Dhing AYC

Dhing AYC For Polician �Especially Congress �Rahul Gandhi

22/08/2023
21/08/2023

আজি তেখেতে অসম, কংগ্ৰেছ, জনসেৱা আৰু নেতৃত্বৰ প্ৰদান সম্পৰ্কে প্ৰদান কৰা মূল্যবান পৰামৰ্শ আৰু নৈতিক শিক্ষা সমূহ স্মৰণ কৰিছো ।

21/08/2023
17/08/2023
14/08/2023
10/08/2023
09/08/2023
30/07/2023
02/04/2023

भारत नफ़रत और हिंसा से नहीं एकता और मोहब्बत से ही

01/04/2023

ৰাহুল গান্ধীৰ প্রসঙ্গক লৈ মৈৰাবাৰী ব্লক কংগ্রেছ

অলিম্পিকত ব্ৰঞ্জৰ মেডেলৰ পিছত এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ বুটলি অনা অসমকন্যা ল...
27/03/2023

অলিম্পিকত ব্ৰঞ্জৰ মেডেলৰ পিছত এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ বুটলি অনা অসমকন্যা লাভলীনা বৰগোহাঁই লৈ আন্তৰিক অভিনন্দন.....

25/03/2023

मैं संसद के अंदर हूं या नहीं मैं देश के लिए लड़ता
Rahul Gandhi
Gaurav Gogoi

18/03/2023
18/03/2023
Dhing Assembly Youth Congress President     🎉🎈🎈
20/09/2022

Dhing Assembly Youth Congress President 🎉🎈🎈

Congratulations To All  Angkita Dutta
12/09/2022

Congratulations To All


Angkita Dutta

  Ji
03/09/2022

Ji

24/08/2022
'Indian Youth Congress'ৰ ৬২তম প্ৰতিষ্ঠ‍া দিৱসত আজি  ধিং সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ উদ্দোগত মৈৰাবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয...
09/08/2022

'Indian Youth Congress'ৰ ৬২তম প্ৰতিষ্ঠ‍া দিৱসত আজি ধিং সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ উদ্দোগত মৈৰাবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ সন্মূখত পতাকা উত্তোলন কৰা হয়।এই কাৰ্যসূচীত উপস্হিত থাকে ধিং সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি শ্বামিম হাচান, নগাঁও জিলা যুৱ কংগ্ৰেছ কমিটীৰ উপ সভাপতি আশ্বিক মীৰ,মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ফাইজুৰ ৰহমান, মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ জহিৰুল ইছলাম মুক্তাৰ যুৱ কংগ্ৰেছৰ কৰ্মী সকল, কংগ্ৰেছৰ কৰ্মী সকল।

আজি যুৱ কংগ্ৰেছৰ ৬২তম প্ৰতিস্থা দিৱসৰ এই শুভ ক্ষণত সমূহ যুৱ কংগ্ৰেছৰ সতীৰ্থ বৃন্দলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।যুৱ ক...
09/08/2022

আজি যুৱ কংগ্ৰেছৰ ৬২তম প্ৰতিস্থা দিৱসৰ এই শুভ ক্ষণত সমূহ যুৱ কংগ্ৰেছৰ সতীৰ্থ বৃন্দলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

যুৱ কংগ্ৰেছ জিন্দাবাদ ৷

31/07/2022

শ্ৰদ্ধেয় গজিনী ডাঙৰীয়া,
হয়টো আপোনাৰ কথা পাহৰা তথা আবোল তাবোল বকা ৰোগে আকৌ উক দিছে। একো প্ৰমাণ নোহোৱাকৈ কংগ্ৰেছ দলৰ ওপৰত জেহাদীৰ লগত সম্পৰ্ক ৰখা অথবা টকাৰ আদান প্ৰদানৰ যি মিছা অভিযোগ তুলিছে সেইটো কেতিয়াও গ্ৰহণ যোগ্য নহয়। আমি অসম যুৱ কংগ্ৰেছে এই কাৰ্যৰ বাবে তীব্ৰ গৰিহণা জনোৱাৰ লগতে আপোনাৰ মতিভ্ৰম ৰোগৰ প্ৰতি দয়া কৰি এটা কথা আপোনাক মনত পেলাই দিবলৈ খুজিছো যে উদয়পুৰত হওক লাগিলে জম্মুত সন্ত্ৰাসবাদী ৰিয়াজ আৰু তালিবক বিজেপি দলেহে ৰঙা দলিচাৰে নিজৰ নেতা হিচাপে আদৰিছে। সেয়েহে বিনম্ৰ ভাৱে অনুৰোধ কৰিছো যে ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ হোৱাৰ পৰা নিজকে বচাবলৈ পাৰিলে এবাৰ নিজৰ চিকিৎসা কৰাই ল'ব আৰু কথা কোৱাৰ আগত দহবাৰ ভাবি ল'ব। ধন্যবাদ।
______ ড° অংকিতা দত্ত
সভানেত্ৰী
অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটি৷

Angkita Dutta




Address

Dhing Moirabari Road
Morigaon
782126

Alerts

Be the first to know and let us send you an email when Dhing AYC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhing AYC:

Videos

Share


Other Digital creator in Morigaon

Show All