Santali NorthEast

Santali NorthEast This is a web news page in Santali language.. Please like and follow the page for more informations... Johar
(2)

23/06/2024

Assam ponoṭ Chirang Jilạ re menak' Nagdolbari re HSLC ar HS ko passed akak' gidra ko USCC seć khon mandaṛhi ko chalaḱ koa.

21/06/2024

Assam ponoṭ CHIRANG Jilạ reaḱ kajolgaon ABSU office re 55 dhawaḱ Rabha dibos manao kạmi hora !.Bạisi re Assam ren onoliyạ ar gainaha ko mạndạrhi ko calaḱ kuwa.

21/06/2024

Gossaigaon re BPF reṅ kạmiyạ ko UPPL re aima ko Joining keda .

নিৰ্বাচনত পৰাজয়ৰ পিচতে বিপিএফত খহনীয়াঃ যুব বিপিএফৰ ১২ সদস্যৰ ইউ পি পি এলত যোগদান !

লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিচতেই খহনীয়া আৰম্ভ হৈছে বিপিএফ দলত ৷ গোসাইগাঁৱত যুব বিপিএফৰ ১২ গৰাকী সক্ৰিয় সদস্যই ইউ পি পি এলত যোগদান কৰে ৷ গোসাইগাঁও জিলা ইউ পি পি এলৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত যুব বিপিএফৰ সদস্য সকল আনুষ্ঠানিকভাবে ইউ পি পি এলত যোগদান কৰে ৷ জিলা সভাপতি অনিন্দ্য বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত ইউ পি পি এলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰীয়ে দলত যোগদান কৰা সদস্য সকলক দলীয় প্ৰতিক আৰু আৰনাইৰে আদৰনী জনায় ৷
ভাষনত তেও কয় যে অনাগত দিনত বিপিএফ দলৰ পৰা বহু নেতা-কৰ্মী ইউ পি পি এলত যোগদান কৰিব আৰু বিপিএফ দল থাকিব যদিও কোনো অস্তিত্ব নাথাকিব ৷ জিলা সমিতিৰ সাধাৰন সম্পাদক আয়নাল হকে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় ইউ পি পি এলৰ যুব শাখাৰ জিলা সভাপতি ৰাজীব মুছাহাৰীয়ে ৷

18/06/2024

All Santal Students' Union ASSU Chirang Jilạ baisi hoṭe ṭe Mạndạrhi chal hạṭiń kạmi hora!

17/06/2024

West Bengal re boṭoranaḱ train accident! Namonimuwa 13174 agortala -Sealdah Kanchanjunga express train Siliguri Rangapani re setaḱ 9:30 am okoṭe re mal ladi train te thokor te mal ladi idi train reṅ pilot do loge loge jaga rigiye thokor goć lena ! Niṭ dhabić te 5 Jon goć reạḱ khobor ńam akana . accident ṭe ghayal ko joto hor ge North Bengal Medical college re ko vurtio ka kuwa ar ho railway police udhar abhijan re SDRF,NDARF,lagiya para re menak kuwa!

17/06/2024
15/06/2024

Gossaigaon re MP Jayanta Basumatary mạṅdạṛhi ko chal Diya!

গোসাইগাঁওত নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসুমতাৰীক সম্বৰ্ধনা :

দেশত নতুন এনডিএ চৰকাৰ গঠন কৰাৰ পাছত আজি গোসাঁইগাঁৱ সদৰ চহৰৰ এছএছ মাৰ্কেট প্ৰেক্ষা গৃহত ১ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসুমতাৰী আহি পোৱাৰ লগে লগে নৱ নিৰ্বাচিত সাংসদক বিজেপি,ইউপিপিএল,অগপ দলৰ নেতা কৰ্মীয়ে উষ্ম আদৰি সম্বৰ্ধনা জ্ঞাপন কৰে। গোসাইগাঁও ৰেল ষ্টেচনত যাত্ৰী সকলোৰ যাতায়ত সুবিধাৰ বাবে একপ্ৰেছ ৰেল ৰখোৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে সাংসদ গৰাকীয়ে।

14/06/2024

Assam ponoṭ Chirang Jilạ reaḱ Purba Batabari reṅ Jitrai Hembrom do Ńameṅa ar oraḱ ṭe seterena.

13/06/2024

Assam ponot Chirang Jilạ reaḱ 31 no. National Highway reaḱ Samthaibari jaga re boṭoranaḱ road accident,Bandoguri aṭu reṅ miṭ hoṛ nalha kạmi khōn ruwarok' somoe gaḍi te accident goć ena,ńutum tai do huyuḱ kan taya Tuthu Mardi
Ạṭu Bandoguri PO- Duttapur district chirang PIN 783373.

12/06/2024

Assam ponoṭ Chirang Jilạ reạḱ Purba Batabari aṭu reṅ miṭ koṛa gidrạ ṭihiń Calaõen ńindạ aṭ akana,gidra wak ńutum do Jitrai Hembrom baba- Larbhangka Hembrom
Age 17 bochor.
Jahai ge judi pe ńel tiyaḱ lekhan noa number re pe contact +916900898243 !

11/06/2024

Assam ponot Kuchugaon re AASAA hoṭe ṭe Felicitation programme!

09/06/2024

AASAA seć khoṅ kokrajhar Jilạ seć khon Karigaon re tinaḱ do 2024 sal re HSLC ar HS ko passed leḱ pạthuwạ gidrạ ko onko tihiń mạṅḍạṛhi ko chalaḱ kuwa.

08/06/2024

Tihiń Bijni reạḱ Mukhnaguri re All Santal Students' Union (ASSU) Bijni Jilạ committee seć khoṅ HSLC,H.S passed pạthuwạ koṛa kuṛi ko mạṅdạṛhi chal hạṭiń kạmi hora.

08/06/2024

Assam ponot Kokrajhar Jilạ latar re menaḱ lung-sung reaḱ miṭ jhalak' .

08/06/2024

All Santal Women's association of Assam (ASWAA) waḱ somaj bańcao reaḱ maran" laraoṅa .!

06/06/2024

Gosaigaon re maraṅko Adivasi dol reṅ sengel tuti sap kuwaḱ press meet!

গোসাইগাঁওত প্ৰাক্তন আদিবাসী সহস্ত্ৰ সংগঠন সমন্বয় সমিতিৰ সংবাদ মেল

গোসাইগাঁও মহকুমাৰ হাৰাপুতা স্থিত আজি প্ৰাক্তন আদিবাসী সহস্ত্ৰ সংগঠন সমন্বয় সমিতিৰ সংবাদ সম্বোধন কৰে সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক উইলছন কিস্কুৱে যোৱা ৪ জুনত লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণা পিছতে উৎফলিত আদিবাসী ৰাইজ কিস্কুৱে কোকৰাঝাৰ লোক সভাৰ সমষ্টিৰ এনডিএৰ সাংসদ জয়ন্ত বসুমতাৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে অসমৰ আদিবাসী সকলোৰ জনজাতিকৰণ,বনাঞ্চলত বসবাস কৰা আদিবাসী সকলোৰ ভূমি পট্টা,১৯৯৬-৯৮ আৰু ২০১৪ চনত গোষ্ঠীগত সংঘৰ্ষত নিহত পৰিয়ালক আৰ্থিক সাহায্য আৰু প্ৰাক্তন সহস্ত্ৰ সংগঠন এছটিএফ,আকমা,বিছিএফ,আনলা,আৰু আত্মসৰ্মপনকাৰী এডিএফ,এনএছএলএ সদস্য সকলোক বিগত দিনৰ মাহিলি ভাট্টা আৰু এক কালিন সাহায্য প্ৰদান দাবী কৰিছে সমন্বয় সমিতিয়ে।

Kokrajhar reaḱ Karigaon khoṅ aṭ akana.Gossaigaon Kasiyabari reṅ Giris Murmu (38) Baba ńutum Lobin Murmu ren koṛa.কোকৰাঝা...
06/06/2024

Kokrajhar reaḱ Karigaon khoṅ aṭ akana.Gossaigaon Kasiyabari reṅ Giris Murmu (38) Baba ńutum Lobin Murmu ren koṛa.

কোকৰাঝাৰ কাৰিগাঁওৰ পৰা নিৰুদ্দেশ
গোসাইগাওঁ কাশিয়াবাৰীৰ এগৰাকী যুৱক।

গোসাঁইগাঁও মহকুমা তথা সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত সিন্দিৰিঝৰা গাৱৰ এগৰাকী যুৱক নিৰুদ্দেশ হয়।মানসিকভাৱে কিছু ভাৰসাম্যহীন যুৱক গৰাকী গাঁওখনৰে বাসিন্দা লুবিন মুৰ্ম্মূৰ পুত্ৰ গিৰিশ মুৰ্ম্মূ (৩৮)। চিকিৎসাৰ বাবে ২০১৭ চনতে তেজপুৰ মানসিক মেডিকেল চিকিৎসালয়ত ভৰ্তি কৰা পাছত কিছু পৰিমানে সুস্থ হৈ পৰিছিল। প্ৰাপ্ত বাতৰি মতে যুৱক গৰাকী গৰাকীয়ে ১০ এপ্ৰিলত ঘৰৰ পৰা চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে কোকৰাঝাৰ কাৰিগাঁও লৈ যায়।সেই স্থানৰ পৰা যোৱা ২৫ মে পুৱতি নিশা ৩:৩০ মান বজাত প্ৰস্বাৱৰ বাবে ঘৰৰ পৰা ওলাই যোৱাত পুনৰ ঘুৰি নোহাত পৰিয়াল আৰু আত্মীয়-স্বজন, চিন্তিত হৈ পৰিছে।বন্ধু-বান্ধৱ,ওচৰ- চুবুৰীয়াৰ ওচৰত খা-খৱৰ কৰে যদিও যুৱক গৰাকীৰ কোনো সম্ভেদ নোপোৱাত কাৰিগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।কোনো সদাসয় ব্যক্তিয়ে যুৱক গৰাকীৰ সম্ভেদ পালে 6900794212/9957056147 মবাইল নম্বৰত যোগাযোগ কৰাৰ লগতে ওচৰতে থকা আৰক্ষী থানাত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়।

06/06/2024

Srirampur re Bhairiguri reṅ Sri Sustam Murmu ar Bhairiguri Black Diamond lekaṭe environment day mano kạmi hora .

পৰিৱেশ দিৱস সংগতি ৰাখি শ্ৰীৰামপুৰত ভাইৰিগুৰি গাঁৱৰ চৰকাৰী প্ৰধান শ্ৰী সুস্তম মুৰ্মু আৰু ভাইৰিগুৰি ব্লেক ডাইমণ্ডে পৰিৱেশ দিৱস পালন কৰা হয়

পুৱাৰে চিনোড ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ভাইৰিগুৰি গাঁওবাসীয়ে গাঁৱৰ পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল পৰিৱেশ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অনা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে গছ-গছনি সংৰক্ষণ কৰা। হাৰাপুটা গাঁৱৰ হাৰাপুটা এন ই এল চি চাৰ্চৰ পৰা হাৰাপুটা ক্ৰীড়া ক্লাবৰ সদস্য, সমাজকৰ্মী আলফ্ৰেড মুৰ্মু আৰু ভাইৰিগুৰি হাৰাপুটাৰ গাঁওবাসীৰ সহযোগত পালন কৰে। তাৰ পিছত ছিনড ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ আৰু শিক্ষক কৰ্মচাৰীয়ে ব্লেক ডাইমণ্ড ক্লাবৰ সদস্যসকলৰ সৈতে গছ পুলি ৰোপন কৰে।
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সজাগতা অনা কাৰণ শেহতীয়াকৈ তাপমাত্ৰা ইমান বেছি বৃদ্ধি পাই আনকি ৪০ ডিগ্ৰীলৈকে অভিলেখ ভংগ হৈছে আৰু কিছুমান পশ্চিমীয়া ৰাজ্যত আনকি ৫০ ডিগ্ৰী বৃদ্ধি পাইছে যাৰ ফলত বহুতৰে মৃত্যু হৈছে। আজি ক্লাবে অনুষ্ঠানটো সফলতাৰে পৰিচালনা কৰিবলৈ সমৰ্থন আৰু সহায়ৰ হাত আগবঢ়োৱা সকলোকে ধন্যবাদ জনাইছে।

05/06/2024

Gossaigaon Sub-division reaḱ Kuchugaon re ṭihiń BTR sarkar ar Forest department seć khoṅ world environment day ko manao keda ar ona seć te dạri puli ko rohoi keda.

04/06/2024

Assam ponot Chirang jila reaḱ Bumungaon UPPL primary office re UPPL reṅ kạmiyạ kuwak' rạska.

04/06/2024

কোকৰাঝাৰ লোক সভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী
জয়ন্ত বসুমতাৰী অগ্ৰগতি

১ নং কোকৰাঝাৰ লোক সভা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে গোসাইগাঁও জিলা ইউপিপিএল কায্যলয়ত উপস্থিত হয়।

1NO. Kokrajhar Loksabha somosti UPPL reṅ Candidate Jayanta Basumatary niṭ dhạbić ṭe laharigi menaya..

Arunachal West khoṅ Kiren Rijiju jitkạreṅa. Nobam Tokiy birud re aḱ jiṭe hạsil keda .
04/06/2024

Arunachal West khoṅ Kiren Rijiju jitkạreṅa. Nobam Tokiy birud re aḱ jiṭe hạsil keda .

Gujrat reak Gandhi Nagar khoṅ Amit shah jitkạreṅa 3.60 lakhs vote te jitkạreṅa .
04/06/2024

Gujrat reak Gandhi Nagar khoṅ Amit shah jitkạreṅa 3.60 lakhs vote te jitkạreṅa .

04/06/2024

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গতঃ
পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিতঃ তৃতীয় ৰাউন্ড

UPPL:-২৪৫৪
BPF:-3283
CONGRESS:-1847

তৃতীয় ৰাউন্ডৰ অন্তত কংগ্ৰেছৰ অগ্ৰগতি 6291 ভোটত !

Moṛe number Parvatjhora somosti re ṭesar round re

UPPL - 2454
BPF- 3283
CONGRESS - 1847

04/06/2024

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গতঃ

এক নম্বৰ গোসাইগাঁও বিধান সভা সমষ্টিতঃ দ্বিতীয় ৰাউন্ড

UPPL:-2845
BPF:-1821
CONGRESS:-961

দ্বিতীয় ৰাউন্ডৰ অন্তত
Uppl ১৯১০ ভোটত আগবাঢ়ি আছে ৷

1no. Gossaigaon Bidhan somosti reaḱ dosar round re-

UPPL-2845
BPF- 1821
CONGRESS - 961

UPPL 1910 vote te laha hataṛ kana.

04/06/2024

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গতঃ

পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিতঃ প্ৰথম ৰাউন্ড

UPPL:-1851
BPF:-1388
CONGRESS:-6632

পৰ্বতঝোৰা দ্বিতীয় ৰাউন্ড

UPPL:- 3618
BPF:-2397
CONGRESS:-10516

Parbatjhora reaḱ prothom round re -

UPPL- 1851
BPF- 1388
CONGRESS - 6632

Parbatjhora reaḱ dosar round re-

UPPL- 3618
BPF- 2397
CONGRESS - 10516

04/06/2024

Pahilaḱ round re 1 no.Kokrajhar Loksabha somosti reaḱ 1 No.Gossaigaon bidhan sabha Loksabha somosti re -
UPPL - 3153
BPF- 2267
CONGRESS- 1382

Niṭ dhạbić ṭe UPPL 886 vote ṭe laha hataṛ kana.

প্ৰথম ৰাউণ্ডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গতঃ

এক নম্বৰ গোসাইগাঁও বিধান সভা সমষ্টিতঃ

UPPL:-3153
BPF:-2267
CONGRESS:-1382

UPPL 886 ভোটত আগবাঢ়ি আছে !

04/06/2024

Assam ponoṭ Chirang jilạ reaḱ Runikhata ancholic committee reformed saõṭe Runikhata latar re tinaḱ do HS ar HSLC re passed akaḱ pathwa gidra onko mandaṛhi ko chalak' koa ..

03/06/2024

Defence line re kami lagit juwan kora kuri ku lagit raska khobor

Johar! Chirang jilạ reṅ DFO Bhramanandan Patteri ṭihiń ayup bela 1pm okoṭe Nemcare hospital rē Haṅapuriena, 56 umạraṅe ṭ...
02/06/2024

Johar! Chirang jilạ reṅ DFO Bhramanandan Patteri ṭihiń ayup bela 1pm okoṭe Nemcare hospital rē Haṅapuriena, 56 umạraṅe ṭahẽ kana.

Address

Sidli
783373

Website

Alerts

Be the first to know and let us send you an email when Santali NorthEast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Sidli media companies

Show All