কৃষ্ণৰ ৰাধা মই

কৃষ্ণৰ ৰাধা মই 💕 কিছু সপোন কিছু পৰিমাণে অব্যক্ত কথা আৰু অলপ স্মৃতি জীয়াই থকাৰ স্বাৰ্থত ... 💕

20/08/2023

জানো জীৱন এটি বিৰক্তিকৰ অধ্যায় ... তথাপিও পৰবৰ্তী পৃষ্ঠাত তুমি আছা ভাবিয়েই লুটিয়াই চাওঁ... 😊

পুৰি ছাঁই হোৱা সপোন বোৰ  সমাধিস্থ কৰি থলো বুকুত... ভালে থাকিবৰ কাৰনে খুউব প্ৰয়েজন আছিল এইখিনিৰ, এতিয়া কেৱল হোঁ হোঁ শূণ্য...
18/08/2023

পুৰি ছাঁই হোৱা সপোন বোৰ সমাধিস্থ কৰি থলো বুকুত...
ভালে থাকিবৰ কাৰনে খুউব প্ৰয়েজন আছিল এইখিনিৰ,
এতিয়া কেৱল হোঁ হোঁ শূণ্যতাবোৰৰ অহৰহ আহজাহ...
এই পৃথিৱীত জীয়াই থকাতকৈ ভালে থাকিবলৈ হে কঠিন অ'... 🙄🙄🙄

জীৱনৰ পৃষ্ঠাবোৰ যদি কাগজৰ
আকবাক নিচিনাকৈ নিজ ইচ্ছাৰে মচিব পৰা হ'লে ???
প্ৰত্যেকৰে বুকুত বৈ থাকে এখনি সৰস্ৰোতা নৈ নিৰৱধি...

17/08/2023

এই যুগত ভালে থাকিব হলে মানুহৰ অলপ ইগ' থকা দৰকাৰ জানানে ???

সহজ সৰল মনৰ হওঁ কিন্তু অাকৰী নাছিলো কোনোকালে যে বুজিব নোৱাৰিম তোমাৰ চলাহী ভণ্ডামি,অবহেলিত উপেক্ষিত হোৱাৰ ইচ্ছা নাছিল তোম...
17/08/2023

সহজ সৰল মনৰ হওঁ কিন্তু
অাকৰী নাছিলো কোনোকালে যে বুজিব নোৱাৰিম তোমাৰ চলাহী ভণ্ডামি,
অবহেলিত উপেক্ষিত হোৱাৰ ইচ্ছা নাছিল তোমাৰ ওচৰত....

সেয়ে লাহে লাহে আতৰাই আনিলো মই মোক তোমাৰ পৰা... 😢😢
আক্ষেপ নাই অভিযোগো নাই ... ভালে থাকিবা প্ৰিয় মানুহবোৰ মইও খুউব ভালদৰে আছো মোৰ পৃথিৱীত.... 💕💕💕💕💕💕

05/12/2022
04/12/2022

Sunday special

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when কৃষ্ণৰ ৰাধা মই posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share