I still remember the day 🚨
I still remember how both Telugu states erupted with this speech ❤️🔥
I still remember how Pawan Kalyan factor has changed the results of 2014 AP election 🔥
This was the day from which i started following his Modern Ideology !
#janasenaformationday ✊✊ #janasena_youth_association #janasenaparty #pawankalyan❤ #pawankalyanfans #proudtojanasainik #day ✨
Sarbananda Sonowal
BJP Assam Pradesh
সুধাকন্ঠ ভাৰতৰত্ন ড• ভূপেন হাজৰিকা দেৱৰ কি সুন্দৰ বৰ্ণনা নৱ ভাৰতৰ ....
মহাভাৰতৰ এক মহান অংগ আই অসমী।
"যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।
নমঃতস্মৈ নমঃতস্মৈ নমঃতস্মৈ নমো নমঃ ।।"
আজি মহালয়া।
মহামায়া আদিশক্তি মা দুৰ্গাদেৱীৰ আগমনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে।
সকলো অশুভ শক্তি বিনাশী শান্তি প্ৰদানৰ অৰ্থে ধৰাৰ বুকুলৈ আজি আগমন ঘটিব শক্তিৰ অধিষ্ঠাত্রী দেৱী মা দুৰ্গাৰ।
আজি এই মুহূৰ্তত মা ভগৱতীৰ শ্ৰীচৰণত আন্তৰিকতা আৰু একান্ত আত্ম-সমৰ্পিত ভাৱেৰে কৌটি কৌটি প্ৰণিপাত জনালোঁ।🙏
Uddipto Deka
#G20 India🇮🇳
Narendra Modi
Uddipto Deka
भारत की है कहानी
सदियों से भी पुरानी ❤️
Kar soli no
@ramenbasumatary98
@bmalakar747
@nandu2284 tumr neki 😂
চত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ হোৱা শৰণীয়া কছাৰী জনগোষ্ঠীৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ তেওঁলোকৰ জাতীয় উৎসৱ "বাঁহ-গোসাঁই" উৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। 🙏
-Uddipto Deka
সকলোকে সু-প্ৰভাত 🙏
জয় শ্ৰী ৰাম
জয় হনুমান 🙏
#HappyTuesday
#PushUp 🏋❤
#OneLeg🦵
#exercise💪
#OwnPeach 🤞
#HomeQuarantine📺🍿🛋️