Live Assam 24x7

Live Assam 24x7 Happy to be a part of this page
(1)

18/04/2024

বৰপেটা লোক সভাত ফণীৰ সমৰ্থনত বৰক্ষেত্ৰীৰ বিজেপি কৰ্মীৰ মনৰ ভাৱ ।

18/04/2024

কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মনোয়নপত্ৰ দাখিলত উপস্থিত ৰাজ্যিক সভাপতি ভুপেন বৰা , জিতেন্দ্ৰ সিং সহ কেইজনমান বিধায়ক ৷

18/04/2024

এই মুৰ্ত্বত দিবলৈ লৈছু এক মৰ্মান্তিক খৱৰ।

পুনৰ কাৰেণ্টৰ শট খাই প্ৰাণ গল এগৰাকী সাংবাদীক যুৱকৰ।

এই ঘটনা সংঘটিত ।

18/04/2024

হাজো- শুৱালকুছি সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি দুলু আহমেদৰ

18/04/2024

১০ হাজাৰ সমৰ্থন লৈ মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৰ্জন মুছাহাৰীক
মনোনয়ন পত্ৰৰ দিনাই ভূপেন বৰা গুৰুত্বপূৰ্ণ মন্তব্য ।

18/04/2024

================
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰীত বদৰুদ্দিন আজমল পৰাজিত হ'ব, তেওঁ হাৰিলে সন্মান সহকাৰে তেওঁৰ ঘৰত থৈ আহিম। মনোনয়ন পত্ৰ দাখিলৰ পাছত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ প্ৰথমটো প্ৰতিক্ৰিয়া।

18/04/2024

বৰক্ষেত্ৰী সমষ্টিৰ অসম গন পৰিষদৰ সাধাৰন সম্পাদকৰ মন্তব্য ।

18/04/2024

*তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকী অন্তৰ্গত খোবাং বাঁহবাৰী গাঁওত ১২ ঘণ্টীয়া উৰে নিশা হৰে ৰাম হৰে ৰা'ম ৰা'ম নাম লৈ কিৰ্তন কৰা দেখা যায় ।*

18/04/2024

পাকা বেতবাৰী সমষ্টিৰ অসম গন পৰিষদৰ সভাপতি তাইজুদ্দিন আহমেদ ডাঙৰীয়াই কি কলে আগন্তক লোক সভাক লৈ ।

18/04/2024

বৰক্ষেত্ৰীৰ পৰা অহা বিজেপি কৰ্মীৰ সকলে কি কলে বৰপেটা লোক সভাক লৈ ।

18/04/2024

কি কলে অগপ ৰ সমৰ্থক সকলে বৰপেটাত ।

18/04/2024

বৰপেটাত অতুন বৰা উপস্হিত হল এই মূহুৰ্তন ।

18/04/2024

বৰপেটালৈ ৰাওঁনা অসম গন পৰিষদৰ দল কেকান কাপলাবড়ীৰ পৰা ।

আজি প্ৰয়াত ডাঃ ভুমিধৰ বৰ্মনৰ মৃত্যুবাৰ্ষিৰ্কীত আমি সুৱৰিছোঁ তেখেতক ।
18/04/2024

আজি প্ৰয়াত ডাঃ ভুমিধৰ বৰ্মনৰ মৃত্যুবাৰ্ষিৰ্কীত আমি সুৱৰিছোঁ তেখেতক ।

18/04/2024

বৰকাপলা শ্ৰী শ্ৰী বাসন্তী দেৱী পূজা মহোৎসৱৰ পৰা বিশেষ প্ৰতিবেদন।

17/04/2024

ধুবুৰীত মনোনয়ন দাখিল আজমল ডাঙৰীয়া ।

17/04/2024

.সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুৰ বাকৰিত এখনি আকৰ্ষণীয় ফুটব’ল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

এই খেল খন সৰ্থেবাৰী পাছ খেল আৰু সৰ্থেবাৰী কঁহাৰ শিল্পী সন্থাৰ মাজত অনুষ্ঠিত হয়৷

17/04/2024

গীতটি মুকলি কৰে সমূহীয়া ভাৱে ।গীতিকাৰ শৈলেন ৰাজে নাৰিকল ভাঙি শুভ উন্মোচন কৰা অনুষ্ঠানত অংশ গ্ৰহন কৰে ।

17/04/2024

*ডিগবৈত পাঁচ শতাধিক বিজেপি সমৰ্থকৰ বিশাল বাইক ৰেলী।*

17/04/2024

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধৰ্মীয় সংখ্যালঘু অধ্যুক্ষিত এলেকা সমূহত বিজেপি দলৰ ভেটি মজবুত হোৱা পৰিলক্ষিত হৈছে ৷

17/04/2024

মুকালমুৱাত "গ্লৱেল একাডেমী" নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মুকলি ।

17/04/2024

নলবাৰীত আজি অকল মোদী ময় পৰিবেশ । কি কলে বৰক্ষেত্ৰী সমষ্টি কমিটীৰ অসম গন পৰিষদৰ সাধাৰন সম্পাদক জাহিৰ আৱাল চৌধুৰী লগতে যুৱ পৰিষদৰ সভাপতি বিকি শৰ্মা

16/04/2024

অভিলেখ ভোটত জয় হ'ব ৰঞ্জিত দত্ত ::
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ::
শোণিতপুৰ লোকসভা সমষ্টিৰ তৃতীয় খন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত ।

16/04/2024

হাজোৰ কোঁৱৰপুৰত বিকাশ NGO'ৰ সৌজ্যনত অনুষ্ঠিত আকৰ্ষনীয় উপহাৰ কুপন খেলৰ সফল সামৰণি;১০ শতাধিক লোকৰ অংশগ্ৰহন

16/04/2024

UPSC ত 462 নম্বৰ স্থান পাই ঋতুৰাজ শৰ্মাই গৌৰব কঢ়িয়াই আনিলে ধুবুৰী লৈ।

ধুবুৰীৰ যুৱক জনৰ সাফল্যত এতিয়া অনন্দিত সকলো।

16/04/2024
বৰঝাৰ বিমান বন্দৰত উস্ম আদৰনি PM MODI ক অসমৰ CM হিমন্ত বিশ্ব শৰ্মাই ।
16/04/2024

বৰঝাৰ বিমান বন্দৰত উস্ম আদৰনি PM MODI ক অসমৰ CM হিমন্ত বিশ্ব শৰ্মাই ।

16/04/2024

কলিয়াবৰত কংগ্ৰেছ নাই বুলি কেবিনেট মন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰাৰ লগে লগে জখলাবন্ধাত প্ৰতিক্ৰিয়া আগবঢ়াই নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ।

Address

Kaplabori
Nalbari
781138

Alerts

Be the first to know and let us send you an email when Live Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Assam 24x7:

Videos

Share


Other News & Media Websites in Nalbari

Show All

You may also like