অএনজিচিৰ বসন্ত উৎসৱত নীল আকাশ
অএনজিচি নাজিৰাৰ বসন্ত উৎসৱত শ্ৰেষ্ঠ বিহুৱতী লক্ষীমপুৰৰ অনন্যা ফুকন ৷
শিমলুগুৰিৰ ৰেলৱে কলনীত বিহু উদযাপন
শিমলুগুৰিৰ ৰেলৱে কলনিৰ টাই বিহু
নাজিৰাৰ শে’নআলিত বিহু সন্মিলনৰ কিছু দৃশ্য
নাজিৰাৰ শে’নআলিত বিহু উৎসৱত সাংস্কৃতিক অনুষ্ঠান
শিমলুগুৰিৰ সাৰ্বজনিন নামঘৰত তিনিদিনীয়া ভাগৱত পাঠৰ সামৰণি
দিখৌমুখৰ অৰুপ শইকীয়াৰ ভাগৱত ব্যাখ্যা
অএনজিচি অসম সম্পদ নাজিৰাত বসন্ত উৎসৱ ২০২৩ ৰ মহা আয়োজন
১২,১৩ আৰু ১৪ মে ২০২৩ ৷
জনপ্ৰিয় শিল্পী শিমলুগুৰিৰ মাধুৰ্য্য বুঢ়াগোহাঁই
News Nafuk jan smakhan
এক সুদীৰ্ঘ সময় নাজিৰা নাফুক জান শ্মশান খনিলৈ যোৱা বাট পথৰ উন্নয়ন নোহোৱাত স দেহলৈ শ্মশান যাত্ৰী সকল দুৰ্ভোগ ভোগী আছিল , ঘাঁহ বন গজি যাতায়ত ব্যৱস্থা আচল হৈ পৰাত সমাজ কৰ্মী সত্যনাৰায়ন কৰ , তপন দে আৰু অপূৰ্ব চেতিয়াৰ বদান্যতাত জে , চি, বি চলাই শ্মশান পথটি সুচল কৰা হয় । এই দৰে গাঁঠিৰ ধন ভাঙি ভাঙি শ্মশান খনি কিমান দিনলৈ জীয়াই ৰাখিব পাৰিব সেয়াহে এতিয়া অধিক চৰ্চাৰ বিষয় হৈ পৰিছে । শ্মশান খনি নাজিৰা ষ্টেচন তিনিআলি , হুলাং কাটনি , লখিমী আলি , কলেজ তিনি আলি সামৰি বিগত নব্বৈ দশকতে প্ৰতিষ্ঠা কৰা হৈছিল । জহি খহি যোৱা শ্মশানখনি লৈ চিন্তিত এতিয়া জনতা ।
Keerthi Foundation ৰ সৌজন্যত নাজিৰাত
জোনাকী পৰুৱাৰ সন্ধানত শীৰ্ষক অনুষ্ঠান
I've received 1,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
টাইপাৰ সৌজন্যত নাজিৰাত ৰঙালী বিহু উদযাপন
নাজিৰা বৰতলত টাইপাৰ উদ্যোগত বিহু
গড়গাওঁ মহাবিদ্যালয়ৰ খেলপথাৰত
আটাছু শিমলুগুৰি আঞ্চলিক সমিতিৰ
মুকলি বিহু সম্পন্ন
ঈদ উল ফিতৰ উপলক্ষ্যে নাজিৰাত শংকৰ আজান জিকিৰ দলৰ জিকিৰ পৰিৱেশন৷
কাৰেং হুচৰি গড়গাওঁ ,শিৱসাগৰ
নাজিৰাৰ এনাজৰীৰ উদ্যোগত ৰজাপুলত
মুকলি বিহু
উদুলি মুদুলি গড়গাঁৱৰ কাৰেংঘৰ বাকৰি
প্ৰথম বহাগত যুৱ ছাত্ৰ পৰিষদৰ মুকলি বিহু সম্পন্ন
শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰিত বহাগী আদৰণি