*কি চলি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়:যতে চাই তাতে জাৱৰ দম:প্ৰসুতি বিভাগৰ বাহিৰৰ কদৰ্যময় পৰিবেশ:চিকিৎসালয়ত এটুপাল খোৱা পানী বাবে হাহাকাৰ ৰোগী* ৷
ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰক্তদান শিবিৰ ।
বান বিধ্বস্ত কামপুৰৰ অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।
*মৰিগাঁৱৰ প্ৰতিখন বিদ্যালয়ত অক্ষয় পাত্ৰ স্থাপন কৰাত গুৰুত্ব আৰোপ জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ* ৷
নামৰূপত ২৫ মেগাৱট সৌৰশক্তি উৎপাদনপ্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ৷
#শিৱসাগৰত চৰকাৰে এক নিৰ্দিষ্ট পৰিমাণৰ সুৰা বিক্ৰী কৰিবলৈ দিয়া নিৰ্দেশক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া ৷#
*আমগুৰিৰ হালোৱাটিং চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত অস্বাস্থ্যকৰ খাদ্য দিয়াৰ অভিযোগ* ৷
#বছৰৰ বাৰ মাহে পানীৰ তলত থকা সোণাপুৰৰ এটা বিশেষ পথ #
শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা।-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু I20 মুখামুখি সংঘৰ্ষ।
ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহি গ'ল কোটিটকীয়া কপিলীৰ শৈল্যবান্ধ ৷
ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
হেলমেট পৰিধান নকৰা চালক-আৰোহীৰ বিৰুদ্ধে ৰাজপথত নামিল মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
# ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ উত্তেজনা ৷ #
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয়ৰ ভৱনৰ আধাৰশিলা স্হাপন ৷
ডিব্ৰুগড়ত অগপৰ চাহ পৰিষদৰ বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অংশ গ্ৰহণ।
।
*চাইবাৰ অপৰাধী আটক কৰা সন্দৰ্ভত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদ মেল *৷
বানৰ পিচত ৰহাৰ কাকতিগাঁৱত এইবাৰ কপিলী নদীৰ খহনীয়াৰ তাণ্ডৱ। নিতৌ চপৰা-চপৰে খহিছে কপিলীৰ গৰা।
✍️সাপেখাতীত ৰেলৰ পৰা পৰি মৃত্যুক আকোঁৱালি ল'লে এগৰাকী বৃদ্ধাই ৷
*Morigaon Big breaking*
*চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান*
Breaking..
ডিব্ৰুগড় চৌকীডিঙীত পুৱাতে অৰ্ঘটন। প্ৰকাণ্ড গছ বাগৰি পৰিল এল্টো বাহনত।