Dibyajyoti Borah

Dibyajyoti Borah স্বাগতম সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্য এক নতুন প্ৰয়াস,,।। Online platform bordoisila official page.

20/03/2024

কুলিৰ মাতে বলিয়া কৰা বিহুৰ বতৰত ASoB ৰংঘৰ বিহু হুচৰী দল সাজু হৈছে ৰঙালীক আদৰিবলৈ… বাংগালোৰ বাসী অসমীয়াই এইবেলি বিহু বৰ ধুমধামেৰে পালন কৰিব। *Mark Your Calendar:* Sunday, 7 April Freedom International School Ground HSR Layout *To book your passes:* Visit: https://asobspringfest.in Call: 98866 75985 / 97390 03056

I have reached 4K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
15/07/2023

I have reached 4K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

10/05/2023

মাঁ দুনাই নকওঁ তোমাক ভাল পাওঁ বুলি
মাথো কঢ়িয়াই ফুৰো
মৌ সনা মাতৰ বৰ্ষা অৰণ্য
উমাল বুকুৰ আভিজাত্য
তোমাৰ
আঙূলিৰ পাবত গজি উঠা
মাধবী লতাই
মোৰ আত্ম বিশ্বাস
কোনে কয়
তুমি নাই
তুমি নাই
মই জানো
তুমি মোৰ আভ্যন্তৰৰ
সমস্ত কোঠাৰ ৰেঙনি
চকু মুদিলেই দেখা পাওঁ
তোমাৰ
সুখঁৰ চকুত দুখঁৰ চকুত
ফুলি উঠা মৰুৰ ফুল
বুকুত গছি উঠা
গধূলি গোপাল
থাপনাৰ কাকূতি
নখচুকাত লাগি ৰোৱা বোকাৰ ছবি,,,
আমি হেনো
নদী বুকুত জী থকা মাছ
জীৱনৰ সতে সহযাত্ৰী হৈ"
জী আছো,
জী থাকো তোমাৰ
পঢ়াশালিৰ পাঠ লৈ;
তোমাৰ সুবাসৰ ফুল
মোৰ প্ৰিয় ফুল
তোমাৰ গানেই মোৰ প্ৰিয় গান
মোৰ প্ৰিয় ছবি!!
তোমাৰ থাপনাৰ নতশিৰ
তুমিয়ে মোৰ
গৰিয়সী স্বৰ্গাদপী
জনমে জনমে
তোমাৰ বুকুৰ অমৃত পিয়াসী মই
তুমিয়ে মোৰ অৰণ্য,,
তুমিয়ে মোৰ আকাশ'
তুমিয়ে মোৰ সন্ধানী পথৰ
আলোকৰ সহযাত্ৰী ।।।।।।

04/05/2023

Allu Arjun Best Comedy scenes 😱

04/05/2023

Sauth Movie Best Romantic Scene 💗

15/04/2023

Bangalore অসমীয়া নামঘৰৰ পৰা

প্ৰতিপাহি ফুলৰ সুগন্ধিয়ে প্ৰেম।প্ৰতিজনী কুলিৰ মাতে আনান্দ।  *🌹প্ৰতিটোপাল বৰষুণে আশা।* 🌹 🌹  *প্ৰতিজাক বতাহে সুখঁৰ বতৰা,*🌹...
14/04/2023

প্ৰতিপাহি ফুলৰ সুগন্ধিয়ে প্ৰেম।
প্ৰতিজনী কুলিৰ মাতে আনান্দ।
*🌹প্ৰতিটোপাল বৰষুণে আশা।* 🌹
🌹 *প্ৰতিজাক বতাহে সুখঁৰ বতৰা,*🌹
🌹 *কঢ়িয়া আনি, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিলৈ কঢ়িয়াই আনক ৰঙালীৰ ৰঙ ভৰা এসাগৰ সপোন।*🌹 সমূহ অসমবাসী ৰাইজলৈ ৰাঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।।।

31/03/2023

বিশ্বাস
সেইজনক কৰিবা যিয়ে, হাঁহি অন্তৰালৰ দুখঁ, আৰু খঙৰ অন্তৰালৰ মৰম আৰু নিৰৱতাৰ কাৰণ বুজি পায়...//
এটি সুন্দৰ দিনৰ শুভ কামনাৰে সু- প্ৰভাত

সকলোকে ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।  #জয়_শ্ৰী_ৰাম
30/03/2023

সকলোকে ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
#জয়_শ্ৰী_ৰাম

******জীৱন সমীক্ষা ___।।চৰাইজনীয়ে জীয়াই থাকোতেপৰুৱাবোৰক খাই ...কিন্তু মৃত্যু হোৱাৰ পাচত পৰুৱাবোৰেচৰাইজনীক খাই ।সেয়ে স...
30/03/2023

******জীৱন সমীক্ষা ___।।
চৰাইজনীয়ে জীয়াই থাকোতে
পৰুৱাবোৰক খাই ...কিন্তু মৃত্যু হোৱাৰ পাচত পৰুৱাবোৰে
চৰাইজনীক খাই ।
সেয়ে সকলোৱে মনত ৰখা উচিত যে সময় আৰু স্থিতি
যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে !!!
গতিকে আমি কেইটামান সৰু সৰু অথচ দৰকাৰী কথা মন কৰিব
লাগে ---
১ / কেতিয়াও কাকো অপমান নকৰিবা ।
২ / কেতিয়াও কাকো হীন জ্ঞান নকৰিবা ।
৩ / তুমি শক্তিশালী হব পাৰা ...কিন্তু তোমাতকৈয়ো
শক্তিশালী সময় ।
************************
এজোপা গছৰ পৰা লাখতকৈয়ো অধিক জুইশলাৰ কাঠি বনাব
পাৰি । কিন্তু এটা কাঠিৰেই তেনেকুৱা এখন কাঠনী
জ্বলাই দিব পাৰে
***********************.. কোনোবাই যিমানেই মহান হবলৈ চেষ্টা নকৰক কিয় ,
প্ৰকৃতিয়ে নকৰালৈকে তেওঁ কেতিয়াও মহান হব নোৱাৰে
। কেনেকৈ চাওকচোন ....
১ / কুলি চৰাইজনীক সুন্দৰ কন্ঠ দিছে , কিন্তু ৰূপটো
নিদিলে !!
২ / দেখিবলৈ সুন্দৰ বনালে ময়ূৰ চৰাইক , কিন্তু ইচ্ছা শক্তি
নিদিলে ।
৩ / ইচ্ছা শক্তি দিছে মানুহক , কিন্তু কেতিয়াও সন্তোষ
নিদিলে ।
৪ / সন্তোষ দিলে সাধু সন্তক , কিন্তু সংসাৰৰ ( গৃহস্থী ) সুখ
কেতিয়াও নিদিলে ।
৫ / সংসাৰ চলাই দেৱ-দেৱতাই , কিন্তু মুক্তি নহ'ল
তেওঁলোকৰ ।
**************************.. মানুহে কেতিয়াও নিজকলৈ অহংকাৰ কৰিব নেপায় ।
কাৰণ ভগৱানে মানুহক মাটিৰেই গঢ়িছে আৰু মাটিতেই
মিলাই দিছে ...
মানুহ সদায় তিনিটা বস্তুৰ কাৰণে বেছিকৈ আগ্ৰহী ।
১ / নিজৰ এটা উচ্চ পৰ্য্যায়ৰ নাম হওঁক ।
২ / নিজৰ পোচাকযোৰ ধুনীয়া হওঁক আৰু ...
৩ / নিজৰ ঘৰখন সকলোৰে চকুত লগা হওঁক ।
কিন্তু মানুহজনৰ মৃত্যুৰ লগে লগেই ভগৱানে সেই তিনিটা
নামকেই প্ৰথম সলনি কৰে এনেকৈ ....
১ / নাম ( স্বৰ্গীয় )
২ / পোচাক ( কফিন ) আৰু
৩ / ঘৰ ( শ্মশান )
'' সচাকৈয়ে এই কেইটা আমাৰ জীৱনৰ অপ্ৰিয় সত্য , কিন্তু আমি
সদায় মানি লবলৈ টান পাওঁ । আপোনালোকৰ মতামতবোৰ
কওঁকচোন , যদি আপোনাৰ এই কথাখিনি ভাল লাগিল,
তেন্তে শ্বেয়াৰ কৰিব।।।

14/08/2021

❤️❤️

https://youtu.be/cUUrE9D2l_QMONORE POJATI PROMO VIDEO OUTVideo Direction: RAJ SHEKHARFull Video Coming Soon...
16/07/2021

https://youtu.be/cUUrE9D2l_Q
MONORE POJATI PROMO VIDEO OUT
Video Direction: RAJ SHEKHAR
Full Video Coming Soon...

Assamese Heart Touching Official Promo VideoSinger: Rajib DekaLyrics /Tune: Kushal TantiMusic: Amar BoroVideo Direction: Raj ShekharCamera: Twinkle (megha)As...

15/07/2021

এইটো আকৌ কোনে বনালে,, !!!
Radhe ......KK Sir 😂😂

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Dibyajyoti Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share