়া ভাগটো মোকেই লাগে😊

https://youtu.be/JQNRBJ2jHwQমোৰ প্ৰথম ব্লগ😊কেনে হৈছে জনাবনি😊
16/12/2022

https://youtu.be/JQNRBJ2jHwQ
মোৰ প্ৰথম ব্লগ😊কেনে হৈছে জনাবনি😊

❤️❤️Give this video a thumbs up❤️❤️❤️❤️subscribe to the channel for more uodate❤️❤️❤️❤️click the Bell Icon to get notified for new videos❤️❤️এইটো মোৰ প্ৰথম ব...

https://youtu.be/JQNRBJ2jHwQমোৰ প্ৰথম ব্লগ ৷কেনে হৈছে জনাব 😊
16/12/2022

https://youtu.be/JQNRBJ2jHwQ
মোৰ প্ৰথম ব্লগ ৷কেনে হৈছে জনাব 😊

❤️❤️Give this video a thumbs up❤️❤️❤️❤️subscribe to the channel for more uodate❤️❤️❤️❤️click the Bell Icon to get notified for new videos❤️❤️এইটো মোৰ প্ৰথম ব...

চৰাইদেউ❤️
13/12/2022

চৰাইদেউ❤️

খুৰীশাহু হলো😊
11/12/2022

খুৰীশাহু হলো😊

Gdmrng😊
09/12/2022

Gdmrng😊

ভতিজাৰ বিয়াৰ স্মৃতি❤️
07/12/2022

ভতিজাৰ বিয়াৰ স্মৃতি❤️

ভতিজাৰ বিয়াৰ জোৰোণ❤️
02/12/2022

ভতিজাৰ বিয়াৰ জোৰোণ❤️

জীৱনৰ বাটে বাটে লগ পাঁও ক’ত বাটৰুৱা,কোনোৱে চায় যায়,কোনোৱে খুচিথৈ যায়,কোনোৱে লেংমাৰি যায়,কোনোৱে পাচলৈ টানি ধৰে,কোনোৱে তুল...
27/11/2022

জীৱনৰ বাটে বাটে লগ পাঁও ক’ত বাটৰুৱা,কোনোৱে চায় যায়,কোনোৱে খুচিথৈ যায়,কোনোৱে লেংমাৰি যায়,কোনোৱে পাচলৈ টানি ধৰে,কোনোৱে তুলি ধৰে,কোনোৱে ব্যৱহাৰ কৰে,কোনোৱে ফুল সিঁচে বাটে বাটে

 #দেউতা  #ভাইটি আৰু  #মই ক’লা বগা সেই দিনবোৰ আজিৰ দিনতকৈ বেছি প্ৰাকৃতিক আছিল ৷কল্পনাৰ পৃথিৱী আজিতকৈ যেন বেছি ৰোমাঞ্চকৰ ৰ...
27/11/2022

#দেউতা #ভাইটি আৰু #মই ক’লা বগা সেই দিনবোৰ আজিৰ দিনতকৈ বেছি প্ৰাকৃতিক আছিল ৷কল্পনাৰ পৃথিৱী আজিতকৈ যেন বেছি ৰোমাঞ্চকৰ ৰঙীন আছিল ৷এতিয়া বহু ৰঙ ৰোমাঞ্চ মোবাইলে গ্ৰাস কৰিছে ৷

মনৰ সৌন্দৰ্যই জগত পোহৰাই,শৰীৰৰ সৌন্দৰ্যই মন পোহৰাই
25/11/2022

মনৰ সৌন্দৰ্যই জগত পোহৰাই,শৰীৰৰ সৌন্দৰ্যই মন পোহৰাই

শিশুসকলৰ পৰা পোৱা শ্ৰেষ্ঠ উপহাৰ*********************************বৃত্তি, পদমৰ্য্যাদা বা সামাজিক স্থানক লৈ বহুমানুহৰে কম ব...
18/11/2022

শিশুসকলৰ পৰা পোৱা শ্ৰেষ্ঠ উপহাৰ
*********************************
বৃত্তি, পদমৰ্য্যাদা বা সামাজিক স্থানক লৈ বহুমানুহৰে কম বেছি পৰিমানে অহংভাৱ থকা দেখা যায় ৷জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি এনে লোকক লগ পাঁও ৷প্ৰকৃত জ্ঞানীব্যক্তি সদায় উদাৰ ৷অহংভাৱক জয় কৰি দিব্যউপস্থিতিৰ অনুভৱেৰে মহিয়ান হৈ থাকে ৷ধন সম্পতি সামাজিক স্থান,পদমৰ্যদা আদিক লৈ অহংকাৰ কৰা সকল পুতৌৰ পাত্ৰ ৷এইবোৰ চিৰদিন ধৰি ৰাখিব নোৱাৰি ৷ইয়াৰ জৰিয়তে লাভ কৰা সন্মানো ক্ষণস্থায়ী ৷অৱসৰ গ্ৰহন কৰাৰ পাছতেই এনেলোকৰ জীৱনটো পম যোৱা বেলুনৰ দৰে হৈ পৰে ৷গৌৰৱ কৰাৰ অনেক মূল্যৱান বিষয়ৰ লগতে আৰু এটি বিষয় হ’ল শিশুৰ পৰা লাভ কৰা নিৰ্মল মৰম ৷সৌভাগ্যৱানসকলেহে শিশুৰ নিৰ্ভেজাল মৰম লাভ কৰিব পাৰে ৷শিশুক ভাল পাবলৈ হলে নিজৰো এটি শিশুসুলভ মন থাকিব লাগিব ৷শিশুৰ সৈতে জড়িত বহুতেই নিশ্চয় এনে লোকক জীৱনত লগ পাইছে যিসকলে শিশুৰ লগত জড়িতসকলক নিম্ন পৰ্যায়ৰ পদমৰ্যদাৰ লগত জড়িত বুলি উপহাস ইতিকিং অৱহেলাৰ চকুৰে চায় ৷তেঁওলোকে বুজি নাপায় এটা সময়ত তেঁওলোকো যে শিশু আছিল ৷হেঙেনু চফা কৰা বুলি উপহাস কৰা শিক্ষকসমাজেযে তেঁওলোককো নিজ সন্তানৰ দৰে হেঙেনু চফা কৰি দিছিল ৷আনৰ শিশুৰ মাজত নিজৰ শিশুটিৰ মুখ দেখা পালে এনে মন্তব্য কোনেও কৰিব নোৱাৰে ৷এনে কাতচিতিয়া মানুহে শিশুৰ পৰা মৰম আদৰো লাভ কৰিব নোৱাৰে ৷কোমলীয়া শিশুক যিদৰে ভাজ দিয়া হয় সেই ভাজেই লয় ৷শিক্ষকে শিশুক মাতৃৰ কোলাৰ পৰা নিজৰ কোলালৈ আদৰেৰে আকোৱালি লয় ৷লাজ ভয় শংকা আঁতৰাই শিশুক আত্মবিশ্বাসী অধ্যৱসায়ী নিয়মানুবৰ্তিতাপৰায়ন সামাজিক মেধাসম্পন্ন প্ৰতিভাশালী কৰি গঢ়ি তুলিবলৈ শিক্ষকসকলে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগীয়া হয় ৷শিশুৱে সকলো দিশতে সপ্ৰতিভ হৈ প্ৰাণ প্ৰাচুৰ্য্যৰে ভৰপূৰ হৈ আগবাঢ়ি যাব পাৰিলে এয়াই হৈ পৰে শিক্ষকৰ বাবে শ্ৰেষ্ঠ উপহাৰ ৷ শিষ্যৰ সফলতাই গুৰুৰ গৌৰৱ গুৰুৰ অহংকাৰ ৷এই অহংকাৰে কাৰো হানি নকৰে ৷শিষ্যকো ধন্যহে কৰে ৷গুৰূৱে পৰম তৃপ্তি লাভ কৰে শিষ্যৰ সফলতাত ৷শিষ্যৰ সফলতাৰ উপহাৰত হিয়া উঠলি উঠে ৷আন কোনো উপহাৰে এই সুখ দিব নোৱাৰে ৷গুৰু শিষ্যৰ কিযে সুন্দৰ সম্পৰ্ক ৷কুমলীয়া শিশুৱেও বুজে শিক্ষকৰ মৰম আদৰৰ ভাষা ৷কোনো স্বাৰ্থ নথকাকৈ সেয়ে নিৰ্ভেজাল মৰম আদৰ যাচে ৷এনে শ্ৰেষ্ঠ উপহাৰত উদভাষিত হয় বুকু ৷কৰ্মস্পৃহা বাঢ়ে ৷যাতনা দুশ্চিন্তা ৰোগ ব্যাধি কমে ৷বিনামূলীয়া এই মহৌষধ খাইথকাসকল সুস্থ মানসিক স্বাস্থ্যৰ গৰাকী ৷

18/11/2022

সৰু সৰু কামবোৰ কৰি পোৱা ডাঙৰ ডাঙৰ তৃপ্তিবোৰেই জীৱনটো যাপন কৰাৰ হাবিয়াস বৃদ্ধি কৰে ৷আনৰ ওঁঠত হাঁহি গুজি পাহৰিব পাৰি যাতনাৰ পৃষ্ঠা ৷বুকুৰ পৰা বুকুলৈ হাঁহি বিয়পা...ভাল লগা কামৰ এপিটাফ ৷

জ্ঞানজ্যোতি বিদ্যাপীঠৰ কনমানি পখিলাবোৰৰ নাচ
18/11/2022

জ্ঞানজ্যোতি বিদ্যাপীঠৰ কনমানি পখিলাবোৰৰ নাচ

❤️❤️Give this video a thumbs up❤️❤️❤️❤️subscribe to the channel for more uodate❤️❤️❤️❤️click the Bell Icon to get notified for new videos❤️❤️Dance covercast:...

কনমানিহঁতক সুন্দৰকৈ গঢ়াৰ সময়খিনিয়ে আটাইতকৈ সুন্দৰ তৃপ্তিৰ সময় ৷
18/11/2022

কনমানিহঁতক সুন্দৰকৈ গঢ়াৰ সময়খিনিয়ে আটাইতকৈ সুন্দৰ তৃপ্তিৰ সময় ৷

Address

Sivasagar
967854

Website

Alerts

Be the first to know and let us send you an email when Devajani Diksh*ta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category


Other Video Creators in Sivasagar

Show All