Ujoni Bhimpora TMPK Official

Ujoni Bhimpora TMPK Official social work

ইংৰাজী ১৫-১৬/১০/২০২৩ তাৰিখে নামনি ভীমপৰাৰ তেতেৰে টাকু খেল পথাৰত, গ্ৰাম্য যুৱক-যুৱতীৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে ১৮ ...
16/10/2023

ইংৰাজী ১৫-১৬/১০/২০২৩ তাৰিখে নামনি ভীমপৰাৰ তেতেৰে টাকু খেল পথাৰত, গ্ৰাম্য যুৱক-যুৱতীৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে ১৮ নং ভীমপৰা বগীনদী সমষ্টিৰ TMPK-ৰ সৌজন্যত ক্ৰীড়া সমাৰোহ খন অনুষ্ঠিত কৰা হয়। এই খেলত উজনি ভীমপৰা হৈ খেলা বিজয়ী হোৱা যুৱক-যুৱতীক অভিনন্দন জনাওঁ। আৰু ইয়াৰ পৰাই ভবিষ্যতে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় খেলত ঠাই পাই, মোৰ তাৰে কামনা। 🙏

ইংৰাজী ৫,৬/১০/২০২৩ তাৰিখে উজনি ভীমপৰা আঞ্চলিক ও হোম বাংকেৰ জিলা সমিতিৰ TMPK ,MMK আৰু TMMK-ৰ নেতৃত্বত সমষ্টিৰ ক্ৰীড়া  সমা...
06/10/2023

ইংৰাজী ৫,৬/১০/২০২৩ তাৰিখে উজনি ভীমপৰা আঞ্চলিক ও হোম বাংকেৰ জিলা সমিতিৰ TMPK ,MMK আৰু TMMK-ৰ নেতৃত্বত সমষ্টিৰ ক্ৰীড়া সমাৰোহ আৰু মিচিং অলিম্পিকলৈ যোগ্যতা অৰ্জন খেলখন সফল বাবে অনুষ্ঠিত কৰা হয়। এই খেলত ৰাইজৰ বহুত উৎসাহ ,সঁহাৰি,মৰম, সহায় সহযোগিতাবোৰ অনাগত দিনবোৰটো থাকিব বুলি আশা কৰোl

# Tilok Doley
# San Donyi Pangging

আজি ইংৰাজী ১৫/০৯/২০২৩ তাৰিখে TMPK,MMK আৰু TMMK উজনি ভীমপৰা আঞ্চলিক সমিতিৰ উদ্যোগত,TMPK-ৰ লখিমপুৰ জিলা সমিতিৰ সহকাৰী সম্প...
15/09/2023

আজি ইংৰাজী ১৫/০৯/২০২৩ তাৰিখে TMPK,MMK আৰু TMMK উজনি ভীমপৰা আঞ্চলিক সমিতিৰ উদ্যোগত,TMPK-ৰ লখিমপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক শ্ৰী ৰানা নৰহ আৰু উজনি ভীমপৰা আঞ্চলিকৰ Media cell শ্ৰী বিষ্টুৰাম নৰহে উজনি ভীমপৰা আঞ্চলিকৰ LP, ME আৰু HIGH school-ৰ শিক্ষকৰ অভাৱৰ বিষয়ে লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক পুনৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ মূহুৰ্তত।

10/09/2023
আজি ইংৰাজী ১০/০৯/২০২৩ তাৰিখ দেওবাৰে, ভীমপৰা জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত TMPK, MMKআৰুTMMK উজনি ভীমপৰা আঞ্চলিকৰ কাৰ...
10/09/2023

আজি ইংৰাজী ১০/০৯/২০২৩ তাৰিখ দেওবাৰে, ভীমপৰা জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত TMPK, MMKআৰুTMMK উজনি ভীমপৰা আঞ্চলিকৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে ভীমপৰা বগীনদী সমষ্টিৰ GM মিগাং অনিল পায়েং,TMPK-ৰ কেন্দ্ৰীয় সমিতিৰ মিগাং অনিল চাংমাই,প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ মিগাং বিপ্লব টাইদ, TMPK-ৰ লখিমপুৰ জিলা সমিতিৰ সহ সম্পাদক মিগাং ৰানা নৰহ,"মিগাং গ্ৰুপ্ৰসাদ মিলি,MMK-ৰ উপ সভাপতি মিগাং জীৱন মিলি। উজনি ভীমপৰা আঞ্চলিক তত্ত্বাৱধায়ক মিগাং কুল কুল পেগু,মিগাং ৰাজু পেগু,মিমৌ দিব্যকুমাৰী দলে। ও হোম বাংকেৰ জিলা সমিতি । আৰু উজনি ভীমপৰা আঞ্চলিকৰ TMPK,MMK আৰু TMMK-ৰ সভাপতি - সম্পাদক / সভানেত্ৰী - সম্পাদিকা লগতে উপস্থিত থাকে, সমূহ আঞ্চলিক সমিতি।

Address

No 2 Goroimari
North Lakhimpur
787032

Telephone

+919957628565

Alerts

Be the first to know and let us send you an email when Ujoni Bhimpora TMPK Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ujoni Bhimpora TMPK Official:

Videos

Share

Category