Village Rock

Village Rock Hiiii
(1)

01/03/2024

ক্ষীণাই ক্ষীণাই এতিয়া এনেকুৱা অৱস্থাত যʼত ক্ষীণেও ক্ষীণাবলৈ জেগা বিচাৰি নাপাব...😎

26/02/2024

এই যে ATM বেংক বা শ্বপিংমলবোৰত যিবোৰ চিচাৰৰ দৰ্জা থাকে মই টানিম নে ঠেলিম কনফিউজ হৈ যাও।
Maksom💯💯💯

26/02/2024

Bf এৰি দিব কিন্তু পাতি লোৱা দাদাক নেৰে
তেজখাতি🙄🙄

26/02/2024

এইটো নহয় যে
মই চবকে ভন্টি বনাই ফুৰিম।।
ময়ো বিয়া পাতিব লাগিব ভাই।।

24/02/2024

মোৰ প্ৰতি কাৰোবাৰ দূৰ্বলতা আছে যদি কৈ দিবা 😗

24/02/2024

Hii ফাগুন

টকাৰ বস্তা এটা আমাৰ ঘৰৰ আগত পেলাই দিয়াহি
🙏😫

24/02/2024

Phone লাগি থাকিব দিয়া না বুলি
কোৱা মানুহ নাই ...😢😢😢

24/02/2024

যি মুলা বাঢ়ে দুপাততে চিন
এনেকৈ গঢ়ে ভবিষ্যতৰ দিন ৷

🤣🤣🤣 Uiii maaa
22/02/2024

🤣🤣🤣

Uiii maaa

'এটা নাৰিকলৰ পানী দুডাল পাইপেৰে খোৱাটোহে আচল প্ৰেম'-ৰূপজ্যোতি কুৰ্মী

22/02/2024

নিজৰ সৰস্বতী গৰাকীক
লক্ষ্মীলৈ ৰূপান্তৰ
কৰিব পৰাতোহে আচল
পুৰুষৰ লক্ষণ

22/02/2024

জীৱন সংগ্ৰাম  🥲🥲
09/02/2024

জীৱন সংগ্ৰাম 🥲🥲

আৰু কি কি য়ে দেখিম 🤣🤣
07/02/2024

আৰু কি কি য়ে দেখিম 🤣🤣

05/02/2024

এৰি যোৱাৰ বহুত বাহানা আছিল,
মদ চোন তুৰ বাপেৰেও খাই…

05/02/2024

পৃথিৱীত একো কামত নাহা
বস্তুটোৱে হৈছে ল'ৰাৰ দুদু
😊

04/02/2024

যদি তুমি মোক
বানপানীৰ দৰে মৰম কৰা,
মই অসমৰ দৰে ডুবি যাবলৈ সাজু।

04/02/2024

প্ৰেম এনেকোৱা এখন মায়া জাল
য'ত নপৰা সকলে পৰিব বিচাৰে, আৰু
পৰা সকলে উদ্ধাৰ হ'ব বিচাৰে

04/02/2024

Dear buwari lover
🫣😆😆
বাইদেউ সকলে চৰকাৰী
লাখ পতি আঁচনী পাব ।
তোমালোকৰ বাবে সু খবৰ

02/02/2024

কি হয় বাৰু
02/02/2024

কি হয় বাৰু

02/02/2024

চছমাৰ পাৱাৰ সলনি হ'ল।ফ্ৰে'মটো আগৰেই। নতুনকৈ লগোৱা গ্লাছৰ দাম শুনি বিচূৰ্তি। জি এছ টি ১৮ শতাংশ বোলে।
চছমাৰ বাবে শীঘ্ৰেই হিতাধিকাৰী আঁচনি লাগিবগৈ দেখোন 🙄

সত্য নে অসত্য
02/02/2024

সত্য নে অসত্য

Address

Sivasagar
785640

Website

Alerts

Be the first to know and let us send you an email when Village Rock posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Digital creator in Sivasagar

Show All