Axomiya // অসমীয়া

Axomiya // অসমীয়া Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axomiya // অসমীয়া, Media/News Company, Sibsagar.

24/10/2021
24/10/2021

Buy This E-Book Now

মাজুলী  অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা। ২৭ জুন ২০১৬ চনত মূখ্যমন্ত্ৰী সৰ্বানন্দ সো...
19/10/2021

মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা। ২৭ জুন ২০১৬ চনত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হল।পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে।

দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱনশিৰী নৈ লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰৰপৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰপৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

🌐অসমীয়া সাধাৰণ জ্ঞান ২০২১🌐🟢 কোন দলে কলকাতা নাইট ৰাইডাৰ্ছক ২৭ ৰাণত পৰাস্ত কৰি আই পি এল 2021 ট্ৰফী জিকিছে?🟢 ১৬ অক্টোবৰত বি...
19/10/2021

🌐অসমীয়া সাধাৰণ জ্ঞান ২০২১🌐

🟢 কোন দলে কলকাতা নাইট ৰাইডাৰ্ছক ২৭ ৰাণত পৰাস্ত কৰি আই পি এল 2021 ট্ৰফী জিকিছে?

🟢 ১৬ অক্টোবৰত বিশ্বজুৰি কি দিৱস হিচাপে পালন কৰা হয়?

🟢 ২০২১-২২ বৰ্ষৰ বাবে বিশ্ব ষ্টীল সংস্থাৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

🟢 কোনজন খেলুৱৈক আই পি এল ২০২১ ত ইমাৰ্জিং প্লেয়াৰ অফ দা ইয়েৰ বঁটা, অৰেঞ্জ কেপ আৰু পাৰপল কেপ বঁটা প্ৰদান কৰা হৈছে?

1) তলৰ কোনটো কিণ্ডাৰগাটেন পদ্ধতি গুণ নহয় :-------ক) বিভিন্ন প্ৰকাৰৰ জ্ঞানৰ মাজত সমন্বয় সাধনৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব ...
19/10/2021

1) তলৰ কোনটো কিণ্ডাৰগাটেন পদ্ধতি গুণ নহয় :-------

ক) বিভিন্ন প্ৰকাৰৰ জ্ঞানৰ মাজত সমন্বয় সাধনৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা নহয় ।

খ) এই পদ্ধতিত শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ।

গ) এই পদ্ধতিত ইন্দ্ৰিয় অনুশীলনৰ ওপৰত দিয়া গুৰুত্বই শিশুৰ জ্ঞান আহৰণৰ দক্ষতা বৃদ্ধি কৰে ।

ঘ) এই পদ্ধতিত শিশুৰ প্ৰতি থকা স্নেহৰ দৃষ্টিয়ে শিশু আৰু তেওঁলোকৰ পিতৃৰ মাতৃ তথা অভিভাৱকক আপ্লুত কৰে ।

উত্তৰ :--?

19/10/2021

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Axomiya // অসমীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share