অএনজিচিৰ বসন্ত উৎসৱত নীল আকাশ
অএনজিচি নাজিৰাৰ বসন্ত উৎসৱত শ্ৰেষ্ঠ বিহুৱতী লক্ষীমপুৰৰ অনন্যা ফুকন ৷
শিমলুগুৰিৰ ৰেলৱে কলনীত বিহু উদযাপন
শিমলুগুৰিৰ ৰেলৱে কলনিৰ টাই বিহু
শিমলুগুৰিৰ সাৰ্বজনিন নামঘৰত তিনিদিনীয়া ভাগৱত পাঠৰ সামৰণি
দিখৌমুখৰ অৰুপ শইকীয়াৰ ভাগৱত ব্যাখ্যা
অএনজিচি অসম সম্পদ নাজিৰাত বসন্ত উৎসৱ ২০২৩ ৰ মহা আয়োজন
১২,১৩ আৰু ১৪ মে ২০২৩ ৷
জনপ্ৰিয় শিল্পী শিমলুগুৰিৰ মাধুৰ্য্য বুঢ়াগোহাঁই
News Nafuk jan smakhan
এক সুদীৰ্ঘ সময় নাজিৰা নাফুক জান শ্মশান খনিলৈ যোৱা বাট পথৰ উন্নয়ন নোহোৱাত স দেহলৈ শ্মশান যাত্ৰী সকল দুৰ্ভোগ ভোগী আছিল , ঘাঁহ বন গজি যাতায়ত ব্যৱস্থা আচল হৈ পৰাত সমাজ কৰ্মী সত্যনাৰায়ন কৰ , তপন দে আৰু অপূৰ্ব চেতিয়াৰ বদান্যতাত জে , চি, বি চলাই শ্মশান পথটি সুচল কৰা হয় । এই দৰে গাঁঠিৰ ধন ভাঙি ভাঙি শ্মশান খনি কিমান দিনলৈ জীয়াই ৰাখিব পাৰিব সেয়াহে এতিয়া অধিক চৰ্চাৰ বিষয় হৈ পৰিছে । শ্মশান খনি নাজিৰা ষ্টেচন তিনিআলি , হুলাং কাটনি , লখিমী আলি , কলেজ তিনি আলি সামৰি বিগত নব্বৈ দশকতে প্ৰতিষ্ঠা কৰা হৈছিল । জহি খহি যোৱা শ্মশানখনি লৈ চিন্তিত এতিয়া জনতা ।
Keerthi Foundation ৰ সৌজন্যত নাজিৰাত
জোনাকী পৰুৱাৰ সন্ধানত শীৰ্ষক অনুষ্ঠান
I've received 1,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
টাইপাৰ সৌজন্যত নাজিৰাত ৰঙালী বিহু উদযাপন
নাজিৰা বৰতলত টাইপাৰ উদ্যোগত বিহু