17/03/2024
চিন্তা শব্দটো শুনিবলৈ হে সৰু কিন্তু ইয়াৰ পৰিনতি বহুত ভয়ংকৰ এবাৰ যদি মগজুত বাস কৰিবলৈ লয় সকলো ধ্বংস কৰি দিব।
না ভালকৈ শুবলৈ শান্তি দিব, না ভালকৈ কিবা কাম কৰিবলৈ দিব না ভালকৈ খাবলৈ দিব।
চিন্তাই মানুহৰ সুখ কাঢ়ি নিয়ে