Rahmat Ullah Khan

Rahmat Ullah Khan I will always place the mission first. I will never accept defeat. I will never quit. I will never leave a fallen comrade.

We require delivery persons for our Amazon Office at Nagaon, Dhing, Rupahi, Samaguri, Kampur, Raha and Chaparmukh.Salary...
22/11/2024

We require delivery persons for our Amazon Office at Nagaon, Dhing, Rupahi, Samaguri, Kampur, Raha and Chaparmukh.

Salary: Fix salary/ per shipment Comission basis.
Rs- 2.5, per KM for fuel.
Rs- 350, Mobile allowance.

Required documents:
• Driving licence
• Aadhar Card
• PAN Card
• Bank passbook

• Contact details: 9459164209 / 8011602251

12/10/2024
12/10/2024

🤣🤣🤣🤣🤣🤣

11/10/2024

ৰতি পোৱা ৰতি পোৱা ঘৰত কাজিয়া কেনেকৈ আৰম্ভ হয়.........

স্বামী: শুনা, মোৰ লগত ব্যায়াম কৰিবলৈ যাবা?

পত্নী: কিয়? মই মোটা নেকি?

স্বামী: নাই নহয়, ব্যায়াম স্বাস্থ্যৰ বাবে উপকাৰী।

পত্নী: অ’ তাৰ মানে মোৰ ঘা টো বেয়া?

স্বামী: মই কেতিয়া কৈছো তেনেকুৱা, বাৰু যেতিয়া যাবলৈ মন নাযায় তেতিয়া থাকা।

পত্নী: তাৰমানে মই এলেহুৱা?

স্বামী: অ' তুমি মোৰ কথা বুজিয়েই পোৱা নাই।

পত্নী: কি, মই বুজি পোৱা নাই?

স্বামী: মই তেনেকৈ কোৱা নাই।

পত্নী: কি ক’ব বিচাৰিছে? মই মিছলীয়া নেকি?

স্বামী: অনুগ্ৰহ কৰি ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা নকৰিবা।

পত্নী: (ক্ৰোধিত) কি ক’ব বিচাৰিছে? মই কাজিয়া কৰো নেকি?

স্বামী: ঠিক আছে, তেন্তে মই ব্যায়াম কৰিবলৈ নাযাওঁ।

পত্নী: বুজিছো, তোমাৰ ইচ্ছা নাই, তুমি মোক দোষ দি আছা।

স্বামী: বাৰু, তুমি শুই থকা। মই অকলে যাও৷

পত্নী: মই জানিছিলোঁ যে তুমি শেষত এই কামটো কৰিবা। তুমি সদায় মোক এৰি অকলে অকলে ঘূৰি থাকা।

স্বামী: উফ, এতিয়া বন্ধ কৰা। মোৰ গা টো অশোক অনুভৱ হৈছে।

পত্নী: তুমি মাত্ৰ তোমাৰ শৰীৰৰ কথা ভাবি থাকা। কেতিয়াবা মোৰ শৰীৰ কথা ভাবিছা?

বেচেৰা স্বামীয়ে তিনিদিন ধৰি বহি বহি ভাবি আছে, মই ক’ত ভুল কথা ক’লোঁ?

গিৰিয়েকক তেনেকৈ বহি থকা দেখি ঘৈণীয়েকে ভ্ৰু কোঁচাই ক'লে, "মই দিনটো তোমাক চাই আছো। কি, ছোৱালীৰ কথা ভাবিছা? কাৰ ৰং মনত পৰিছে?

স্বামী বেহুচ...........

Dipak Hazarika

10/10/2024

Hahaha

Just click
27/09/2024

Just click

25/08/2024

Absolutely right

07/08/2024

বাংলাদেশত ৰাইজে প্ৰমাণ কৰি দিলে যে - গণতন্ত্ৰত ৰাইজেই ৰজা.😎😎😎

29/06/2024

_Nb/Sub Bhopal Singh Chaudhary, 5 Rajputana Rifles. Has fought 3 wars (1962, 65, 71). He is paralyzed below the neck since 40 years but look at the JOSH._
💪🔥🙏🇮🇳

09/06/2024

Iska matlab formula Shahi tha 🤣🤣🤣🤣🤣

I will always place the mission first. I will never accept defeat. I will never quit. I will never leave a fallen comrade.

जल्दी बताओ
08/06/2024

जल्दी बताओ

AIUDF নগাঁৱৰ পৰা চিৰদিনৰ বাবে পৰিষ্কাৰ। বিধায়ক দূৰৰ কথা, ভৱিষ্যতে তেওঁলোকে জিলা পৰিষদতও জয়ী হব নোৱাৰে। Result copy sha...
05/06/2024

AIUDF নগাঁৱৰ পৰা চিৰদিনৰ বাবে পৰিষ্কাৰ। বিধায়ক দূৰৰ কথা, ভৱিষ্যতে তেওঁলোকে জিলা পৰিষদতও জয়ী হব নোৱাৰে। Result copy share কৰিলো যাতে 2026 ত চাচাক দেখিলে আকৌ পাহৰি নাযায়।

05/06/2024

रूको जरा अभी तो खेल बाकी है.... 2026 मे नंगा होने के लिए तैयार हो जाओ। हिन्दू मुसलमान, दाडी, टूपी, अल्लाह की वास्ते, महशल्लाह इंशाल्लाह और झार फूंक से काम नहीं चलेगा।

Address

RRB Road
Nagaon
782002

Alerts

Be the first to know and let us send you an email when Rahmat Ullah Khan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rahmat Ullah Khan:

Videos

Share