Nowboicha Khabar

Nowboicha Khabar ৰাজ্যৰ ভিন্ন অঞ্চলৰ শুদ্ধ খবৰ পাবলৈ page টো Like, Follow, Subscribed কৰক

31/05/2025

নাওবৈছাত বানৰ সংহাৰী ৰূপ ২৩৪ খনকৈ গাঁও জলমগ্ন

29/05/2025

কাহিপাৰত যাত্ৰীবাসী বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। Part 4

29/05/2025

কাহিপাৰত যাত্ৰীবাসী বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। Part 3

29/05/2025

কাহিপাৰত যাত্ৰীবাসী বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। Part 2

29/05/2025

কাহিপাৰত যাত্ৰীবাসী বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। Part 1

29/05/2025

কাহিপাৰত যাত্ৰীবাসী বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ।
লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথৰ যোগাযোগ বিচ্ছিন্ন।

29/05/2025

নিয়ন্ত্ৰণ হেৰাই নৈশ বাছ বাগৰিল ৰাস্তাৰ কাষত নাওবৈছাৰ ১০ মাইলত

29/04/2025

নাওবৈছাৰ পাভ চাৰীয়ালিত ধুবুৰী সাংসদ ৰকিবুল হুছেইন
Live

08/04/2025

আজিৰে পৰা দেশজুৰি বলবৎ হ'ল ৱাকফ আইন। আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে ৱাকফ আইনৰ অধিনিয়ম। অথলে গ'ল কোটি কোটি মুছলমানৰ প্ৰতিবাদ।

31/03/2025

*=======ঈদ মোবাৰক=======*
*আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ পৱিত্ৰ ঈদ-উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ*৷ *ঈদৰ আনন্দই সমাজলৈ কঢ়িয়াই আনক একতা শান্তি আৰু সমৃদ্ধি*

26/03/2025

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ উদ্যোগত কৰা প্ৰতিবাদ

24/03/2025

⬆️জীৱিকা সখীয়েই মূল কলংক
⬆️টকা নিদিলে ফটো নামেৰে PMAY ঘৰৰ।
▶️আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী।
▶️প্ৰতিবাদ নামিছে কৃষক মুক্তি সংগ্ৰাম সমিতি

Address

North Lakhimpur
787054

Alerts

Be the first to know and let us send you an email when Nowboicha Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share