Boby Saikia

Boby Saikia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Boby Saikia, Video Creator, Morigaon.

মোৰ উশাহ মোৰ পৃথিৱী মোৰ মা ❤️🫂দেউতা যাৰ জ্যোতিয়ে জিলিকে মোৰ অনুভৱৰ টুকুৰা।
🔴মোৰ Profile টোত আহিছাই যদি page টো follow কৰিবা🙏
🔴Vice President (AASU)
🔴 Guwahati University

07/01/2025

Trending reels ❤️

30/12/2024

বিহু মানে আবেগ ❤️ বিহু মানে শক্তি বিহু অবিহনে জীৱন আধৰুৱা ❤️❤️❤️

29/12/2024

কেতিয়া বা বিছৰা বোৰেই যে প্ৰাপ্তি হ'ব লাগিব তেনেকুৱা কথা নহয়। সুন্দৰ বিহু নাচিব হে নেজানো।❤️❤️❤️

23/12/2024

বৰষাৰানী বিষয়া কন্যা সন্তানৰ মাতৃ হ'ল ১১ বজাত স্বামী ভাস্কৰে দিলে খবৰ বহুত ভাল লাগিল। সুখী হওঁক । ❤️

16/12/2024

পথাৰত বিহু মেখেলা চাদৰ নাই পিন্ধা বুলি কমেণ্ট নকৰিব দে কাৰণ মই ধান হে কাতিব গৈছিলো❤️❤️❤️

14/12/2024

কৰিশ্মা নাথৰ new trending ভিডিঅ’ কমেণ্ট আপোনা লোকৰ 😱

13/12/2024

College ৰ সময় বোৰ বৰ মধুৰ❤️❤️❤️

08/12/2024

কাতি বিহুত পথাৰত বন্তি দিয়া ছোৱালী বোৱাৰী গিজনী বন্তি দিয়া ধান খিনি মৰিল নেকি ধান কটা দেখা নাই এনে চোন যি ভিডিঅ’ এতিয়া ক'ত লোকাই আছা ?? নে পলাই আছা সেই গিজনীক Tag কৰা 😱🙏

07/12/2024

ৰ'দ পোৱাব কাৰণে মাতিবানো কাক ? কমেণ্ট কৰা❤️❤️❤️

06/12/2024

বিয়া বুলি আপোনালোক লৈ ভিডিঅ’ আগবঢ়ালো/কি হয় তুলনী বিয়াত দৰা দেখি কইনা আচৰিত 😱🙏❤️

24/11/2024

বুকুৰে নাচিকাই অঃ চাঙলৈ আহিবি ৰাতি মৰমৰে কথা পাতি হাতত লৈ

22/11/2024

এই ভিডিঅ’ টো বহুত view like comment instagram আহিছে কোনে কোনে চাইছে কমেণ্ট কৰিব চোন???🙏 ❤️

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when Boby Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category