স্বাভিমানী অসমীয়া

স্বাভিমানী অসমীয়া Babu creation bd

22/12/2023

নিশা নাৰায়ণপুৰ মধুপুৰত বন্য হস্তীৰ উপদ্ৰৱ l
তিনিজনীয়া এটা বনৰীয়া হাতীৰ দলে নাৰায়ণপূৰ মধুপুৰ গাঁৱত চলাই উপদ্ৰৱ

পথাৰৰ পৰা চপাই আনি ঘৰৰ কাষত থোৱা ধান খাই কৰে নষ্ট

কেইবাটাও বাসগৃহ ভাঙে হাতীৰ দলটোৱে

বহু দিন ধৰি এই কেইটা বন্য হস্তীৰ জাকে নাৰায়ণপূৰ কেইবাখনো ঠাইত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হৈ আহিছে

বন বিভাগক দৃষ্টি গোচৰ কৰাৰ পিছতো কোনো ধৰনৰ পদক্ষেপ নোলোৱাৰ অভিযোগ।।
#স্বাভিমানী_অসমীয়া

27/11/2023

বিশ্বনাথৰ ৰাসত শৃংখল চলিহা ককাইদেউ
#জয়_বীৰ_লাচিত_সেনা✊
#জয়_আই_অসম_

25/11/2023

যোৱাকালি হৈ যোৱা লাচিত দিৱস ৰ কিছু দৃশ্য ❤️✊ ( #খিলঞ্জীয়া_জাগৰণ_যাত্ৰা )

#বীৰ_লচিত_সেনা #চিন্তাৰ_কাৰণ_নাই #বীৰ_লাচিত_সেনা_অসম #জয়_আই_অসম

Shrinkhal Chaliha ককাইদেউৰ লগত ✊✊
24/11/2023

Shrinkhal Chaliha ককাইদেউৰ লগত ✊✊

মহান বীৰযোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্ষ-বীৰ্য, কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতিসাহৰ য...
24/11/2023

মহান বীৰযোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্ষ-বীৰ্য, কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতিসাহৰ যুগমীয়া প্ৰতীক, ‘লাচিত দিৱস’ৰ পবিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ শত-সহস্ৰ প্ৰণাম যাচিলোঁ ।❤️🙏

16/11/2023

|| বীৰ লাচিত সেনা, অসম লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত, উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত আৰু লক্ষীমপুৰ বাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ২৩/২৪ নবেম্বৰ তাৰিখে উত্তৰ লক্ষীমপুৰ ত্যাগ ক্ষেত্ৰত কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰা হৈছে। গতিকে সকলো লক্ষীমপুৰ বাসী ৰাইজৰ সু দিহা পৰামৰ্শ লগতে একান্তৰ উপস্থিতৰ কামনা কৰিলোঁ।।


।।।।জয় আই অসম।।।।
✊✊জয় বীৰ লাচিত সেনা✊✊

11/11/2023

এতিয়া হাত সাৱতি বহি থকাৰ সময় নহয় ৷ এতিয়া সকলো খিলঞ্জীয়া একলগ হোৱাৰ সময় ৷

#জয়_আই_অসম

28/10/2023

জয় আই অসম✊ অসমত অসমীয়াৰ দপদপনী চলিব ✊✊

05/10/2023

বিদ্যুৎ বিভাগৰ উদ্ভণ্ডলি । ছাত্ৰ ছাত্ৰীক মম লৈ পঢ়িবলৈ জ্ঞান দিলে একাংশ বিষয়ববীয়াই।

24/05/2023

লখিমপুৰৰ কণ্ঠশিল্পী ইয়াছিনৰ কণ্ঠত এটি সুন্দৰ গীত


22/05/2023
🙏
20/05/2023

🙏

15/05/2023

ফাট বিহু যাক লৈ গোটেই অসমে গৌৰৱ কৰে ।তাতে ই আজি এটা বিহু দলক অপমান কৰিছে I যিটো সময়ত সেই ফাট বিহু তলিৰ পৰাই শ শ বিহুৱা বিহুৱতী ক বিশ্ব অভিলেখ ৰ বাবে নিছিল ,সেই ফাট বিহু তলিতে আজি বিহু দলক অপমান বিহুৰ সাজ যোৰক অপমান কৰি মাইক্ৰ ফোন মাৰি বিহুৱা ৰ মূৰ ফালি দিছে। ডিঙিত ধৰি গতিয়াই দিছে এইয়া ই নেকি ফাট বিহু যত বিহুৱা বিহুৱতী ক সন্মান কৰিব নাজানে
ধিক্কাৰ ফাট বিহু পৰিচালনা সমিতি ।
পৰিচালনা সমিতিৰ উচিত শিক্ষা পাব লাগে ।
যদি কথা খিনি সৈতে এক মত post 2 share কৰক।



Himanta Biswa Sarma


05/05/2023

morom logai logai || Bipin chawdang || non stop bihu

Ba ⚡
03/05/2023

Ba ⚡

28/04/2023

Zubeen garg live show🔥

26/04/2023

বগীনদীত ভৃগু কাশ্যপে গালে পে পে পে পে

25/04/2023
অনুগ্ৰহ কৰি সহায়ৰ হাত আগবঢ়াই এই কিশোৰী গৰাকীৰ জীৱন ৰক্ষা কৰক । 🙏🙏🙏🙏🙏
22/04/2023

অনুগ্ৰহ কৰি সহায়ৰ হাত আগবঢ়াই এই কিশোৰী গৰাকীৰ জীৱন ৰক্ষা কৰক । 🙏🙏🙏🙏🙏

20/04/2023

মালিনী থান // ৬০০০ বছৰ পুৰণি

05/04/2023
গাঁওত ব'হাগৰ আগমন ♥️♥️
02/04/2023

গাঁওত ব'হাগৰ আগমন ♥️♥️

01/04/2023

বিহু মেইন 😘😘

Finally 18 🎂🎂
31/03/2023

Finally 18 🎂🎂

06/02/2023

অসম সাহিত্য সভা ২০২৩

03/02/2023

অসম সাহিত্য সভা ২০২৩ । নাৰায়ণপুৰ অধিৱেশন 2023

30/01/2023

অসম সাহিত্য সভা নৰায়ণ পুৰ অধিবেশন ২০২৩
#অসম সাহিত্য সভা
# babu creation bd

28/01/2023
25/01/2023
মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
13/01/2023

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

12/01/2023

তলাতল ঘৰ চাওঁ আহক

09/01/2023

শিৱসাগৰ ৰ শিৱ দল চাও আহক 😱😱

29/12/2022

এটা সুন্দৰ বনভোজ স্থলী // পিকনিক এটা খাই দিলোঁ//পযতকৰ আকর্ষণ স্থলী চেঁচা

21/12/2022

জুবিন দাৰ গীতৰ শৰাই

👍
19/12/2022

👍

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when স্বাভিমানী অসমীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in North Lakhimpur

Show All