LIVE ASSAM

LIVE ASSAM LIVE ASSAM - News Web Portal ৷ LIVE ASSAM ত থাকিব News ,Views & about Entertainment . PNK Publication & Television Private Limited

17/01/2025

নগাঁও জিলা আৰক্ষীৰ বিশেষ পদক্ষেপ
অৱসৰপ্ৰাপ্ত আৰক্ষী সন্মিলন

17/01/2025

ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১২০ সংখ্যক জন্মজয়ন্তী
“গীত-মাত-কথাৰে ৰূপকোঁৱৰ“ শীৰ্ষ অনুষ্ঠান

17/01/2025

চৰিত্ৰ সলনিৰ দিশে বাংলাদেশ
বাংলাদেশৰ চৰিত্ৰৰ সলনিত ভাৰতৰ বাবে চিন্তাজনক হোৱাৰ আশংকা

17/01/2025

শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধা জনায় এইদৰে গীত গাইছিল জনতাৰ শিল্পী ৰাজীৱ শদিয়াই

17/01/2025

ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি দিলীপ শইকীয়া।
আনুষ্ঠানিকভাৱে ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।
Assam news

প্ৰাক্তন সাংসদ তপন গগৈৰ পিতৃ নগেন গগৈৰ দেহাৱসান
17/01/2025

প্ৰাক্তন সাংসদ তপন গগৈৰ পিতৃ নগেন গগৈৰ দেহাৱসান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ
17/01/2025

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

📌আজি শিল্পী দিৱস📌 ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
17/01/2025

📌আজি শিল্পী দিৱস
📌 ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ

17/01/2025

#বৰ্হিৰাজ্যত উজ্জ্বলিল মাজুলীৰ যুৱক

17/01/2025

নাথ-যোগী যুৱ মহোৎসৱ আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

16/01/2025

#জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীত পৰিবেশন
#সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সংগীতানুষ্ঠানত

16/01/2025

সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সংগীতানুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীত পৰিবেশন

সাংসদ দিলীপ শইকীয়া হ'বৰাজ্যিক BJPৰ নতুন সভাপতিকাইলৈ দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে হ'ব ঘোষণাসভাপতি পদত দিলীপ শইকীয়াৰ একমাত্...
16/01/2025

সাংসদ দিলীপ শইকীয়া হ'ব

ৰাজ্যিক BJPৰ নতুন সভাপতি

কাইলৈ দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে হ'ব ঘোষণা

সভাপতি পদত দিলীপ শইকীয়াৰ একমাত্র মনোনয়ন দাখিল

16/01/2025

# লাহৰীঘাটৰ কুশতলিত ভয়ংকৰ পথ দুৰ্ঘটনা
#পথ দুৰ্ঘটনাটোত দুই বাইক আৰোহীৰ থিতাতে মৃত্যু

16/01/2025

#ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ভাল খবৰ
#মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা
#মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ ২৭ লাখ মহিলাই লাভ কৰিব এই ধন

16/01/2025

তাহানি পুৰুষৰ পৰা আঁতৰি মনে মনে নচা কলী বুঢ়ী নৃত্যক আজিও প্ৰাণৱন্ত কৰি ৰাখিছে কলিয়াবৰৰ সোণাৰীগাঁৱত।

বৃটিছে চাবলৈ অহা এই কলীবুঢ়ী নৃত্য মধ্য অসমৰ অন্যতম ভোগালী বিহুত পৰিৱেশন কৰা এক লোকনৃত্য।

16/01/2025

বলীউডৰ জনপ্ৰিয় অভিনেতা ছইফ আলী খানক নিজ বাসগৃহতে দুৰ্বৃত্তৰ আক্ৰমণ
কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কিদৰে সংঘটিত হ'ল এই আক্ৰমণৰ ঘটনা

16/01/2025

লছ এঞ্জেলছত অব্যাহত বনজুইৰ সংহাৰ

পুনৰ আৰম্ভ ছান্তা আনা ধুমুহা

Address

Dr, Huze Road, New Mission Market
Nagaon
782001

Alerts

Be the first to know and let us send you an email when LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LIVE ASSAM:

Videos

Share