জীৱনালেখ্য

জীৱনালেখ্য plz.like,comment, join the page . and plz Subscribe My YouTube Chanel - https://youtube.com/channel/UCU197mGLIQu-4uw_-WtXCkg

19/08/2022

এখন‌‌‌ হৃদয়‌‌‌‌‌ ।।a heart touching poem by Arif ahmed and poetry by Diju niyor ।। by saidul।।Welcome to my youtube channel

31/05/2022

আমাৰ দৰে হাই-হাল্লা ভাল নোপোৱা,শ্ল’ ভলিউমত চকু মুদিব পৰা মানুহৰ বাবে গান গোৱাজন KK.

“aakho mein teri aajab se” শুনি প্ৰেমত পৰা,কাৰ দোপাট্টা আহি আমাৰ ঘড়ীত লাগিবহি বুলি কল্পনা কৰোৱা মানুহজন KK.

“Mujhko Saza Di Pyaar Ki,”বিৰহত চিঞৰিবলৈ,ৰিক্ত নিশাবোৰত প্ৰেমৰ প্ৰতি ধিক্কাৰ জগোৱা মানুহজনো KK.

“Yaaron dosti badi hi haseen hai”,হোষ্টেল ফেয়াৰৱেলৰ ৰাতি লগৰটোক সাবত মাৰি ধৰি কান্দোতে বেকগ্ৰাউণ্ডত বাজি আছিল KK.

“Zindegi Do pal ki”,গানত কোৱাৰ নিচিনাকৈয়ে মানুহ গুছি যায়নে! সঁচাকৈয়ে,উশাহকণ ৰৈ যোৱা মানেইতো সব শেষ । এটা মূহুৰ্তৰহে কাৰবাৰ ।

আমাৰ যৌৱন ধৰি ৰখা বহু এলিমেণ্টৰ মাজৰ এটা আছিল KK. আজিৰ পৰা এটা এলিমেণ্টৰ 'দ্যা এণ্ড!'

এতিয়ানো কি,তেখেতে গোৱাৰ দৰে,“Ab kehna aur kya,Jab tune keh diya alvida”,এতিয়া আৰু ক’বলৈ একো নাই । ক’মেই বা কি? কাক?

✍️ প্ৰণয়

13/05/2022

।। শৈশৱৰ পৰা ভৱিষ্যৎলৈ ।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° (অনুগল্প)

শৈশৱৰ পৰা ভৱিষ্যৎলৈ এই যাত্ৰাৰ মাথো এটাই পথ বা লক্ষ্য হব লাগে সেয়া হৈছে শিক্ষা, শিক্ষাৰ কোনো আদি অন্ত নাই। প্ৰত্যেক মানুহে জীৱনৰ পাতনি মেলে শিক্ষাক লৈ সেয়া ধৰ্মীয় শিক্ষাই হওঁ‌ক নাইবা সাধাৰণ শিক্ষাই হওঁ‌ক। শিক্ষা মানুহৰ জীৱনৰ বাবে এটা মূদ্ৰাৰ ইপিঠি-সিপিঠি । বৰ্তমান ছাত্ৰ সমাজত শিক্ষাক লৈ ৰণুৱা ঘোৰাৰ দৰে দূৰন্ত গতিত প্ৰতিযোগিতা হব ধৰিছে কোনোৱে যদি মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছে আন কোনোৱে আকৌ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ দেশ বিদেশ লৈ ধাউটি মেলিছে । কথাতে আছে (যোযনাটি) ----
পঢ়াই পঢ়ে ৰুৱে পান এই
তিনিয়ে নিচিন্তে আন,
শিক্ষা গ্ৰহণ কৰিবলৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কোনো আৱশ্যকতা নাই যি শিক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পোৱা যায় সেই শিক্ষা বৰ্তমান এখন চৰকাৰী শিক্ষানুষ্ঠানত পাব পাৰি অধিক উন্নতমানণ্ডৰ। শিক্ষা মানুহৰ জীৱনৰ অবিচাৰ্য্য অংশ যদিওঁ‌ আমাৰ প্ৰথম শিক্ষা গুৰু নিজ মাতৃ সেয়া দৰিদ্ৰ শ্ৰেণীৰে হওঁ‌ক বা মধ্যবিত্ত অথবা উচ্চ শিশৰৰ ধনী শ্ৰেণীৰে হওঁ‌ক মুঠৰ ওপৰত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এটা সুকীয়া পৰিৱেশৰ মাতৃ শাসনৰ দৰকাৰ, যদিওঁ‌ এজন সদগুৰুৰ প্ৰয়োজন ।
গীতাত উল্লেখ আছে ------
কবীৰ জুঠে গুৰুকে পক্ষকো,
তজত ন লাগৈ ৱাৰ ।
দ্বাৰ ন পাৱৈ মোক্ষ কা, ৰহ ৱাৰ কা ৱাৰ।।
যেতিয়ালৈকে সদগুৰু পোৱা নাযায় তেতিয়ালৈকে গুৰু সলনি কৰি থাকিব লাগে। নতুন গুৰুৰ শৰণ লৈ সদগুৰু নহয় বুলি জনাৰ লগে লগেব তেওঁ‌ক ত্যাগ কৰিব লাগে। সদগুৰু পোৱাৰ পিছত অতিতৰ সকলো জ্ঞান পৰিষৰৰ কথা গম পোৱা যায় । যেনেদৰে ৰাতি নাৱত যাত্ৰা কৰি থকা যাত্ৰীয়ে ৰাতিপুৱাৰ পোহৰত নাৱৰ তলি ফুটা হৈ পানী সোমোৱা দেখি ওচৰৰ থকা সুৰক্ষিত নাৱত বহে সেয়া বুদ্ধিমানৰ কাম । ঠিক তেনেদৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো সদগুৰু লাভম্বিত হলে আজীৱন শৰাণ্যপণ্য হৈ থাকিব লাগে । যদি পৰিৱেশ অথবা পৰিস্থিতিৰ লগত যুজঁ‌ দি কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে সদগুৰু লাভম্বিত হৈ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি একাগ্ৰতাৰে অধ্যায়নপুষ্ঠ হয় তেন্তে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ ভৱিষ্যৎ কোনো কুণ্ঠবোধ নকৰাকৈ উজ্জ্বল বুলি কৰিব পাৰি।।

------ দিজু নিয়ৰ আহমেদ।।
তাৰিখ--- ১০-০৬-২০২১

09/11/2021
জিলমিল জোনাকৰে কহুৱা বনৰ বালিশাৰদী নিশা বকুল সুবাসি তোমাৰ হাতৰ পৰশৰ লাগি বকুলৰ পাহিও সৰি পৰে নেচাবি দে মোলৈ এনেকৈ দেহি ল...
02/06/2021

জিলমিল জোনাকৰে
কহুৱা বনৰ বালি
শাৰদী নিশা বকুল সুবাসি
তোমাৰ হাতৰ পৰশৰ লাগি
বকুলৰ পাহিও সৰি পৰে
নেচাবি দে মোলৈ এনেকৈ
দেহি লাজে বেৰি-বেৰি ধৰে।।

৭৪ সংখ্যাক স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনালো 💚Happy 74th Independence Day💚
15/08/2020

৭৪ সংখ্যাক স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনালো 💚
Happy 74th Independence Day💚

15/08/2020

৭৪তম স্বাধীনতা দিৱস উপলক্ষে আপোনাক আন্তৰিক শুভেচ্ছা যাছিলোঁ‌ । লগতে বীৰ স্বহীদ সকলোলৈ প্ৰণাম ।

প্ৰতি গৰাকী পিতৃ প্ৰতিটো সন্তানৰ সাহস আৰু প্ৰেৰণা হৈ সুস্থ সবল হৈ থাকক ।।        😘❤শুভ পিতৃ দিৱস❤😘
21/06/2020

প্ৰতি গৰাকী পিতৃ প্ৰতিটো সন্তানৰ সাহস আৰু প্ৰেৰণা হৈ সুস্থ সবল হৈ থাকক ।।
😘❤শুভ পিতৃ দিৱস❤😘

"তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১তম মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিলো।নি...
20/06/2020

"তুমি সুবাস অসমীৰে
তুমি সুবাস সৃষ্টিৰে "

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১তম মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিলো।

নিচলা আইৰে আমি খাটি অসমীয়া
অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা অতি মোহনীয়া
খোপাত কপৌ ফুল
হাতত জেতুকাৰ বুল
ওঁঠত তামোলৰ পিক সজোৱা বোলোৱা ঐ
বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা ঐ
কবিতাৰ মোহন ছন্দ পাহৰি পেলোৱা ঐ
বীণা খিনীৰ বেশ ধৰি অগনি জ্বলোৱা ঐ ।

হে বীৰ শ্বহীদ প্ৰণামো তোমাক দেশৰ বাবে প্ৰাণো দিলি কিদৰে সোৱৰিম তোমাক চেলুট ছাৰ চেলুট আপোনালোকৰ আত্মা চিৰ শান্তি পাওঁ‌ক ।...
19/06/2020

হে বীৰ শ্বহীদ প্ৰণামো তোমাক
দেশৰ বাবে প্ৰাণো দিলি কিদৰে সোৱৰিম তোমাক চেলুট ছাৰ চেলুট আপোনালোকৰ আত্মা চিৰ শান্তি পাওঁ‌ক ।
JAI HIND JAI HIND

https://youtu.be/KYgBQSJTHtwকবিতা শুনি ভাল পোৱাবোৰলৈ এটি সুন্দৰ ৰোমান্টিক প্ৰেম কবিতা । সকলোৱে চাব লগতে আপোনালোকলৈ অনুৰো...
18/06/2020

https://youtu.be/KYgBQSJTHtw
কবিতা শুনি ভাল পোৱাবোৰলৈ এটি সুন্দৰ ৰোমান্টিক প্ৰেম কবিতা । সকলোৱে চাব লগতে আপোনালোকলৈ অনুৰোধ সকলোৱে যাতে Like,Comment,Sheree And Chanel টো
Subscribe কৰি মৰম আশীৰ্বাদ দিব বুলি মই আশাবাদী ।

#এটি সুন্দৰ প্ৰেম কবিতা প্ৰেমৰ মধুৰ ক্ষণ কিছু ৰোমাণ্টিক মূহুৰ্ত প্ৰেমক-প্ৰেমিকাৰ আশা আকাংক্ষাৰে দিজু আহমেদৰ দ্ব....

happy brother's day.সাহসৰ অন্য এটা নাম - দাদা 💖ভাইটি(প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আমাৰ নতুন পেজ খন আগবাঢ়ি যাবলৈ 🙏...
24/05/2020

happy brother's day.
সাহসৰ অন্য এটা নাম - দাদা 💖ভাইটি

(প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আমাৰ নতুন পেজ খন আগবাঢ়ি যাবলৈ 🙏)

Justice Still Awaited 😢(Like the page)
21/05/2020

Justice Still Awaited 😢

(Like the page)

পেজখন লাইক আৰু শ্বেয়াৰ কৰি দিব।🙏🙏🙏
14/05/2020

পেজখন লাইক আৰু শ্বেয়াৰ কৰি দিব।
🙏🙏🙏

14/05/2020
10/05/2020

❤😘💖 শুভ মাতৃ দিৱস❤😘💖

বিনা স্বাৰ্থ অবিহনে তোমাক জীৱনৰ সুপথ দেখাই দিয়া গৰাকী হ'ল মা'💚
বিনা স্বাৰ্থ অবিহনে তোমাৰ কাষত থকা গৰাকী মা'💚
বিনা স্বাৰ্থ অবিহনে তোমাৰ প্ৰতি সু দৃষ্টি ৰখা গৰাকী মা'💚

বিনা স্বাৰ্থ অবিহনে তোমাৰ সুখ দুখ , হাঁহি কান্দোন ত তোমাৰ বুকুত সাহস দিয়া গৰাকী হ'ল মা💚

মাতৃ দিৱস উপলক্ষে সকলো আই মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

সু - স্বাস্থ্যৰ অধিকাৰী হওঁক প্ৰতি গৰাকী মা'💚
ভালে থাকক 💚

HAPPY MOTHER'S DAY💚😘❤😘💚

08/05/2020

তীব্ৰ বেগী সময়
আজি যাযাৱৰ
এটা জীৱনৰ বাবে,
নিয়তিয়েও নামানে
বিধাতাৰ লিখন
সময় বৰ নিস্তুৰ মাথো অপেক্ষা
অন্য এটা জীৱনলৈ ।।

05/05/2020

জীৱন এখন আকাশ
কেতিয়াবা ক'লা মেঘ
কেতিয়াবা ডাৱৰ
আৰু কেতিয়াবা
তৰাৰ পোহৰ ।

Address

Barampur Hat Bajali
Rangia
781354

Alerts

Be the first to know and let us send you an email when জীৱনালেখ্য posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category


Other Rangia media companies

Show All