সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ শিৱসাগৰ জিলা সমিতি

  • Home
  • India
  • Sibsagar
  • সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ শিৱসাগৰ জিলা সমিতি

সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ শিৱসাগৰ জিলা সমিতি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ হৈছে এটি, "আধ্যাত্ম সাধনমুখী সামাজিক সাংস্কৃতিক ধৰ্মীয় যুৱ সংগঠন"
(1)

15/01/2024

শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰজাবাম গাঁৱৰ ৰাজহুৱা মেজিৰ তলৰ ধেমালি 🥰🥰 ।
সকলোলৈকে শিৱসাগৰ জিলা তৰুণ বিদ্যাৰ্থী সমাজৰ তৰফৰ পৰা বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছো ।।

24/12/2023
একশৰন ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠাপক আচাৰ্য, শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰাপক, বৈষ্ণৱ পণ্ডিত ইলাৰাম দাস বাপ ঈশ্বৰৰ ৯৫ সংখ্যক...
23/12/2023

একশৰন ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠাপক আচাৰ্য, শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰাপক, বৈষ্ণৱ পণ্ডিত ইলাৰাম দাস বাপ ঈশ্বৰৰ ৯৫ সংখ্যক জন্মজয়ন্তী অনুষ্ঠান ভাগি মাজুলী জিলাৰ ঢেকীয়াজুলীত তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে । উক্ত অনুষ্ঠানত সমূহ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিলো 🙏

।।জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰ।।               মাজুলী জিলাৰ ঢেকিয়াজুলীত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক বাপ ঈশ্বৰৰ জন্মজয়ন্তী...
30/11/2023

।।জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰ।।
মাজুলী জিলাৰ ঢেকিয়াজুলীত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক বাপ ঈশ্বৰৰ জন্মজয়ন্তী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেৰে যোৱা ইংৰাজী ২৬ নৱেম্বৰ ২০২৩ তাৰিখে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ চতুৰ্থ মণ্ডল তথা শিৱসাগৰ,যোৰহাট,তিতাবৰ,গোলাঘাট আৰু ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা নিমাতি ঘাতত এখনি আতক ধুনীয়া তোৰণ উন্মোচন কৰা হয়।
বৈষ্ণব পণ্ডিত আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ ৯৫ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত সমূহ অসমবাসী ৰাইজ তথা ভকত বৃন্দৰ উপস্থিতি সাদৰেৰে কামনা কৰিলো 🙏।

কৃষ্ণ 🙏 ।

01/11/2023

নাম কীৰ্ত্তন।।হীৰেন বাৰূৱতী বাপ।।

01/11/2023

শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত সংকল্পিত মহা পালনামৰ প্ৰাকমূহুৰ্তত হোৱা নাম কীৰ্ত্তন ৰ ভিডিঅ'

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ শিৱসাগৰ জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share