Moina Q Entertainment

Moina Q Entertainment Digita Creator.. Promotions, Collaboration DM [email protected]
https://youtube.com/?featur

এইজোপ ফুল ক'ত পাম বাৰু। নামটো নাজানো কোনোবাই জানিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ।
02/03/2025

এইজোপ ফুল ক'ত পাম বাৰু। নামটো নাজানো কোনোবাই জানিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ।

মোৰ অসমীয়া প্ৰিয় Creator হিচাপে দুয়ো প্ৰিয় Bhukhan Pathak  দাক আজি দুবছৰ পিছত আকৌ লগ পালোঁ আৰু কোনো আশা নকৰাকৈ আন এজ...
22/02/2025

মোৰ অসমীয়া প্ৰিয় Creator হিচাপে দুয়ো প্ৰিয় Bhukhan Pathak দাক আজি দুবছৰ পিছত আকৌ লগ পালোঁ আৰু কোনো আশা নকৰাকৈ আন এজন প্ৰিয় Creator RATUL JISHU লগ পায় মই বহু বেছি সুখী। লগ হ'ম আকৌ নিজৰ কামৰ জৰিয়তে বন্ধু আৰু ককাইদেউ সকলৰ দিহা পৰামৰ্শ লৈ।

PIC OF THE DAY 🚨 নতুন দিল্লী ৰেল ষ্টেচনত কৰ্তব্য পালন কৰি থকা RPF জোৱান
18/02/2025

PIC OF THE DAY 🚨 নতুন দিল্লী ৰেল ষ্টেচনত কৰ্তব্য পালন কৰি থকা RPF জোৱান

Assam Gramin Vikash Bank Secand Annual Sports Day. Organized by Lakhimpur Regional Office.. wonderful meetup our office ...
17/02/2025

Assam Gramin Vikash Bank Secand Annual Sports Day. Organized by Lakhimpur Regional Office.. wonderful meetup our office colleague's...

মোৰ মৰমৰ আৰু একমাত্ৰ ভাগিন জনি সকলোৱে মৰম আৰু আৰ্শীবাদ কৰিব তাই জীৱনৰ বাটত সৎ পথত আগুৱাই যাওঁক আৰু সৎ চিন্তাৰে আগুৱাই যা...
12/02/2025

মোৰ মৰমৰ আৰু একমাত্ৰ ভাগিন জনি সকলোৱে মৰম আৰু আৰ্শীবাদ কৰিব তাই জীৱনৰ বাটত সৎ পথত আগুৱাই যাওঁক আৰু সৎ চিন্তাৰে আগুৱাই যাওঁক জীৱনৰ গতিত।

আকৌ ঘুৰি আহিম অতি শীঘ্ৰে নিজৰ আধৰুৱা কৰ্মক্ষেত্ৰত।Seriously life tur best moment asile mur Bohagi 2020Rupankrita Kalita ...
11/02/2025

আকৌ ঘুৰি আহিম অতি শীঘ্ৰে নিজৰ আধৰুৱা কৰ্মক্ষেত্ৰত।
Seriously life tur best moment asile mur Bohagi 2020
Rupankrita Kalita Alankrita Kalita and special thanks to my brother Bhukhan Pathak he is my idol..

লক্ষীমপুৰৰ জিয়ান হাজৰিকাই Mr India খেলাৰ সুযোগ লাভ কৰে। সকলোৱে আৰ্শীবাদ দি তেখেতক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ।
11/02/2025

লক্ষীমপুৰৰ জিয়ান হাজৰিকাই Mr India খেলাৰ সুযোগ লাভ কৰে। সকলোৱে আৰ্শীবাদ দি তেখেতক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ।

কমলৰ ভনিযেকৰ সৈতে মোহনৰ বৈবাহিক জীৱনৰ আৰম্ভনি। 💞💞
08/02/2025

কমলৰ ভনিযেকৰ সৈতে মোহনৰ বৈবাহিক জীৱনৰ আৰম্ভনি। 💞💞

08/02/2025

এতিয়া এবাৰ মোহনৰ নিচিনাকৈ ( অ জিন-জিন ) 😂😂

Just a normal picture... 😴
04/02/2025

Just a normal picture... 😴

03/02/2025

দুই-এটা পেগ খাই ললেহে কথাবোৰ কবলে উজু হৱ। 😂😂

মামাৰ বিষয়ে অধ্যয়ন কৰিবলৈ মন গ'ল। সেইহে মামাৰ ডʼ হিমান্ত বিশ্ব শৰ্মা নামৰ কিতাপ খন লৈ আনিলো। মামা কেৱল মোৰ বাবে গৌৰৱ ন...
01/02/2025

মামাৰ বিষয়ে অধ্যয়ন কৰিবলৈ মন গ'ল। সেইহে মামাৰ ডʼ হিমান্ত বিশ্ব শৰ্মা নামৰ কিতাপ খন লৈ আনিলো। মামা কেৱল মোৰ বাবে গৌৰৱ নহয় গোটেই অসমৰ বাবে গৌৰৱ। Lots of love and Happy Birthday Mama Himanta Biswa Sarma

25/01/2025

কালি কি খাইছিলু হে মই 😂😂

গণতন্ত্ৰ দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।
25/01/2025

গণতন্ত্ৰ দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।

North Lakhimpur Pinnacle Event Mon Jai Restaurant NH15 Near by Ganesh Mandir..
23/01/2025

North Lakhimpur Pinnacle Event Mon Jai Restaurant NH15 Near by Ganesh Mandir..

𝐁𝐞𝐥𝐢𝐞𝐯𝐞 𝐢𝐧 𝐲𝐨𝐮𝐫𝐬𝐞𝐥𝐟 𝐚𝐧𝐝 𝐲𝐨𝐮 𝐰𝐢𝐥𝐥 𝐛𝐞 𝐮𝐧𝐬𝐭𝐨𝐩𝐩𝐚𝐛𝐥𝐞....
18/01/2025

𝐁𝐞𝐥𝐢𝐞𝐯𝐞 𝐢𝐧 𝐲𝐨𝐮𝐫𝐬𝐞𝐥𝐟 𝐚𝐧𝐝 𝐲𝐨𝐮 𝐰𝐢𝐥𝐥 𝐛𝐞 𝐮𝐧𝐬𝐭𝐨𝐩𝐩𝐚𝐛𝐥𝐞....

Self dependent.. ❤️❤️❤️
27/12/2024

Self dependent.. ❤️❤️❤️

Seriously it's my life... I am happy but angry in my present life..Do you know about my personal life history just comme...
26/12/2024

Seriously it's my life...
I am happy but angry in my present life..
Do you know about my personal life history just comment I will explain everything... Good night everyone.. seriously it's smile is fake...

Address

Bogolijan
North Lakhimpur
787031

Alerts

Be the first to know and let us send you an email when Moina Q Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Moina Q Entertainment:

Share