Madhab Das Vlog

Madhab Das Vlog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhab Das Vlog, Digital creator, Sivasagar.

14/01/2025
 #মানুহে_মানুহৰ_বাবে
12/01/2025

#মানুহে_মানুহৰ_বাবে

11/01/2025......
আজি যোৰহাট মেডিকেল কলেজত "বীৰ (VEER) ৰক্তদাতা গ্ৰোপ" ৰ এজন সক্ৰিয় সদস্য অভিনৱ দাসে যোৰহাট জিলাৰ এজন ৰোগীক ৰক্তদান কৰে ।
তেখেতে প্ৰথমবাৰৰ বাবে ৰক্তদান কৰিছে। তেখেতৰ দৰে আপোনালোকে ও ৰাইজৰ স্বাৰ্থত অকনমান ওলাই আহিবলৈ চেষ্টা কৰক। আজি আপুনি কাৰোবাক সহায় কৰিলে হে কাইলৈ আপুনি ও সহায় লাভ কৰিব ।

#মানুহে_মানুহৰ_বাবে

02/10/2024

Saheb Khana- Charaideu

02/10/2024

02 অক্টোবৰ গান্ধী জয়ন্তী ৰ লগত সংগতি ৰাখি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ ত চাফাই অভিযান

02/09/2024


#বগীবিল #ডিব্ৰুগড়

জয় আই অসম।।               অসম তথা শিৱসাগৰৰ সু সন্তান Parthib Gogoi য়ে বলিউডৰ জনপ্ৰিয় অভিনেতা Jhon Abraham ৰ সৈতে উঠা ...
02/09/2024

জয় আই অসম।।
অসম তথা শিৱসাগৰৰ সু সন্তান Parthib Gogoi য়ে বলিউডৰ জনপ্ৰিয় অভিনেতা Jhon Abraham ৰ সৈতে উঠা এখনি স্থিৰ চিত্ৰ ।
ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম তথা অসমীয়াৰ দপদপনি আৰম্ভ হৈ গৈছে ✊💪।। এনেদৰেই বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজ্জ্বলাই ৰাখিবলৈ ঈশ্বৰে সকলোকে শক্তি দিয়ক 🙏 ।।
NorthEast United FC
CMO Assam
Nandita Garlosa

(ফীফা বিশ্বকাপ ফুটবলৰ "কোৱালিফাইং" মেচ খেলিবৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা অসম তথা শিৱসাগৰৰ "পাৰ্থিৱ সুন্দৰ গগৈ")

28/08/2024

কিমান সুন্দৰ কণ্ঠ চাওকচোন এবাৰ 🙏

বিশিষ্ট চিনেমা পৰিচালক ৰীমা দাসৰ নতুন চিনেমা ‘ভিলেজ ৰ’কষ্টাৰ্ছ ২’ ২৯সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ Jiseok Co...
28/08/2024

বিশিষ্ট চিনেমা পৰিচালক ৰীমা দাসৰ নতুন চিনেমা ‘ভিলেজ ৰ’কষ্টাৰ্ছ ২’ ২৯সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ Jiseok Competition শাখাত একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে নিৰ্বাচিত হৈছে৷ ৰীমা দাস ডাঙৰীয়ানীলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷।

আপোনাক আৰু আপোনাৰ কৰ্ম দক্ষতাক লৈ আমি গৌৰৱ অনুভৱ কৰো বা 💐💐

12/07/2024

কেকে ছাৰক পুলিচে এৰেষ্ট কৰিলে কিয়? শ্বিলং ফুৰিবলৈ গৈ পৰিলে বিপদত ।।

Address

Sivasagar

Website

Alerts

Be the first to know and let us send you an email when Madhab Das Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share