বিপদত বিধায়ক ভৰত নৰহ। চৰকাৰী মাটি দখল কৰি চাহ বাগান পাতিলে ভৰত নৰহে! পৰিয়াল আৰু সম্পৰ্কীয় লোকৰ নামত চৰকাৰী খাচ মাটি কিদৰে দখল কৰিছে ভৰত নৰহে, সেয়া তথ্য সহ ৰাজহুৱা কৰিলে বিধায়ক মানৱ ডেকাই।
ড্ৰাগছ, মদ, বাল্য বিবাহৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান লোক। লখিমপুৰৰ বঙালমৰাৰ তিনঠেঙীয়াত সমদল।
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ । সদনত গৃহীত হ’ল বিধেয়ক । নৰ্থ লখিমপুৰ মহাবিদ্যালয় চৌহদত ফটকা ফুটাই আনন্দ-উল্লাহ ছাত্ৰ-ছাত্ৰী , মহাবিদ্যালয় কতৃপক্ষৰ ।
লখিমপুৰবাসী সাৱধান! হঠাৎ লখিমপুৰৰ ৰাজপথত আৱিৰ্ভাৱ হ'ল যমৰাজৰ। তাৰ পিছত কি হ'ল চাওঁক।
লখিমপুৰৰ মাছৰ বজাৰত চাঞ্চল্য। মাছৰ দৰদামক লৈ বেপাৰী আৰু গ্ৰাহকৰ মাজত সংঘাত। মাছ বেপাৰীয়ে গ্ৰাহকক প্ৰহাৰ কৰি পলায়নৰ অভিযোগ। লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰৰ সমীপৰ দৈনিক মাছৰ বজাৰত এই ঘটনা।
বিহাৰৰ পৰা ৩৬ দিনে চাইকেল চলাই অসমত উপস্থিত দুই ভাতৃ মহম্মদ ৰেহান ৰাজা আৰু কামাৰ জামা।
আৰক্ষীক আক্ৰমণ কৰা কুখ্যাত ড্ৰাগছ মাফিয়া ছাদ্দাম হুছেইন ওৰফে বেলাইতৰ আত্মসমৰ্পণ । আৰক্ষীৰ হাতত কামুৰি পলায়ন কৰিছিল বেলাইত
খেদি-খেদি ধৰিলে আৰক্ষীক আক্ৰমণ কৰা মহিলাক। আৰক্ষীৰ হাতত কামুৰি ড্ৰাগছ বেপাৰীক মোকলাই নিয়া ৰুমেনা বেগমক আটক। বঙালমৰা আৰক্ষী আৰু স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ত কৰে ৰুমেনা বেগমক। ৰুমেনা বেগম মূল অভিযুক্ত ছাদ্দাম হুছেইন ওৰফে বেলায়তৰ ভনী। এতিয়াও ছাদ্দাম হুছেইন আৰু পিতৃ আবুল খায়েৰে আত্মগোপন কৰি আছে।
ৰাজ্যত গৰমৰ মাজতেই বতৰ সলাইছে ৰূপ। লখিমপুৰত আৰম্ভ হৈছে ধুমুহা।
লখিমপুৰৰ কদম কছাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ' বাহনে খুন্দা মাৰে নাইট ছুপাৰত। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বলেৰ'খনৰ চালক আৰু হেণ্ডিমেন।
'বাহিৰলৈ ওলাই আহা। তোমাক বডিগাৰ্ড দি থাকিবলৈ ইমানসোপা মানুহ অহা নাই।' লখিমপুৰৰ দোঁৱাপাৰ প্ৰাথমিক বিদ্যালয়ত এজাক মহিলাৰ ৰুদ্ৰমূৰ্তি ৰূপ। মহিলা সকলে জবাবদিহি কৰিলে প্ৰধান শিক্ষক বগামল দাসক।
স্বামী সন্তান জন্ম দিবলৈ অক্ষম, সেয়ে বন্ধুৰ লগত শুবলৈ হেঁচা পত্নীক। স্বামীৰ প্ৰস্তাৱত অমান্তি হোৱাৰ বাবেই পত্নীক দিলে তিনি তালাক। ন্যায় বিচাৰি গুজৰাটৰ পৰা লখিমপুৰলৈ আহি তাঁতবাতি অসহায় বেবী মমতাজৰ।
এজাক বৰষুণতে ডুবিল লখিমপুৰ নগৰ। মূহুৰ্ততে হাহাকাৰ লাগিল ব্যৱসায়ী আৰু সাধাৰণ লোকৰ মাজত। কৃত্ৰিম বানত ডুব গ'ল নগৰৰ কেবাটাও পথ।
'মোক সদায়ে মানুহজনীয়ে শাস্তি দি আহিছে, মাৰপিট কৰে মোক।, মানুহজনীৰ বাবে ভালকৈ এসাঁজ ভাত খাব পৰা নাই। মই একোৱেই নকও মানুহজনীক, তাৰ পিছতো মোক মাৰে। পত্নীৰ অকথ্য গালি-গালাজ আদি সহিব নোৱাৰি কান্দি উঠিল স্বামী।
এইবাৰ কেৰাটে প'জত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ,
কেৰাটে কেৱল খেলেই নহয়, ই এক আত্মৰক্ষাৰ কৌশল। লখিমপুৰ জিলা কেৰাটে চেম্পিয়নশ্বিপ উদ্বোধন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।
🔴 ঢকুৱাখনাত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিৰুধিতাৰে মিচিং জাতীয় সংগঠনৰ উদ্যোগত বিশাল বাইক ৰেলী
বান্দৰদেৱাত ভয়াৱহ ভূমিস্খলন। পাহাৰ খহি বন্ধ হৈ পৰিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।
বঙালমৰাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে
গাঞ্জা সৰবৰাহকাৰীক
লখিমপুৰত কম্বলৰ তলত ওলাল ড্ৰাগছ। বঙালমৰাৰ ১নং আহমেদপুৰত ৰাইজৰ অভিযান। ড্ৰাগছ সহ ধৰা পৰিল পাঁচটাকৈ সৰবৰাহকাৰী।
লখিমপুৰত ব্যাপক আনন্দ উল্লাস। চন্দ্ৰযান ৩ ৰ উৎক্ষেপন পিছতে ব্যাপক উছাহ। চয়ন দত্তক লৈ গৌৰৱান্বিত লখিমপুৰবাসী।