Kiran Borgohain

  • Home
  • Kiran Borgohain

Kiran Borgohain My new fb page Kiran Borgohain.so please follow me.thank you.

08/03/2023
21/02/2023





আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ॥

20/02/2023





19/02/2023


16/02/2023



14/02/2023

15/01/2023

আপোনালোক সকলোলৈকে ভোগালী বিহু(মাঘ বিহু)ৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। নতুন বিহুটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।

26/12/2022

কুকুৰৰ গাত হোৱা ওকণি নাইকিয়া কৰাৰ পাউদাৰ॥

29/11/2022

বিলাহীবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা (Road accident at Bilahibari) । দুৰ্ঘটনাৰ ফলত বিলাহীবাৰী চহৰৰ ভিমকল গাওঁৰ এগৰাকী ৰংঙা পৰুৱাৰ থিতাতে নিহত হয় ৷
জানিব পৰা মতে যোৱা নিশা প্ৰায় ৫টা মান বজাত ৰংঙা পৰুৱাৰ আই ৫০ গাড়ীখন লৈ চাবোনবাৰী দিশে তীব্ৰবেগত গৈ থকা অৱস্হাত পথৰ দাতিত থকা প্ৰকাণ্ড বনগুটি গছ এজোপাত খুন্দা মৰাত ৰংঙা পৰুৱা গৰাকীৰ থিতাতে নিহত হয় লগতে বনগুটি গছজোপাৰ ডাল পাত ভাঙি বিস্তৰ ক্ষতি সাধন হয়॥ পৰুৱা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৫বছৰ॥ পৰুৱা গৰাকীয়ে পৰিয়ালত পত্নী আৰু এটি ১বছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে॥ পৰুৱা গৰাকীৰ মৃত্যুত ভিমকল গাওঁত প্ৰকাণ্ড শোকৰ ছা পৰিছে॥

Address

Nazira Road

785685

Alerts

Be the first to know and let us send you an email when Kiran Borgohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kiran Borgohain:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share