New Ramdhenu Digital

New Ramdhenu Digital Newramdhenudigital.com

31/08/2024

➡️ জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মুহুৰত অনুষ্ঠান ।

➡️ নলবাৰী মিলনপুৰ শ্ৰীশ্ৰীহনুমান মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ।

➡️ শুভ মুহুৰত অনুষ্ঠানটোৰ উদ্বোধন কৰে বিশিষ্ট অভিনেতা , নাট্যকাৰ নৱ কুমাৰ শৰ্মাই ।

28/08/2024

➡️ নলবাৰীৰ বগুৰীহাটীত থিয়েটাৰ সূৰ্য্যৰ দৰ্শকৰ ব্যাপক সঁহাৰি ।

➡️ "মৰমত তেজৰ টোপাল" নাট খনলৈ ৰাইজৰ হিয়া উজাৰি মৰম ।

28/08/2024

➡️ নলবাৰী মৰোৱা উৎসৱখলাত আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰ পৰিচালনা সমিতিৰ অস্থায়ী কাৰ্যলয় মুকলি ।

➡️ কাৰ্যলয়টো মুকলি কৰে মৰোৱা শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ চন্দ্ৰ বৰুৱাই ।

27/08/2024

➡️ হাজো নলবাৰী পথৰ অময়াপুৰ বামুন্দী চ'কত প্ৰজ্ঞাদ্বীপ একাডেমীয়ে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত Guru Global School অধীনত এটি ABACUS শাখা মুকলি কৰে ।

27/08/2024

➡️ শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী বৰভাগৰ উলাবড়ীত পাগলাদিয়া নদীৰ বুকুত পৰম্পৰাগত নাওঁ‌খেল প্ৰতিযোগিতা ।

➡️ লোকে লোকাৰণ্য উলাবড়ী পাৰঘাট ।

27/08/2024

➡️ নলবাৰীৰ নিজপকোত আয়তিৰ উৰুলিদ্ধনী শংখ বৰকাহাৰ শব্দৰ ধ্বনিৰে এক মাংগলিক কাৰ্যসুচীৰে ৰোপন কৰা হয় গছপুলি ৷

➡️ গছ থাকিলেহে মানুহ থাকিব ৷

➡️ সেয়ে প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্বৰে ওলাই আহিল নলবাৰীৰ নিজপকোৰ স্থানীয় লোক সকল ৷

➡️ নলবাৰীৰ নিজ পকোৱাৰ সচেতন নাগৰিকৰ উদ্যোগত আজি নিজপকোৰ ভালুকমাৰা জানৰ পাৰত ২০০ ৰো অধিক গছপুলি ৰোপন কৰে ৷

25/08/2024

25/08/2024

➡️ নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ দহদিনীয়াকৈ শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷

➡️ এই উদ্দেশ্যে আজি বিল্বেশ্বৰ দেৱালয়ত উদযাপন সমিতিয়ে আয়োজন কৰে সংবাদ মেলৰ ৷

25/08/2024

➡️ উত্তৰ ভাৰতলৈ যোৱা যাত্ৰীবাহী ৰেলৰ ষ্টপেজ বিচাৰি নলবাৰীত প্ৰতীকি অনশন ।

➡️ আজি নলবাৰী ৰেল ষ্টেচনত নলবাৰী জেষ্ঠ নাগৰিক সন্মিলন আৰু অসম ৰেলযাত্ৰী সংস্থা নলবাৰী শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্য্যসূচী‌ ।

➡️ নলবাৰী ৰেলষ্টেচনত দূৰণিবতীয়া ৰেলৰ লগতে উত্তৰ ভাৰত বা দক্ষিণ ভাৰতলৈ যোৱা ৰেলৰ ৰখোৱাৰ ব্যৱস্থা নাই ।

➡️ সেয়েহে আজি এইদৰেই ৪ ঘন্টীয়া প্ৰতীকি অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।

23/08/2024

➡️ নলবাৰী টাউন মণ্ডলৰ সভাপতি বিজেপি নেতা অঞ্জন ডেকাৰ জন্মদিন পালন ।

➡️ নলবাৰী মিলনপুৰৰ শ্ৰীশ্ৰীহনুমান মন্দিৰত শুভাকাংক্ষী সকলে আযোজন কৰে জন্মদিন অনুষ্ঠানৰ ।

23/08/2024

➡️ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ সংবাদমেল ।

➡️ ২৭ আগষ্টৰ পৰা ৩০ আগষ্ট লৈ গুৱাহাটী চচলত আন্দোলন কাৰ্যসূচী ঘোষণা ।

➡️ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ গৃহৰক্ষী জোৱান সকলৰ ।

22/08/2024

➡️ নামনি অসমৰ কৰ্কট ৰোগীৰ বাবে সুখবৰ ।

➡️ বৰপেটাৰ কেঞ্চাৰ হস্পিটালত অত্যাধুনিক PET-CT Scan মেচিন মুকলি ।

➡️ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনে বৰপেটা কেঞ্চাৰ হস্পিটালত অত্যাধুনিক PET-CT Scan মেচিন মুকলি কৰে ।

22/08/2024

➡️ অসমত এতিয়া ভ্ৰাম্যমাণৰ বতৰ ।

➡️ কালি কাঁহ শিল্প নগৰি সৰ্থেবাৰীত কৰা হল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শুভ নাট্যাৰাম্ভ ।

➡️ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে উলহ মালহেৰে ৰুপায়ন কৰা ভিন্ন কাৰ্যসূচীৰ মাজেৰে কালি নিশা কৰা হল শুভ নাট্যৰম্ভ ।

21/08/2024

➡️ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বিহু নাচ ।

➡️ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ মাতৃ তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বিহু নাচ ।

➡️ ককাল ঘূৰাই বিহু নাচনী ৰূপত বিজয়া চক্ৰৱৰ্তী ।

20/08/2024

➡️ নলবাৰী জিলা বিজেপি আৰু নলবাৰী ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ তথা নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী পংকজ ডেকাৰ জন্মদিন পালন ।

➡️ পংকজ ডেকাৰ জন্মদিনটো তেখেতৰ ব্যবসায়িক প্ৰতিষ্ঠান ডেকা চাৰ্ভিছ ষ্টেচন চকবজাৰত পালন কৰা হয় ।

20/08/2024

➡️ নলবাৰী জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত আজি জিলা শিশু বিষয়া জিতুল বৰাৰ তত্বাৱধানত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ।।

➡️ এই ৰক্তদান শিবিৰত বিশ জন কৰ্মচাৰীয়ে ৰক্তদান কৰে ।।

➡️ শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ লগতে বিভিন্ন সময়ত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি অহা নলবাৰী শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়ে আজিও অনুষ্ঠিত কৰে এই ৰক্তদান কাৰ্যসূচী ।।

19/08/2024

➡️ নলবাৰী জিলা আয়ুক্তৰ কাৰ্যলয়ত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ বৈঠক ।

18/08/2024

➡️ আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ।

➡️ হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ-নামঘৰ ।

➡️ নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত অনুষ্ঠিত হৈছে এমাহ যোৰা দিহানাম আৰু নাম প্ৰসঙ্গ ।

15/08/2024

➡️ স্বাধীনতা দিৱসৰ দিনাই নলবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ।

➡️ নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখত জব্দ কৰা হল গাঞ্জাৰ টোপোলা ।

➡️ প্ৰায় ৭০ কিলোগ্ৰাম গাঞ্জা জব্দ আৰক্ষীৰ ।

15/08/2024

➡️ আজি দেশ জুৰি অতি উলাহ মালাহৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে ।

➡️ ইয়াৰ সমান্তৰালকৈ বাইহাটাৰ কমলপুৰস্তিত ইকো টেক পেঁপাৰচত উদযাপনৰ কৰা হৈছে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস ।

15/08/2024

➡️ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এক বিবৃত্তিয়ে জোকাৰিছে সমগ্ৰ অসম ৷

➡️ নলবাৰীৰ পুৰণি চিভিল হস্পিতালৰ সোমোৱা পথত পৰিতক্ত্য এম্বুলেন্সত এটা সক্ৰিয় বোমা থকাৰ দাবী আলফাৰ ৷

➡️ এই খবৰৰ পিছতেই সষ্টম হৈছে নলবাৰী আৰক্ষী ৷

15/08/2024

➡️ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৬ নং বাৰাংহাটী গাওঁ পঞ্চায়তত উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস ৷

➡️ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বাৰাংহাটী গাঁওৰ গাঁও প্ৰধান পংকজ শইকীয়াই ।

15/08/2024

➡️ আজি দেশৰ ৭৮ তম স্বাধীনতা দিৱস ।

➡️ নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয় খেলপথাৰত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ।

14/08/2024

➡️ নলবাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত নিহত হোৱা পায়েল দেৱীৰ মৃতকৰ আত্মাৰ সদগতিৰ বাবে ঘটনাস্থলীত নাম প্ৰসংগ ।

➡️ স্হানীয় ৰাইজৰ সহযোগত মৌন সমদল ৷

14/08/2024

➡️ নলবাৰীৰ ৪০৮ নং মুগকুছি প্ৰাথমিক বিদ্যালয়ত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অংশস্বৰূপে আজি ছাত্ৰ ছাত্ৰীৰ মাজত এক ত্ৰিৰংগা ৰেলী উলিয়াই মুগকুছি অঞ্চলত বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই ৰেলী উলিওৱা হয় ।

13/08/2024

➡️ আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এইড এট এক্সনৰ দ্বাৰা নলবাৰীত দুদিনীয়া STEM বিষয়ক প্ৰশিক্ষণ অনুষ্ঠানৰ সফল সমাপ্তি ।

Address

Marowa To Kamalpur Road
Rangia

Alerts

Be the first to know and let us send you an email when New Ramdhenu Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Digital creator in Rangia

Show All