R Live24 Asom

R Live24 Asom for entertainment and motivational content please be with us by like follow share and comment etc....

03/02/2025

নগাঁও চহৰত উত্তৰ হয়বৰ গাঁৱস্থিত উপশম ফাৰ্মাছি এণ্ড পলিক্লিনিক নৱনিমিত্ত গৃহ শুভাৰম্ভ।

02/02/2025

ৰূপহী হাটৰ নাঙলধুৱা আঞ্চলিক দ্বিনী তালিমী বৰ্ডৰ উদ্যোগত বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়।

01/02/2025

নিজ জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহোতেই ভ*য়ং*কৰ পথ দু*ৰ্ঘ*টনা*ত মৃ*ত্য আলী আকবৰ নামৰ লোকজন ।
ৰূপহীহাটৰ চাইদৰীয়াত ভ*য়*ঙ্কৰ পথ দু*ৰ্ঘ*টনা।

01/02/2025

নগাঁও জিলাৰ ফুলগুৰি অগ্ৰনী শিক্ষানুষ্ঠান শংকৰদেৱৰ শিশু নিকেতন আজি বাষিক সাংস্কৃতিক অনুষ্ঠান

31/01/2025

দুভগীয়া মহিলা বিনা দেবীৰ দুৰৱস্থা।
বিধায়ক ৰূপক শৰ্মাক সহায় বাবে আহ্বান দুভগীয়া মহিলা গৰাকীৰ।

31/01/2025

কটহগুৰি মহাবিদ্যালয়ে লাভ কৰিলে বি গ্ৰেড । উৎফুল্লিত মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰৱক্তা, কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী।

30/01/2025

তিনিচুকীয়া মিলন জ্যোতি যুৱক সংঘৰ সৌজন্যত গণতন্ত দিৱস উপলক্ষে ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰনী অনুষ্ঠান

29/01/2025

উত্তৰ পেটবঢ়া পশু চিকিৎসালয় প্ৰাংগনত আজি আবাহন থিয়েটাৰ কাৰ্য্যালয় শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক উমেশ চন্দ্ৰ দাসৰ।

29/01/2025

লাওঁখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৫নং বগামুখ গাঁৱৰ এগৰাকী ২১ বছৰীয়া যুৱক নিৰুদ্দেশ হোৱা ঘটনাই অসহায় কৰি তুলিছে পিতৃ মাতৃক।

27/01/2025

চাপৰমুখত অৱস্থিত ডলফিন ডিজিটেল সেৱা শুভাৰম্ভ।
বিধায়ক শশীকান্ত দাস নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত চাপৰমুখৰ B.B Hansaria হাইস্কুলৰ সন্মুখত আজি ডলফিন ডিজিটেল সেৱা আৰু ডলফিন শিক্ষায়ী বিপনী ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰে।

26/01/2025

ৰামপুৰ ছলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়ত গণৰাজ্য দিৱস উদযাপন।

26/01/2025

সমগ্ৰ ৰাজ্যতে গণৰাজ্য দিৱস পালন কৰাৰ লগতে সমান্তৰালকৈ ৰূপহী হাটৰ কাৱৈমাৰীস্থিত অ'থেন্টিক পাব্লিক স্কুলতো বৰ উলহ- মালহেৰে গণৰাজ্য দিৱস পালন

26/01/2025

মাণিকপুৰত ৰাজহুৱাভাৱে ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় গণৰাজ্য দিৱস।

26/01/2025

কুঁহি সিনিয়াৰ চেকেণ্ডেৰী স্কুলৰ সত্ৰীয়ে ইংৰাজীত অনুবাদ

26/01/2025

কুঁহি চিনিয়াৰ চেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠা দিৱস

25/01/2025

ৰাজ্য ক্ৰীড়া ক্ষেত্ৰত নতুনকৈ সংযোজিত ঘটা ক্ৰীড়া ষ্টংমেন অসম

25/01/2025

মৈৰাবাৰী বৰথল কচাৰী গাঁৱৰ মানসিক বিকাগ্ৰস্ত যুৱক জাগীৰোড জোন বেলী মেলাৰ পৰা নিৰুদ্দেশ।

24/01/2025

পৰ্বতঝোৰাৰ দুগৰাকী দলীয় কৰ্মী নুৰ ইছলাম আৰু মজৰ আলীৰ দুমুখীয়া চৰিত্ৰই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত।

Address

Nagaon

Telephone

+916001564161

Website

Alerts

Be the first to know and let us send you an email when R Live24 Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to R Live24 Asom:

Videos

Share

Category