Jonai Janakantha

Jonai Janakantha নিৰ্ভীক জনতাৰ কণ্ঠ *জোনাই জনকণ্ঠ*

04/07/2024

TMPK/MMK/TMMK কেন্দ্ৰীয় সমিতিৰ শদিয়াৰ অমৰপুৰত বান পৰিদৰ্শন

04/07/2024

# বালি-পলসত পুত গ’ল শিৱগুৰী৷
# অনিশ্চয়তাৰে বন্যাৰ্তই দিন কটাইছে বান শিবিৰত৷

04/07/2024

বান শিবিৰত TMPK বাহিৰ চিলে আঞ্চলিক সমিতিৰ উদ্যোগত এসাজ মাছ-মাংসৰে ভাত যোগান

03/07/2024

জোনাইত ৬ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব Modern Dance ৰ কৰ্মশালা৷
যোগাযোগঃ8011413597, 6002389621

03/07/2024

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী বান শিবিৰত কংগ্ৰেছৰ খাদ্য সামগ্ৰী বিতৰণ

03/07/2024

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অতুল দেউৰী আধা বাটৰ পৰাই নিৰুদ্দেশ

02/07/2024

# দিবাং নদীৰ বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত মংগলবাৰে শুভাৰম্ভ কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনত নবীন পেগুৰ নামত নতুনকৈ নিবিদা লাভ কৰা ওপৰ দিবাং পাৰঘাটখন৷
# জানিব পৰামতে কম খৰচত অমৰপুৰ-শদিয়া পাৰাপাৰ কৰিব পাৰিব যাত্ৰীসকলে৷

02/07/2024

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত থকা বানাক্ৰান্তক কিছু সামগ্ৰী বিতৰণ কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙৰ

02/07/2024

# সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত জোনাইৰ বান বিধ্বস্ত অঞ্চল বেৰা চাপৰিৰ সোনোৱাল কাঠনি, টাৰি মাজগাঁও আদি পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে বিতৰণ কৰে কিছু খাদ্য সামগ্ৰী৷

# পৰিদৰ্শনৰ সময়ত আছিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি চন্দন কছাৰী, জোনাই মহকুমা সমিতিৰ সভাপতি ধৰ্মেন সোনোৱাল, সম্পাদক লক্ষীন্দ্ৰ সোনোৱাল, উপ সভাপতি শিৱ সোনোৱাল, জোনাই আঞ্চলিক সমিতিৰ সভাপতি অতুল সোনোৱাল, সম্পাদক মণেশ্বৰ সোনোৱাল, সহকাৰী সাধাৰণ সম্পাদক মন্টু সোনোৱাল, সম্পাদক ভাস্কৰ সোনোৱাল আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ভাস্কৰ সোনোৱাল আদিয়ে৷

02/07/2024

জোনাইত গোৰ্খা নাৰী পৰিষদ আৰু আগছুৰ উদ্যোগত বিশেষ পাঠদান কাৰ্যসূচী

02/07/2024

দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত জোনাইত সজাগতা সভা

01/07/2024

TMPK,MMK গালী আঞ্চলিক সমিতিয়ে বান পৰিদৰ্শ কৰি বিতৰণ কৰে কিছু খাদ্য সামগ্ৰী

01/07/2024

# জোনাইৰ লোহিজানৰ জ’নাই
নদীত এজন বৃদ্ধৰ মৃত্যু৷
# মৃত বৃদ্ধজন বগীনদী বেংগলী গাঁৱৰ সন্তোষ দাস৷

01/07/2024

# চিয়াং নদীৰ বানত জলমগ্ন জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চাতৰ অন্তৰ্গত ১০ নং ৱাৰ্ড৷
# জোনাই মহকুমা প্ৰশাসনৰ খাদ্য সামগ্ৰী বিতৰণ৷

01/07/2024

# এখন বিশেষ দলং৷
# দলঙখন বানৰ কবলৰ পৰা ৰক্ষাৰ উদ্দেশ্যে দিনে-নিশাই ব্যস্ত এখন গাঁৱৰ ৰাইজে৷

01/07/2024

# জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি৷
# বিধায়ক ভূৱন পেগুৰ বান পৰিদৰ্শন৷

JONAI BIG BREAKINGজোনাইৰ শিৱগুৰীত দুদিন ধৰি আবদ্ধ হৈ থকা SDRF ৰ দলতো ইতিমধ্যে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰ...
30/06/2024

JONAI BIG BREAKING
জোনাইৰ শিৱগুৰীত দুদিন ধৰি আবদ্ধ হৈ থকা SDRF ৰ দলতো ইতিমধ্যে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাবাহিনীয়ে

30/06/2024

জোনাইৰ শিৱগুৰীত দুদিন ধৰি আবদ্ধ হৈ থকা SDRF ৰ দলতো ইতিমধ্যে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাবাহিনীয়ে

30/06/2024

জোনাইত বান বিভীষিকাৰ মাজতে পানীত পৰি এজন যুৱকৰ কৰুণ মৃত্যু

30/06/2024

শদিয়াৰ অমৰপুৰত ভয়ংকৰ বান পৰিস্থিতি

30/06/2024

JONAI BIG BREAKING

# জোনাইৰ শিৱগুৰীৰ চিয়াং নদীত SDRF বাহিনীৰ ৰবৰ BOAT দুৰ্ঘটনা৷
# কোনোমতে প্ৰাণ ৰক্ষা পৰে বিষয়াসহ ৯ গৰাকী SDRF জোৱানৰ৷
# শনিবাৰে শিৱগুৰীত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ অভিযান চলাই দেওবাৰে ঘূৰি অহাৰ পথত প্ৰবল ঢৌত ৰবৰ BOAT টো পল্টি সংগঠিত হয় এই দুৰ্ঘটনা৷
# জানিব পৰামতে বিষয়াসহ ৯ গৰাকী SDRF জোৱানে আশ্ৰয় গ্ৰহণ কৰি আছে নিৰাপদ স্থানত৷

30/06/2024

জোনাইৰ শিৱগুৰিত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি

30/06/2024

বিপদক নেওচি শিৱগুৰীত বানত আবদ্ধ ৰাইজক উদ্ধাৰৰ বাবে চৰকাৰী বিষয়া-কৰ্মচাৰী, সাংবাদিক আৰু SDRF ৰ দলে ৰাওনাৰ সময়ত

30/06/2024

লাইকা-দধীয়াৰ ভয়ংকৰ বান পৰিস্থিতি

29/06/2024

বিধায়ক ভূৱন পেগুৰ সৈতে বিদ্যালয় প্ৰদান- বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি সকলৰ সভা

29/06/2024

# চিয়াং,দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীত জলমগ্ন শিৱগুৰী৷
# SDRF বাহিনীৰ উদ্ধাৰ অভিযান৷

29/06/2024

# জোনাইত দেপি নদীৰ বাঢ়নীত জলমগ্ন কেইবাখনো গাঁও৷
# বানবিধস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ভূৱন পেগু৷

29/06/2024

দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে শদিয়াৰ অমৰপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৰিৰো অধিক গাঁও

29/06/2024

# জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷
# চাৰিখনকৈ বাসগৃহ ভস্মীভূত৷

28/06/2024

প্ৰথমটো বানত বুৰ গ’ল জোনাইৰ এক বিস্তৃর্ণ অঞ্চল

Address

No. 1 Murkong Selek
Murkong Selek
787060

Telephone

+917005379675

Website

Alerts

Be the first to know and let us send you an email when Jonai Janakantha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jonai Janakantha:

Videos

Share